LearnHub

LearnHub welcome To my page
paid promotion - 9101919179

15/09/2025

Good night friend.

13/09/2025

মোৰ এই পোষ্টটো যদি বেয়া পায় , তেন্তে ক্ষমা কৰিব 🙏🙏
ছোৱালীবোৰে নিশ্চিতভাৱে পঢ়িব🙏
ছোৱালী = জানো,এয়া কি কৰি আছা ?
লৰা = বিয়াৰ পিছত স্বামীয়ে পত্নীৰ লগত যিটো কৰে...
ছোৱালী= কিন্তু এতিয়া কিয় ?
লৰা= তেন্তে মই কিনো ভূল কৰি আছো....যিটো বিয়াৰ পিছত কৰে মই সেইটো বিয়াৰ আগত কৰি আছো....মই তোমাৰ স্বামী হওঁ....তোমাৰ ওপৰত মোৰ অধিকাৰ আছে...বিয়াৰ আগত
ছোৱালী= এইটো ভাল কথা হোৱা নাই কিন্তু....আমাৰ এতিয়ালৈকে বিয়া হোৱা নাই নহয়...
লৰা= তুমি ভাৱি আছা মই তোমাৰ লগত টাইম পাছ কৰি আছো...মই তোমাক মোৰ পত্নী বুলিহে ভাৱো...তুমি দেখুন !! হব দিয়া.. আজিৰ পৰা তোমাক কেতিয়াও টাচ্ছ নকৰো দিয়া...
ছোৱালী= জানো...sorry...মই কেৱল তোমাৰেই...মোৰ ওপৰত কেৱল তোমাৰেই অধিকাৰ আছে...তোমাৰ যি ইচ্ছা কৰিব পাৰা...Sorry...
লৰা- Thankyou my sweet wife..
২ মাহ পিছত....
ছোৱালী- জানো...মই গৰ্ভৱতী...?
লৰা- কি ???!!
ছোৱালী - please মোক বিয়া পাতি লোৱা...
লৰা- পাগল হলা নেকি তুমি ??
এতিয়া পাতিব নোৱাৰো বিয়া...বৰ্তমান মোৰ চাকৰি এটাও নাই...এটা কাম কৰো বলা হস্পিতালত গৈ গৰ্ভপাত কৰাই লওঁ...??
ছোৱালী - নাই নহব...এগৰাকী মাকে নিজৰ সন্তানক হত্যা কৰিব নোৱাৰে...
লৰা- ঠিক আছে...তুমিয়েই থিৰাং কৰি লোৱা...তোমাক পৰপুৰুষৰ সন্তান লাগে নে মোক লাগে...?
ছোৱালী - কি কলা...কোনোবা বেলেগৰ সন্তান...!!!?? বাহ: বঢ়িয়া...এতিয়া এইটোহে শুনিব বাকী আছিল..!!
লৰা - তেন্তে নহয় যদি কি..?? যিজনী ছোৱালীয়ে বিয়াৰ আগত মোৰ লগত শাৰীৰিক সম্পৰ্ক কৰিব পাৰে তেন্তে কি গেৰাণ্টি আছে যে বেলেগ কাৰোবাৰ লগত সম্পৰ্ক নকৰিব বুলি...?!! এই বাচ্চাটো আন কাৰোবাৰ হব নোৱাৰে বুলি কিবা গেৰাণ্টি আছে নেকি..?
ছোৱালী - ছি:...অলপ হলেও লাজ কৰা...ভগৱানে চব দেখি আছে...ক্ষমা নকৰিব তোমাক...৷
লৰা - শুনা...আজিৰে পৰা আৰু কেতিয়াও তোমাৰ চেহেৰাই নেদেখুৱাবা মোক...বেলেগ কাৰোবাৰ অবৈধ সন্তানক মোৰ নাম দি সমাজত মোক বদনামী কৰিব আহিছা...ছি: ইমান দুষ্ট তিৰোতা তুমি ৷
ছোৱালী - (চিঞৰি চিঞৰি কান্দিব ধৰিলে) ঠিক আছে...বহুত পচতাবি তই...(crying)
(ছোৱালীজনীয়ে বহুত বেছি কান্দি থাকিল আৰু তাইৰ পিতৃ-মাতৃয়ে তাইক ঘৰৰ পৰা ওলাই দিলে....তাই উপায়ন্তৰ হৈ অকলশৰে ইফালেসিফালে ঘুৰিফুৰিল...কোনো এজন মানুহে তাইক সহায় নকৰিলে.. এদিন হঠাৎ তাই এখন চলন্ত গাড়ীৰ তলত পৰিল আৰু থিতাতে মৃত্যু হৈ গল)
কিন্তু গৰ্ভত থকা এই কেচুৱাটোৰ কি অপৰাধ আছিল যে পৃথিৱীলৈ অহাৰ আগতে টেঁটু চেপি মাৰি পেলোৱা হল...??
ভূল কৰে কোনোবা দুজন প্ৰেমৰ পূজাৰীয়ে আৰু শাস্তি পায় কোনোবা বেলেগে...
আৰু এটা কথা লৰাবোৰক কব বিচাৰো...এই যে ছোৱালী জাতিটো...ইহঁতৰ মানসন্মান ইহঁতৰ নিজৰ প্ৰাণতকৈও অধিক প্ৰিয়...
এই ছোৱালীবোৰে আমাক এইভাৱি ভৰসা নকৰে যে আমি বহুত হেন্ডছাম...বৰঞ্চ আমাক এইকাৰণে ভৰসা কৰে যে আমি সিহঁতক সছা আৰু প্ৰকৃত ভালপাওঁ ৷
সিহঁতে কি জানে যে...কিছুমান লৰাই ছোৱালীবোৰক কেৱল ভোগ কৰিবলৈহে প্ৰেমৰ নাটক কৰে...
#পুৰুষৰ_পুৰুষত্ব...মহিলাৰ মানসন্মান লুটপাট কৰিলে বৃদ্ধি নহয় , বৰঞ্চ মহিলাক মৰ্য্যদা আৰু সন্মান দিলেহে বৃদ্ধি হয় ৷
যদি কিবা বেয়া নাইবা ভূল লিখিছো...তেন্তে অধম জানি ক্ষমা কৰিব....সকলোবোৰ লৰা-ছোৱালীয়ে এইখিনি ভূল নুবুজিব plz
🙏প্ৰেম কৰিলেও বিবেকক শুৱাই নথব🙏.🙏বেয়া পালে ক্ষমা কৰিব🙏
সংগ্ৰহীত

Shout out to my newest followers! Excited to have you onboard! Dipak Das, Sidhaarthha A Baruah, Chao Saranga Pani Rajkho...
13/09/2025

Shout out to my newest followers! Excited to have you onboard! Dipak Das, Sidhaarthha A Baruah, Chao Saranga Pani Rajkhowa, Mayur Dutta, Bharat Gogoi, Aixha Xharma Bharadwaz, Jinti Das Kumar, Himangshu Gohain, Babu Das, Anubhav Priyam Miri, Diganta Saikia, Bijanta Rz Kashyap, Sikha Tamuli, Ritul Daimari, Ajit Kumar Roy, Jyanta Hazarika, বলিন কোচ, Lucky Ahmed, Munmi Borah Gohain, Birendra Sonowal, Porag Borah, Mridul Hati Boruah, Shibo Dhon Ray, Guljar Barbhuiya, Birendra Nath Chakraborty, Jitu Das, Asgar Ali, Biki Mech, Purabi Boruah, Mitali Gogoi, Dibya Sonowal, Chiranjit Chiranjit Das, Maruf Ahmed Ahmed, Netra Gogoi, Minakshi Borgohain, Akash Borah, Jayanta Jayanta Hazarika, Bhanita Tuku, Bipul Das, Kamlesh Vlogger, Pratyush Pal Buragohain, Gita Gogoi, Rajat Tamuli Babu, Pranjal Borah, কলিতা পোৱালি, Md Juned Aslam, Mukunda Sutradhar, Munu Deka, Satyajit Gogoi, Krishna Saikia

13/09/2025

Good morning

📌📌আপোনালোকেও এদিন নহয় এদিন content monetization পাব। মাএ আপোনালোকে নিয়াৰিকৈ কাম কৰক। Followers ৰ পাছত লাগি লাভ নাই ভাল...
12/09/2025

📌📌আপোনালোকেও এদিন নহয় এদিন content monetization পাব। মাএ আপোনালোকে নিয়াৰিকৈ কাম কৰক।
Followers ৰ পাছত লাগি লাভ নাই ভাল content দিলে নিজে followers বাঢ়িব। follow back to back কৰি সময় নষ্ট কৰাতকৈ content গুৰুত্ব দিয়ক। লগতে সন্মূখৰ post বোৰত comment কৰক
✅content monetization পাবলৈ বেছি followersৰ দৰকাৰ বুলি কেতিয়াও নাভাবিব।
✅আমাক Facebookকে ২,৩ হাজাৰ থকা creators সকলোকো monetization optionsটো দিছে।
✅✅সেইহে আমি কাকো ignore নকৰাকৈ, সকলোকে সহাৰি জনাব লাগে👍👍।
✅facebookকে সেই সকলকে সহায় কৰে যিসকলে আনক মানে কাৰো postবোৰ ignore নকৰাকৈ সহাৰি জনায়।
এনেকুৱা post সমূহ পাবলৈ page টো follow কৰি ৰাখিব।
ধন্যবাদ।











Thanks to all  #13000 complete ゚viralシfypシ゚viralシalシ
12/09/2025

Thanks to all #13000 complete

゚viralシfypシ゚viralシalシ

13K completeed       ゚viralシfypシ゚viralシalシ
12/09/2025

13K completeed
゚viralシfypシ゚viralシalシ

12/09/2025
🎉 Just completed level 3 and am so excited to continue growing as a creator on Facebook!
12/09/2025

🎉 Just completed level 3 and am so excited to continue growing as a creator on Facebook!

Address

Lakhimpur
Laluk
0

Telephone

+919101919179

Website

Alerts

Be the first to know and let us send you an email when LearnHub posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to LearnHub:

Share