Assamese Tv Pranjal

Call Directions Website Contact the business

Assamese Tv Pranjal Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Assamese Tv Pranjal, Digital creator, Hawaipur Station Road, Lanka.

আমাৰ এই পেজত সামাজিক মাধ্যমত ভাইৰেল ভিডিও বোৰৰ ওপৰত ভিডিও দিয়া হয় লগতে পৰিবেশৰ লগত সংগতি ৰাখি Vlogs ভিডিও, Promotion video বোৰ আপোনালোকৰ বাবে আগবঢ়োৱা হয়, গতিকে যদি ভিডিও বোৰ চাই ভাল পায় তেনেহলে পেজখন follow কৰি দিব,

16/10/2026

ড° তুলি ৰাম ৰংহাঙৰ ৰাজনৈতিক কৰ্মৰাজিত সন্তুষ্ট হৈ বিজেপিত যোগদান শ শ লোকৰ

কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা ১১১ নং ৰংখাং বিধানসভা সমষ্টিৰ বিধায়ক ড° তুলি ৰাম ৰংহাঙৰ ৰাজনৈতিক কাৰ্যকলাপত সন্তুষ্ট হৈ প্ৰতিদিনৰ দৰে আজিও ডিফুস্থিত তেওঁৰ বাসগৃহত সমবেত হয় শ শ লোক। জানিব পৰা মতে, ড° তুলি ৰাম ৰংহাঙৰ প্ৰতি আস্থা প্ৰকাশ কৰি সমবেত হোৱা এই লোকসকলে ভাৰতীয় জনতা পাৰ্টি (বিজেপি)ত যোগদান কৰে।

ডিফুস্থিত বাসগৃহত অনুষ্ঠিত এই যোগদান কাৰ্যসূচীত নতুনকৈ বিজেপিত যোগদান কৰা লোকসকলৰ উপস্থিতিয়ে ৰাজনৈতিক মহলত বিশেষ চৰ্চা লাভ কৰিছে।

15/10/2026

ছাগলীক দানা দিয়াৰ সময়ত

15/10/2026

ধন্যবাদ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চাৰ
CMAAA দিয়া বাবে
নতুনকৈ ছাগলী ফাৰ্ম কেনেকৈ বনাব
কি বেমাৰত কি ঔষধ দিয়া হয় আৰু কি কি খাদ্য খোৱালে ছাগলী সোনকালে ডাঙৰ হয়।

13/10/2026

পশ্চিম কাৰ্বি আংলঙৰ হামৰেনত উপস্থিত মন্ত্ৰী পীয়ুষ হাজৰিকা।
কেবাটাও পথ ও প্ৰকল্পৰ উদ্বোধন।

13/10/2026

এইয়া মাজিহাদিৰ দৃশ্য, নিশা এনেকৈ বনৰীয়া হাতী খেদিব লাগে হাৱাইপুৰৰ ৰাইজে

13/10/2026

ডিফুৰ লংকুং হাবে হ'লত ভাৰতীয় জনতা পাৰ্টিৰ সভা আয়োজিত।

পাহাৰীয়া জিলা কাৰ্বি আংলং মূখ্য চহৰ ডিফুত স্থিত লংকুং হাবে হ'লত ভাৰতীয় জনতা পাৰ্টিৰ সভা আয়োজিত হয়। উক্ত সভাত মূখ্য অতিথি ৰূপে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা বিধায়ক তুলিৰাম ৰংহাঙ আৰু টীম কাৰ্বি আংলং একেলগে সভাত উপস্থিত হয়।

13/10/2026

দ্বিতীয় সংখ্যক ভীৰ ডিমালু (VEER DIMALU) ট্ৰফি চূডান্ত ফুটবল প্ৰতিযোগিতা লংকা চিংজুৰি খেলপথাৰত সম্পন্ন৷
# #হোজাই জিলা উপায়ুক্ত সঞ্জয় দত্ত উপস্থিত।

13/10/2026

Thank you facebook.......

13/10/2026

হাৱাইপুৰত অকলশৰীয়া সৰু হাতীৰ পোৱালি লগত লৈ খেতি খাই থকা নান্দনিক দৃশ্য

Address

Hawaipur Station Road
Lanka
782446

Alerts

Be the first to know and let us send you an email when Assamese Tv Pranjal posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Assamese Tv Pranjal:

Shortcuts

Share