Gojni

Gojni ALWAYS I CAN Help you
ASSAM24NEWS YOU CONTACT ME

10/12/2025

30/10/2025
Shout out to my newest followers! Excited to have you onboard! Bablu Kumar, Nihal Kumar, Sukhram Kumar, Pawan Kumar, Sag...
02/10/2025

Shout out to my newest followers! Excited to have you onboard! Bablu Kumar, Nihal Kumar, Sukhram Kumar, Pawan Kumar, Sagar Nagesia, Mofidul Islam, Dinesh Oraon, Bijay Das, Kanchan Kumari

31/03/2023

নিব্বা নিবীর রোম্যান্টিক ফটো

30/03/2023

নিববা নিবির প্রেম কাহিনী

NEWPOST
30/03/2023

N
E
W
P
O
S
T

25/03/2023

News

23/03/2023

এই চাচার কাছে থেকে আমাদের অনেক কিছু শিকার আছে

22/03/2023

আলু পটল জিঙা।। New BANGLA DJ SONG 2023 ।।Abed a new

Yesterday ai page a নতুন video astaise
21/03/2023

Yesterday ai page a নতুন video astaise

প্ৰিয় সতীৰ্থ আৰু ডাঙৰ দাদা বাইদেউ সকল আপোনালোকে জানে যে ওৱেষ্ট গোৱালপাৰা মহাবিদ্যালয়ত form fill up ৰ বাবদ কলা শাখাত ১৭...
19/03/2023

প্ৰিয় সতীৰ্থ আৰু ডাঙৰ দাদা বাইদেউ সকল আপোনালোকে জানে যে ওৱেষ্ট গোৱালপাৰা মহাবিদ্যালয়ত form fill up ৰ বাবদ কলা শাখাত ১৭৫০ টকা আৰু বিজ্ঞান শাখাত ২০০০ টকা ধাৰ্য কৰা হৈছে। এনেকৈ যোৱা ছেমিষ্টাৰত form fill up কৰা হৈছে আৰু ৬৫০ টকাকৈ বছৰি দুবাৰ admission লোৱা হয় , গতিকে এনেকৈ হ'লে আমাৰ নিচিনা দুখীয়া ঘৰৰ ছাত্ৰ-ছাত্ৰী সকলোৱে পঢ়া শুনা বাদ দিব লাগিব, এতিয়া আমি সকলোৱে আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক মনিৰুজ জামান মোল্লা ডাঙৰীয়া আৰু সভাপতি হাশিদুল ইছলাম ডাঙৰীয়াৰ লগতে ছাত্ৰ একতা সভাৰ সকলো সদস্যক অনুৰোধ কৰি জনাওঁ যে আপোনালোকে মহাবিদ্যালয়ৰ অধ্যক্ষা মহোদয়াৰ লগত আলোচনা কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিৰ্দেশনা সমূহ অনুযায়ী যিটো ফিচ নিৰ্ধাৰিত কৰিছে সেই অনুমতে আমাৰ ফৰ্ম ফিল আপৰ ফিচটো লয় যেন , নহ'লে আমি ছাত্ৰ ছাত্ৰী সকলে এইটোৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ম ।

বি: - অনুগ্ৰহ কৰি অহাকালি অৰ্থাৎ সোমবাৰ দিনা W.G.C. ৰ সকলো ছাত্ৰ ছাত্ৰী মহাবিদ্যালয়ত আহে যেন ।
ধন্যবাদ
ইতি
ওৱেষ্ট গোৱালপাৰা মহাবিদ্যালয়ৰ ছাত্ৰ সমাজ

Address

LAKHIPUR
Lakhipur
783129

Alerts

Be the first to know and let us send you an email when Gojni posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Gojni:

Share