JANJU LIVE

JANJU LIVE JANJU LIVE – A registered local news channel committed to fast, accurate, and reliable reporting. Your news, your trust! ✅

For Promotion: 7635842406/8822792719
(2)

17/08/2025

হোজাইত সংঘটিত হোৱা দীঘলবালি কাণ্ডৰ প্ৰসংগ। ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে উক্ত দিনা অঞ্চলটোত জেচিবি লগাই মাটি কটা মাটি মাফিয়া ব্ৰিজেশ চৌহানক।

17/08/2025

নখুটী আৰক্ষীৰ বৃহৎ সাফল্য।
এটা নিশাৰ ভিতৰতে আটক কৰিবলৈ সক্ষম এটা মটৰ চাইকেল চুৰ।

15/08/2025

হোজাইত গৌৰৱ গগৈয়ে সন্দেহযুক্ত চাৰি পাঁচ শ লোকক লৈ ৰেলি কৰিছে বুলি মন্তব্য কৰিছে শিলাদিত্য দেৱে।

15/08/2025

হোজাইত গৌৰৱ গগৈৰ তিৰংগা যাত্ৰা।
নেতাজী কৰ্নাৰ পৰা হোজাই চহৰৰ মাজেৰে বাহিৰ এই যাত্ৰা।

13/08/2025

হোজাইৰ দীঘলবালিৰ ঘটনাত জঢ়িত থকা 7 জনক গ্ৰেপ্তাৰ।
গ্ৰেপ্তাৰ বলেশ্বৰ কেওঁট, কৈলাশ গৌৰ, বৰ্বাদ গৌৰ, গৌৰী গৌৰ, ৰাজেন গৌৰ, মহাদেৱ গৌৰ আদি।।

12/08/2025

হোজাইৰ দীঘলবালিত নিশা উত্তপ্ত পৰিস্থিতি।আৰক্ষী আৰু স্থানীয় আদিবাসী সম্প্ৰদায়ৰ লোকৰ মাজত হতাহতি।

12/08/2025

হোজাইত সৰ্প দংশনত আহত হৈ অচেতন হৈ পৰা পাঁচ বছৰীয়া শিশুক তিনি ঘণ্টাৰ মূৰত জীয়াই তুলিছে চিকিৎসকৰ দলে।।

11/08/2025

প্ৰতিবাদ স্থলীৰ পৰা আমছূৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিম সৰকাৰক আটক কৰে আৰক্ষীয়ে।

11/08/2025

📌উচ্ছেদৰ বিৰুদ্ধে হাজাৰ হাজাৰ মুছলমানৰ সৰ্ববৃহৎ প্ৰতিবাদ।
📌আমছুৰ নেতৃত্বত ওলাই আহিল হাজাৰ হাজাৰ মুছলমান।

09/08/2025

বহু জল্পনা কল্পনাৰ অন্তত আজি গঠন কৰা হৈছে হোজাই জিলা পৰিষদ।

07/08/2025

হোজাইৰ আদৰ্শ বজাৰত পৌৰসভাৰ ভূমিক লৈ সৃষ্টি হোৱা বিতৰ্কৰ মাজতে আজি চক্ৰ বিষয়াই ভূমিত চলালে জোখমাপ।

06/08/2025

উজনিত চলি থকা মিয়া খেদাও অভিযানক সমৰ্থন প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱৰ।

Address

Lanka

Telephone

+917635842406

Website

Alerts

Be the first to know and let us send you an email when JANJU LIVE posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to JANJU LIVE:

Share