12/10/2025
আজি ৰাতি পুৱাৰ Big Bereking news ধুৱৰী জিলাৰ সাপট গ্রাম থানাৰ অন্তৰগত এজনী স্কুলীয়া ছাত্রীক সাপট গ্ৰাম চহৰৰ মাজ মজিয়াত এজন লম্পট ৪০/৪৫ বছৰীয়া অশ্লীল ব্যবহার কৰাত ছোৱালীজনী চি়ঞৰ বাখৰ কৰে ফলত লম্পট জন ঘটনা থলীৰ পৰা পলাবলৈ চেষ্টা কৰে। কিন্তু স্হানীয় লোকে লম্পটজনক সাপট গ্ৰাম ৰেলসটেশনৰ সন্মূখৰ পৰা কৰায়ত্ত কৰি ৰাইজে উওম মাধ্যমদি সাপট গ্রাম থানাত গতাই দিয়ে।
স্হানীয় লোকে জানিব দিয়া মতে লম্পট জনৰ ঘৰ ঘাঘমাৰী সাপট গ্ৰাম ওৱাট নং ১ ।।
বগিৰীবাৰী পৰা হাছেন আলীৰ সহযোগত সাপট গ্ৰামৰ ৰজব আলীৰ ৰিপোৰ্ট।।।।