3F Newz axom

3F Newz axom MEDIA AND NEWS COMPANY

28/10/2025

আজিৰ অনুষ্ঠানত অসম শক্তি বিতৰণ কোম্পানীৰ সঞ্চালক ড০ কাশ্যপ প্ৰকাশ।

28/10/2025

লক্ষীপুৰ মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচন LIVE

28/10/2025

আজি সন্ধিয়া ৭ বজাত চাবলৈ নাপাহৰিব কেৱল 3 F NEWZ AXOM

27/10/2025

নিজৰ শিশু পুত্ৰক শ্ৰমিক হিচাপে কামত খটুৱাৰ বিৰুদ্ধে প্ৰতিবাদ কৰাটোৱেই যেন অপৰাধ হল লক্ষীপুৰ থানাৰ অন্তৰ্গত চলাকুৰা গাঁৱৰ এটা দৰিদ্ৰ পৰিয়ালৰ বাবে।

27/10/2025

ঐতিহ্যমণ্ডিত ভাই-ভনী দেৱালয়ৰ কাষত ডাম্পিং গ্ৰাউণ্ড নিৰ্মাণ বন্ধৰ দাবীত সংবাদ মেল।

27/10/2025

লক্ষীপুৰত ই–ৰিক্সাৰ চলাচলত অশৃঙ্খলতা, মটৰ মালিক সন্থা আৰু চালক সন্থাৰ সংবাদমেল।

25/10/2025

গোৱালপাৰা জিলাৰ চুনাৰি জয়ভুম ব্ৰহ্মপুত্ৰত অঘটন সমনিয়াৰ সৈতে ফুৰিবলৈ গৈছিল আৰু ব্ৰহ্মপুত্ৰত পিছলি পৰে ।

এটি বিশেষ ঘোষণা আজি লক্ষীপুৰ ৰাজহুৱা খেল পথাৰত মুখ্য মন্ত্ৰী মহিলা উদ্যিমতা অনুষ্ঠানত কোনো মহিলা বা শিশুৰ মৃত্যু হোৱা না...
24/10/2025

এটি বিশেষ ঘোষণা আজি লক্ষীপুৰ ৰাজহুৱা খেল পথাৰত মুখ্য মন্ত্ৰী মহিলা উদ্যিমতা অনুষ্ঠানত কোনো মহিলা বা শিশুৰ মৃত্যু হোৱা নাই এয়া এক অপ প্ৰচাৰ।

24/10/2025

গোৱালপাৰাৰ লক্ষীপুৰত আজি জলেশ্বৰ আৰু কামাখ্যা বাৰী উন্নয়ন খণ্ডৰ আত্ম সহায়ক গোটৰ ২৭ হাজাৰ ৩ শ ৫১ গৰাকী মহিলাক দহ হেজাৰ টকাকৈ ছেক প্ৰদান কৰে ।

24/10/2025

গোৱালপাৰাৰ লক্ষীপুৰস্থ লক্ষীপুৰ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন অহা ২৭ অক্টোবৰত অনুষ্ঠিত হ'ব । সেয়েহে মহাবিদ্যালয় কৰ্তৃপক্ষই নিয়মানুসৰি ২২ অক্টোৱৰত প্ৰাৰ্থীত্ব প্ৰত্যাশীসকলৰ মনোনয়ন পত্র গ্ৰহণ কৰিছিল । আকৌ , ২৩ অক্টোৱৰ দিনা সেই মনোনয়ন প্ৰ-পত্ৰবোৰৰ বাছ্-বিচাৰ্ কাৰ্যৰ অন্তত ৮ গৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে কোনো প্ৰতিদ্বন্দ্বি নথকাত তেওঁলোকে অনানুষ্ঠানিকভাবে বিজয় লাভ কৰে ।

24/10/2025

গোৱালপাৰাৰ লক্ষীপুৰত আজি জলেশ্বৰ আৰু কামাখ্যা বাৰী উন্নয়ন খণ্ডৰ আত্ম সহায়ক গোটৰ ২৭ হাজাৰ ৩ শ ৫১ গৰাকী মহিলাক দহ হেজাৰ টকাকৈ ছেক প্ৰদান কৰে । এই উদ্যেশ্যত লক্ষীপুৰ ৰাজহুৱা খেল পথাৰত এক উদ্যিমতা পূজি প্ৰদান অনুষ্ঠানত কাশ্যপ প্ৰকাশৰ ভাষন।

অহা ২০২৬ ৰ ১২নং জলেশ্বৰ সমষ্টিত বিধানসভা নিৰ্বাচনত  BJP দলৰ পৰা কাক বিচাৰে। জনাওক আপোনাৰ মতামত।
22/10/2025

অহা ২০২৬ ৰ ১২নং জলেশ্বৰ সমষ্টিত বিধানসভা নিৰ্বাচনত BJP দলৰ পৰা কাক বিচাৰে। জনাওক আপোনাৰ মতামত।

Address

Lakhipur
783129

Telephone

+919365385311

Website

Alerts

Be the first to know and let us send you an email when 3F Newz axom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to 3F Newz axom:

Share

Category