NK News Now

NK News Now NK News Now — Ahead of time, with truth. For Contact:📞 𝟴𝟲𝟯𝟴𝟱𝟰𝟴𝟬𝟮𝟵/ 𝟴𝟴𝟮𝟮𝟳𝟵𝟮𝟳𝟭𝟵

26/11/2025

অহা ৩ ডিচেম্বৰত অসম আৰক্ষীৰ নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব

22/11/2025

ভাৰতীয় জনতা পাৰ্টী, হোজাই জিলা বিশেষ সাংগঠনিক সভা

আজি হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৫৩ সংখ্যক ওপজা দিন
18/11/2025

আজি হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৫৩ সংখ্যক ওপজা দিন

17/11/2025

অহা ইংৰাজী ০৫/১২/২০২৫ তাৰিখ শুক্ৰবাৰে
৩ নং খাগৰিজান 'ছুফফা জামে মছজিদত' এক বাৰ্ষিক ওৱাজ ও দোৱা মেহফিলৰ আয়োজন কৰা হৈছে।

17/11/2025

লামডিংৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া হোজাই জিলা আমছুৰ মুখ্য উপদেষ্ঠা মনোৱাৰ হুছেইন বকুলৰ।

ৰাজ্য চৰকাৰে নিষিদ্ধ কৰিলে গাহৰি মাংস।অসমৰ ৭খন জিলাত নিষিদ্ধ গাহৰি মাংস কামৰূপ, ধেমাজি, লখিমপুৰ, দৰং, যোৰহাট, ডিব্ৰুগড় আ...
16/11/2025

ৰাজ্য চৰকাৰে নিষিদ্ধ কৰিলে গাহৰি মাংস।

অসমৰ ৭খন জিলাত নিষিদ্ধ গাহৰি মাংস কামৰূপ, ধেমাজি, লখিমপুৰ, দৰং, যোৰহাট, ডিব্ৰুগড় আৰু শিৱসাগৰ জিলাত নিষিদ্ধ গাহৰি মাংস। ছোৱাইন ফিভাৰৰ সংক্ৰমণ বৃদ্ধিৰ বাবে এই সিদ্ধান্ত চৰকাৰৰ

#গাহৰিমাংস

14/11/2025

হোজাই জিলাৰ লামডিং সমষ্টিৰ অন্তৰ্গত আদৰ্শ মৰ্কজ একাডেমী, নখুটি বিদ্যালয়ত আজি এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ জৰিয়তে শিশু দিৱস উদযাপন কৰা হয়।
#অসমীয়ানিউজ

14/11/2025

"আদৰ্শ মৰ্কজ একাডেমী নখুটি বিদ্যালয়ত" শিশু দিৱসৰ দিনা পঞ্চম শ্ৰেণীৰ এগৰাকী ছাত্ৰীৰ কন্ঠত 'মায়াবিনি'
#মায়াবিনি

07/11/2025



ভাৰতৰত্ন, অসমৰত্ন, পদ্মভূষণ, পদ্মবিভূষণ গীতিকাৰ সুৰকাৰ কন্ঠশিল্পী সংগীত পৰিচালক বোলছবি নির্মাতা সুধাকণ্ঠ ড০ ভূপেন হাজৰীক...
05/11/2025

ভাৰতৰত্ন, অসমৰত্ন, পদ্মভূষণ, পদ্মবিভূষণ গীতিকাৰ সুৰকাৰ কন্ঠশিল্পী সংগীত পৰিচালক বোলছবি নির্মাতা সুধাকণ্ঠ ড০ ভূপেন হাজৰীকাদেৱৰ ১৪তম মৃত্যুদিৱসত তেখেতলৈ একাঁজলি শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিছো।

Address

Lanka

Website

Alerts

Be the first to know and let us send you an email when NK News Now posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share