29/06/2026
পানাত কি আহি আছে ধাৰব পাৰিছেনে!!!
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগত জিপ চাফাৰিৰ সময়ত পথৰ কাষত থকা এখন বিলত দুৰৰ পৰা দেখা এই দৃশ্য প্ৰত্যক্ষ কৰিলে পর্যটকে আৰু লগে লগে সুধিলে সেইকেইটা কি পানীত আহি আছে? লগে লগে চাই দেখিলো যে মুৰটোৰ বাহিৰে গাৰ সম্পূৰ্ণ অংশ পানীৰ ভিতৰত আছে যদিওঁ সুক্ষভাৱে নিৰিক্ষণ কৰি গম পালো যে সেইকেইটা মাছ খোৱা উদ্ হয়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগত বিভিন্ন সময়ত এনে কিছুমান দৃশ্যই পর্যটকক আপ্লুত কৰে।
16K
Contact for Kaziranga*JEEP* safari/ ELEPHANT