News Today 24. Live

News Today 24. Live Welcome to "News Today 24," you can catch your daily and latest news and updates from your locality

24/09/2025

বিলাসীপাৰাত অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গক অপমান কৰি আটক এজন ।

24/09/2025

Hi everyone! 🌟 You can support me by sending Stars - they help me earn money to keep making content you love.

Whenever you see the Stars icon, you can send me Stars!

24/09/2025

‘'ৰৈ ৰৈ বিনালে' ছবিখনক লৈ জুবিন গাৰ্গৰ বহু আশা আছিল, কিন্তু শেষমুহূৰ্তত ৰৈ গ’ল ছবিখনৰ জুবিনৰ ডাবিং।’ কান্দি কান্দি এই কথা জনালে গৰিমা শইকীয়া গাৰ্গে ।

| |

23/09/2025

Zubeen Garg ৰ ওপৰত জেষ্ঠ্য সাংবাদিক Ravish Kumar ৰ এক তথ্য পূৰ্ণ প্ৰতিবেদন।

ধন্যবাদ Ravish G... আমি আপোনাৰ ওচৰত চিৰ কৃতজ্ঞ।

Credit - RavishKumar

NB. "No copyright infringement intended; I do not own the rights to any content shared"





22/09/2025

২নঃ গুমা সমষ্টিৰ অন্তৰ্গত কচুবাবিলত BPF আৰু BJP দলৰ ভোট দিয়াক লৈ উত্তপ্ত পৰিবেশৰ সৃষ্টি হয়

21/09/2025

■ এক অসহনীয় পৰিৱেশ।
■ অসমৰ মাটি স্পৰ্শ কৰাৰ পিছৰ পৰিৱেশ।
■ জুবিন পত্নী গৰিমাই কান্দি কান্দি ফুলাম গামোচাৰে স্বামীক জনালে শেষ শ্ৰদ্ধাঞ্জলি।
■ আবেগিক মুখ্যমন্ত্ৰীয়ে নশ্বৰ দেহৰ লগে লগে গৈছে 'জুবিন দা'ৰ ঘৰলৈ।

21/09/2025

📌গুৱাহাটীপায় গালহি জুবিনৰ স্বৰ্গগামী শৰীৰ
📌এইয়া গুৱাহাটী বিমান বন্দৰ পোৱাৰ পিছত
📌অসমৰ মাননীয় মুখ্যমন্ত্রী উপস্থিত থাকি
আওৰালে জুবিনৰ প্ৰিয় গীত মায়াবিনী

20/09/2025

শ্যামকানু মহন্তক ৰক্ষণাবেক্ষণ দিয়াৰ পৰা বিৰত থাকিবলৈ চৰকাৰক আহ্বান জনালে অনুৰাগীসকলে।

20/09/2025

গোলকগঞ্জ ৰেল ষ্টেচনত হাৰ্টথ্ৰৱ জুবিন গাৰ্গলৈ একাঁজলি শ্ৰদ্ধাঞ্জলী

18/09/2025

■ ধুবুৰীৰ ৰাজপথত হঠাৎ জ্বলি উঠিল R1-5 নামৰ এখন বিলাসী মটৰ চাইকেল।
■ কথমপি প্ৰাণ ৰক্ষা পৰিল ধুবুৰীৰ এহাল দম্পত্তি।

18/09/2025

গোলকগঞ্জৰ উচিতা গাৱঁৰ এক্ৰামুল হকৰ হত্যাকাৰী মইনুল

Address

Kokrajhar
783337

Website

Alerts

Be the first to know and let us send you an email when News Today 24. Live posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share