G भारती

G भारती G Bharti is a social, educational and cultural campaign, which aims to empower society through local awareness, innovation and self-reliance.

 Election  #১৯ নং থুৰীবাৰী পৰিষদীয় সমষ্টিত বিজনীৰ বৰ্তমানৰ বিধায়ক অজয় কুমাৰ ৰায় ৪২৩৭ভোটত পৰাস্ত।  ৰ প্ৰাৰ্থী খলিলুৰ ...
26/09/2025


Election

#১৯ নং থুৰীবাৰী পৰিষদীয় সমষ্টিত বিজনীৰ বৰ্তমানৰ বিধায়ক অজয় কুমাৰ ৰায় ৪২৩৭ভোটত পৰাস্ত।

ৰ প্ৰাৰ্থী খলিলুৰ ৰহমানৰ হাতত পৰাস্ত বিধায়ক অজয় কুমাৰ ৰায়।

  in Election   নিৰ্বাচনৰ জয়ৰ খবৰ । BPF প্ৰাৰ্থী শ্ৰী ধিৰাজ বৰগয়াৰীৰ জয়লাভ । #১৭ নং শুভাইঝাৰ পৰিষদীয় সমষ্টিত BPFৰ প্ৰাৰ...
26/09/2025

in

Election

নিৰ্বাচনৰ জয়ৰ খবৰ ।
BPF প্ৰাৰ্থী শ্ৰী ধিৰাজ বৰগয়াৰীৰ জয়লাভ ।

#১৭ নং শুভাইঝাৰ পৰিষদীয় সমষ্টিত BPFৰ প্ৰাৰ্থীগৰাকীৰ জয়লাভ।

26/09/2025

in

Election

নিৰ্বাচনৰ প্ৰথমটো জয়ৰ খবৰ । BPF প্ৰাৰ্থী জেমছ বসুমতাৰীৰ জয়লাভ ।

#১৬ নং নিচিমা পৰিষদীয় সমষ্টিত BPFৰ প্ৰাৰ্থীগৰাকীৰ জয়লাভ।

26/09/2025

#চলি আছে BTR Election ৰ ভোট গণনা।

#কোনে মাৰিব শেষ হাঁহি।

#আমালৈ জনাওক নিজৰ মতামত।

26/09/2025

in


Election

১৭ নং সুভাইঝাৰ সমষ্টিৰ দ্বিতীয় ৰাউণ্ডত ধীৰাজ বৰগয়াৰীৰ অগ্ৰগতি।

26/09/2025

in


Election

#১৯ নং থুৰিবাৰী পৰিষদীয় সমষ্টিৰ ফলাফল
------------------------

বিজেপি অজয় কুমাৰ ৰায়=2649
বিপিএফ খলিলুৰ ৰহমান=1765
ইউ পি পি এল ৰঞ্জু আহমেদ =1727
কংগ্ৰেছ জমছেৰ আলী -47
চিপিআইএম শুভংকৰ ঘোষ- 105

26/09/2025

-in

নিৰ্বাচনৰ ভোট গণনাৰ অগ্ৰগতি
BJP 06
BPF 22
UPPL 12
CONG 00
Others 00

26/09/2025


Election

#19 নং থুৰিবাৰী,

পোষ্টাল ভোটৰ ফলাফল -

বিজেপি অজয় ৰায় -54
বিপিএফ খলিলুৰ ৰহমান -115
ইউ পিপিএল ৰঞ্জু আহমেদ -58

26/09/2025


Election

নিৰ্বাচনৰ ফলাফল

#দেবৰগাঁও সমষ্টিত পিছ পৰি আছে হাগ্ৰামা‌‌ মহিলাৰী।

#দ্বিতীয় ৰাউণ্ডৰ অন্তত ছটা ভোটত আগবাঢ়িছে UPPLৰ খাম্পা বৰগয়াৰী।

#খাম্পা বৰগয়াৰীয়ে লাভ কৰিছে ৪৯৬৭ ভোট।
হাগ্ৰামা মহিলাৰীয়ে লাভ কৰিছে ৪৯৬১ ভোট।

26/09/2025

*৩৯ নং পাচনৈ চেৰফাং NON ST* প্ৰথম ৰাউণ্ডৰ অন্তত
BJP-1449
BPF-1068
UPPL-302
RAJU DHAKAL-920

26/09/2025

১৭ নং সুভাইঝাৰ পৰিষদীয় সমষ্টিৰ ফলাফল, ১ ম ৰাউণ্ড
বিপিএফৰ অগ্ৰগতি
----------------------------------------
BJP প্ৰভাত বসুমতাৰী=2059
BPF - ধীৰাজ বৰগয়াৰী‌ =3713
UPPL -ফনীন বড়ো, =2219
Congress - বিনিময় বসুমতাৰী

1654 টা ভোটৰ ব্যৱধানত আগবাঢ়ি আছে -বিপিএফৰ প্ৰাৰ্থী ধীৰাজ বৰগয়াৰী ।

26/09/2025

আজি BTRপৰিষদীয় নিৰ্বাচনৰ ভোট গণনা
দিনৰ ৮ বজাৰ পৰা ভোট গণনা আৰম্ভ।

Address

Kokrajhar
783375

Alerts

Be the first to know and let us send you an email when G भारती posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to G भारती:

Share