Goutam Kalita Barbari

Goutam Kalita Barbari Publishing in Assam & North East 24×7
(1)

17/07/2025
Good morning to all my friends
11/07/2025

Good morning to all my friends

Jay bajrangbali 🙏
09/07/2025

Jay bajrangbali 🙏

09/07/2025
03/07/2025

পংকজ পাঠক :-বিভিন্ন বন দৰব প্রস্তুত কৰি ৰাইজৰ মাজলৈ আগবঢ়াই দিয়াৰ লগতে অসমৰ বহু নিবনুৱাক সংস্থাপিত কৰিছে পংকজ পাঠকে। কৰবাত কেতিয়াবা অলপ ভূল হব পাৰে। যদি ভুল কৰিছে বা কাৰোবাক বেয়া ব্যৱহাৰ কৰিছে তেন্তে আইনৰ কাষ চাপক। এইদৰে ৰাজহুৱা ভাবে কাণত ধৰাই মাফ খুজিব দিয়াটো অতি ভুল হৈছে। আইন হাতত লবলৈ কোনে অধিকাৰ দিলে। (কাণত ধৰাই বাইট লোৱাটো উচিত হৈছে নে ) এনে কৰিব নাপাই। ৰাইজৰ বাবে তেও সদায় নতুন নতুন চিন্তাৰে ৰাইজক সহায় কৰিবলৈ চেষ্টা কৰি আহিছে। আচাৰ্য্য ৰাজীৱ দিক্ষীত ৰ আধৰুৱা কাম খিনি তেখেতে আগবঢ়াই নিছে। একো অপৰাধ কৰি টকা ঘটা নাই।
——————————————————————
অসমীয়াৰ উন্নতি অসমীয়াই যে নিবিচাৰে এইয়া তাৰ জলন্ত উদাহৰণ।

Address

Kokrajhar

Website

Alerts

Be the first to know and let us send you an email when Goutam Kalita Barbari posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share