NK From assam

NK From assam Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from NK From assam, Video Creator, Lanka.

12/12/2023
09/12/2023

নখুটি বজাৰ গাও পঞ্চায়তৰ এলেকাধীন মৌজাদাৰ গাওৰ মুজিবূৰ ৰহমান নামৰ ব্যক্তি জনৰ ঘৰ সম্পূৰ্ণ ৰূপে জুইত জাহ গৈছিলৈ। তাত আমাৰ সকলোৰে সুপৰিচিত কামাল হুছেইন বৰভূঞা চাহাব উপস্থিত হৈ সামান্য আৰ্থিক সাহাৰ্য কৰিলে। আমি খাগৰিজান যুৱ ঐক্য মঞ্চৰ পৰা কামাল হুছেইন চাহাবক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো।

28/11/2023

নখূটি খাগৰিজান যুৱ ঐক্য মঞ্চৰ সহযোগত নাহিদ আফৰিনৰ সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছে।ডিচেম্বৰৰ 1 তাৰিখত।উক্ত সাংস্কৃতিক অনুষ্ঠানটো উপভোগ কৰিবলৈ সকলোকে আমন্ত্ৰণ জনোৱা হল। আমন্ত্ৰণী বৰঙণি VIP-500 টকা আৰু General-200 টকা।
Contact No- 9365817825 /8811801867

20/11/2023
13/11/2023
29/10/2023

নখুটি ফুটবল প্ৰতিযোগিতাত উদ্ভদনি ফ্ৰফামেঁচ

28/10/2023

ফাখনা মেম্বাৰ পাঠ ১

22/10/2023

Funny games 🤪

Address

Lanka
782446

Alerts

Be the first to know and let us send you an email when NK From assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category