Wazid

Wazid Our videos only for entertainment.

26/07/2025

Good night have a sweet dreams

16/11/2022
Old is gold
22/01/2022

Old is gold

19/06/2020

কি হব ধৰিছে এইবোৰ ।
30/03/2020

কি হব ধৰিছে এইবোৰ ।

26/03/2020

বিশেষকৈ আমাৰ গাওঁ অঞ্চলৰ মানুহবিলাক এতিয়ালৈকে বুজিব পৰা নাই কৰোনা ভাইৰাছ কি।
যাৰ ফলত প্ৰধান মন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰা Lock-Down অমান্য কৰি ৰাস্তাত/বজাৰত অনাই বনাই ঘুৰি-ফুৰি থাকে ।
তাৰ মাজত আকৌ বহুতেও আছে, যিসকলে জানিও বুজিও বাহিৰত ওলাই আড্ডা দি থাকে ।
আৰক্ষী অহা লৈ বাট চাই থাকে ।
আৰক্ষী বাহিনীয়ে এই ক্ষেত্ৰত যথেষ্ট পৰিমাণে কৰ্তব্য পালন কৰিছে যদিও, গাওঁ সমূহত আৰু অলপ বেছিকৈ গুৰুত্ব দিয়াৰ লগতে সকলো গাওঁ অঞ্চল বাসীক কৰযোৰে অনুৰোধ জনালোঁ, আপোনালোকে আপোনালোকৰ ভালৰ কাৰণে ঘৰৰ ভিতৰত আৱদ্ধ হৈ থাকক ।
বিনা প্ৰয়োজনত বাহিৰলৈ ওলাব নালাগে ।

21/03/2020

Corona infected some patient in assam..

So, Please stay at home & don't go out for shopping or marketing from any market place..
🙏🙏🙏🙏

Address

Poitari Anchalic Bazar (Boropoitari). Near Gendauri M. E. School. P. O/Joybhum, Dist/Goalpara
Lakhipur
783129

Website

Alerts

Be the first to know and let us send you an email when Wazid posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category