Hojai live 24×7

Hojai live 24×7 সত্যৰ সদায় জয়

20/09/2025

দিল্লী বিমান বন্দৰত জুবিন গাৰ্গৰ নশ্বৰদেহক ।
20/09/2025

দিল্লী বিমান বন্দৰত জুবিন গাৰ্গৰ নশ্বৰদেহক ।

📌হোজাই আৰক্ষীয়ে আবুল কাছেমৰ ঘৰত তালাচী চলাই সন্দেহযুক্ত ভুৱা ভাৰতীয় মুদ্ৰাৰ নোট ৫০০ টকীয়া ১১টা বাণ্ডিল উদ্ধাৰ কৰে, প্...
19/08/2025

📌হোজাই আৰক্ষীয়ে আবুল কাছেমৰ ঘৰত তালাচী চলাই সন্দেহযুক্ত ভুৱা ভাৰতীয় মুদ্ৰাৰ নোট ৫০০ টকীয়া ১১টা বাণ্ডিল উদ্ধাৰ কৰে, প্ৰতিটো বাণ্ডিলত ১০০ খন নোট।
বৰ্তমান অভিযুক্তক আটক কৰি আৰক্ষীৰ জিম্মাত লৈ অধিক তদন্ত অব্যাহত ৰাখিছে হোজাই আৰক্ষীয়ে!

20/12/2024
19/12/2024

জাতীৰ নামত দালালী কৰিব গৈ সয়ম্ভু নিজকে আমছু নেতা বুলি পৰিচয় দি থাকোঁতে স্হানীয় ৰাইজে দিলে পশু খেদা। আমছু'ৰ নাম লৈ দালালী কৰাৰ বিৰুদ্ধে ৰাইজে লৈছে সিদ্ধান্তঃ

📌চামগুৰিত দুৰ্বৃত্তৰ ‌গুলী চালনা গুলীবিদ্ধ কংগ্ৰেছ কমী‌ ইমান উদ্যান আঘাতপ্ৰাপ্ত ছালিমা খাতুন।
09/11/2024

📌চামগুৰিত দুৰ্বৃত্তৰ ‌গুলী চালনা গুলীবিদ্ধ কংগ্ৰেছ কমী‌ ইমান উদ্যান আঘাতপ্ৰাপ্ত ছালিমা খাতুন।

20/10/2024

দীৰ্ঘ অপেক্ষাৰ অন্ত পেলাই ঐতিহাসিক জয়নগৰ মাদ্ৰাছা বিতৰ্কৰ সমাধান সম্পৰ্কে পদক্ষেপ গ্ৰহণৰ সিদ্ধান্ত আমছু'ৰ।
ংকা

24/09/2024

বিধায়ক শিবু মিশ্ৰয় শুভেচ্ছা জনালে নৱ গঠিত হোজাই জিলা ৱেব মিয়া সন্থাক । ধন্যবাদ বিধায়ক মহোদয়🙏🙏🙏

20/09/2024

ংকা উদালী বাজাৰত v.tr avaction লৈ হুলচতলীয়া পৰিবেশ দেখিবলৈ পোৱা গৈছে ।

ভাৰতীয় আইন ব্যৱস্থাৰ সংস্কাৰ ।
02/07/2024

ভাৰতীয় আইন ব্যৱস্থাৰ সংস্কাৰ ।

26/01/2024

📌উদালি শিংগাওত অৱস্থিত Skylark jatiya vidyalaya অসমীয়া মাধ্যমৰ অতি উন্নত এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয় আজি 26 জানুৱাৰী গণৰাজ্য দিৱস উপলক্ষে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী ও শিক্ষক শিক্ষয়িত্ৰী আৰু স্থানীয় ৰাইজৰ সহযোগত প্ৰথমে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয় ।

Address

Assam Guwahati
Lanka
UDALI

Telephone

+917099446362

Website

Alerts

Be the first to know and let us send you an email when Hojai live 24×7 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Hojai live 24×7:

Share