JANJU LIVE

JANJU LIVE JANJU LIVE – A registered local news channel committed to fast, accurate, and reliable reporting. Your news, your trust! ✅

For Promotion: 7635842406/8822792719
(3)

22/07/2025

হোজাইত দুটা গভাইত চোৰ হৈছে গ্ৰেপ্তাৰ।।

21/07/2025

হোজাইত তাচ খেলৰ ঘাটিত চলিছে আৰক্ষীৰ অভিযান।

20/07/2025

হোজাইৰ প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱে মাটি মাফিয়াক দিছে হুংকাৰ। মাটি বেদখল মুক্ত কৰাৰ দাবীত মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ আৰু এটা সজাতি দল গৈ বিষয়টো অৱগত কৰাৰ লৈছে সিদ্ধান্ত।

20/07/2025

উচ্ছেদক লৈ ৰাজ্য উত্তাল হৈ থকাৰ সময়তে হোজাই চহৰৰ মাজ মজিয়াত থকা পাঁচ বিঘা ভূমি বেদখলকাৰীৰ কবলত থকাৰ বিষয় ৰাজহুৱা হোৱাত সৃষ্টি কৰিছে ব্যাপক প্ৰতিক্ৰিয়াৰ।

18/07/2025

#বিলাসীপাৰাৰ #নয়াহাটত নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ চমুকৈ উত্তাল প্ৰতিবাদ।

17/07/2025

গোৱালপাৰাৰ পাইকাণৰ উচ্ছেদস্থলীত আৰক্ষীৰ গুলিচালনা।

13/07/2025

নগাঁৱৰ জুৰীয়াত দুৰ্বৃত্তই আক্ৰমণ কৰে বিজেপি নেতা কমৰুজ জামান চৰকাৰক।

12/07/2025

ৰকিবুল হুছেইনে উচ্ছেদস্থলীত গৈ কান্দি দেখুৱাইছে কিন্তু চকু পানীয়েই ওলোৱা নাই

11/07/2025

আমছুৰ প্ৰতিবাদী সমদলক পূৰ্ণ সমৰ্থন অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ৷

11/07/2025

হোজাইত বাইকৰ চাইলেঞ্চাৰ মডিফাই কৰি ষ্টান্ত কৰা বাইকাৰ্চৰ বিৰুদ্ধে আৰক্ষীয়ে চলাইছে অভিযান।

06/07/2025

হোজাইত চলন্ত ৰেলত এক কোটি টকাৰ ড্ৰাগছ সহ গ্ৰেপ্তাৰ কৰা হৈছে ধুবুৰীৰ ড্ৰাগছ সৰবৰাহকাৰী আব্দুল ৰৌফ আহমেদক ।

01/07/2025

হোজাইত নিষিদ্ধ মাংস বিচাৰি হোটেলে হোটেলে আৰক্ষীৰ অভিযান।।

Address


Telephone

+917635842406

Website

Alerts

Be the first to know and let us send you an email when JANJU LIVE posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to JANJU LIVE:

Shortcuts

  • Address
  • Telephone
  • Alerts
  • Contact The Business
  • Claim ownership or report listing
  • Want your business to be the top-listed Media Company?

Share