Khari Khana NE

Directions

Khari Khana NE যিকোনো বিজ্ঞাপনৰ বাবে আমাৰ সৈতে যোগাযোগ কৰক-9678093912
(4)

এটা সোণালী যুগ, হাজাৰটা স্মৃতি আমাৰ মৰমৰ জুবিন দা আৰু গৰিমা বৌ ।
10/10/2026

এটা সোণালী যুগ, হাজাৰটা স্মৃতি আমাৰ মৰমৰ জুবিন দা আৰু গৰিমা বৌ ।

অসমীয়াৰ আবেগৰ শিল্পী জুবিন গাৰ্গৰ Justice for Zubeen Garg  নামেৰে সামাজিক মাধ্যমত post দিয়া লাহে লাহে নাইকীয়া হ'ব ধৰি...
10/10/2026

অসমীয়াৰ আবেগৰ শিল্পী জুবিন গাৰ্গৰ Justice for Zubeen Garg নামেৰে সামাজিক মাধ্যমত post দিয়া লাহে লাহে নাইকীয়া হ'ব ধৰিছে , আনফালে দুষ্ট সকলৰ জামিন মঞ্জুৰ হৈছে।

10/10/2026

মহানগৰীত চালক হেণ্ডিমেনৰ গুণ্ডাগিৰি

10/10/2026

যুৱতীক ইম্প্ৰেছ কৰিবলৈ এখন গাড়ীৰ পৰা আন এখন গাড়ীলৈ যাওতেই যুৱকৰ ষ্টাণ্ট হ'ল বিফল

📌বদৰুদ্দিন আজমলেই জিকিব লাগিছিল বুলি এই মুহূৰ্তত ৰাইজৰ মাজত চৰ্চা চলিছে।📌নিৰ্বাচনত পৰাজয় হ'ব পাৰে, কিন্তু মানুহৰ হৃদয়ত...
10/10/2026

📌বদৰুদ্দিন আজমলেই জিকিব লাগিছিল বুলি এই মুহূৰ্তত ৰাইজৰ মাজত চৰ্চা চলিছে।
📌নিৰ্বাচনত পৰাজয় হ'ব পাৰে, কিন্তু মানুহৰ হৃদয়ত থকা স্থান ইমান সহজে হেৰাই নাযায়।

10/10/2026

📌ঘৰৰ নামত হওক, জব কাৰ্ডৰ নামত হওক অথবা অন্য কোনো চৰকাৰী আঁচনিৰ সুবিধা প্ৰদানৰ নামত হওক,,,,
কোনো ব্যক্তি বা মধ্যভোগীক টকা নিদিবলৈ ৰাইজক আহ্বান জনোৱা হৈছে,,,,

09/10/2026

"এইবাৰ ৩ লাখ ৭০ হাজাৰ লোকে পাব চৰকাৰী পকী ঘৰ!
আপোনাৰ নাম তালিকাত আছে নে নাই জানি লওঁক !
৯ ডিচেম্বৰত সোমাব চৰকাৰী পকী ঘৰৰ টকা।
প্ৰতিটো পৰিয়ালে চৰকাৰে দিব এটা কৈ পকী ঘৰ।


২০১৭ চনৰ আগষ্ট মাহত সাগৰ জিলাৰ চিতোৰা গাঁৱৰ প্ৰায় ৪০০ স্কুলীয়া ছাত্ৰ-ছাত্ৰীক সুৰক্ষা প্ৰদানৰ বাবে মধ্যপ্ৰদেশৰ মুখ্য কন...
09/10/2026

২০১৭ চনৰ আগষ্ট মাহত সাগৰ জিলাৰ চিতোৰা গাঁৱৰ প্ৰায় ৪০০ স্কুলীয়া ছাত্ৰ-ছাত্ৰীক সুৰক্ষা প্ৰদানৰ বাবে মধ্যপ্ৰদেশৰ মুখ্য কনিষ্টবল অভিষেক পেটেলে নিজৰ জীৱনকো তুচ্ছজ্ঞান কৰিছিল। তেওঁলোকৰ বিদ্যালয়ৰ ওচৰত ১০ কিলোগ্ৰাম ওজনৰ বিস্ফোৰণ নোহোৱা আৰ্টিলাৰীৰ গোলা এটা পোৱা গৈছিল আৰু পেটেলে বিপদ কমোৱাৰ বাবে প্ৰায় এক কিলোমিটাৰ দূৰলৈ লৈ গৈছিল। তেওঁৰ সাহসে শিৰোনাম দখল কৰিছিল, আৰু তেতিয়াৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে তেওঁৰ সাহসিকতাৰ বাবে ₹50,000 পুৰস্কাৰ কৰিছিল।

মোৰ মতে প্ৰকৃত নায়কসকলে নিজৰ জীৱনৰ আগত জনসাধাৰণৰ সুৰক্ষাক স্থান দিয়াৰ বাবে স্থায়ী সন্মানৰ যোগ্য। তেওঁলোকৰ কাহিনীবোৰে আমাক সোঁৱৰাই দিয়ে যে কৰ্তব্য আৰু সাহসৰ প্ৰকৃত অৰ্থ কি।

**অস্বীকাৰ:** জনসচেতনতা আৰু ৰিপৰ্ট কৰা বাস্তৱিক কাণ্ডৰ প্ৰশংসাৰ বাবে শ্বেয়াৰ কৰা হৈছে।


#মাধ্যপ্রদেশ
,

অমৃতপ্ৰভাৰ জামিন লাভ
09/10/2026

অমৃতপ্ৰভাৰ জামিন লাভ

09/10/2026

মিঞা সকলে বিজেপিত ভোট দিলেও বিজেপিৰ নীতি আদৰ্শ সলনি ন'হয়।
স্পষ্ট ঘোষণা মুখ্যমন্ত্ৰীৰ।

Address

Lanka

Website

Alerts

Be the first to know and let us send you an email when Khari Khana NE posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share