Ajoy chetry

Ajoy chetry Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Ajoy chetry, Digital creator, Ledo.

17/03/2026

মাৰ্ঘেৰিটাৰ ৰাইজৰ দলৰ নেতা ৰাহুল ছেত্ৰীৰ বায়’ডাটা

06/11/2025
06/11/2025

কংগ্ৰেছ মানেই হৈছে ৰকিবুল হুছেইন আৰু ৰকিবুল হুছেইন মানেই বহিৰাগত পমুৱা। ৰকিবুল হুছেইনৰ দৰে অসমবিৰোধী নেতাক লৈ কংগ্ৰেছে কেনেকৈ ক্ষমতা দখলৰ সপোন দেখিছে?

05/11/2025

অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে অসম চৰকাৰৰ যুঁজ অব্যাহত আছে আৰু থাকিব : মাতৃভূমিক প্ৰশ্ন কৰা সকলৰ বাবে এয়াই প্ৰমাণ।

05/11/2025

"মানুহে মানুহৰ বাবে…"

২০২৫—ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী বৰ্ষ৷ আপোনালোকৰ লগতে আমিও বিশ্ব বৰেণ্য শিল্পীগৰাকীক এই বিশেষ বৰ্ষটিত বিশেষভাৱে স্মৰণ কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছোঁ৷ তাৰ ভিতৰত প্ৰাণৰ অসম সন্তানগৰাকীৰ এই বর্ষীয় মৃত্যুবাৰ্ষিকী আমি প্ৰতিখন জিলাত এক ব্যতিক্ৰমী ধৰণে উদযাপন কৰিবলৈ আগবাঢ়িছোঁ৷ য'ত আপোনালোকৰ পূৰ্ণ সহযোগিতাৰে সুধাকণ্ঠৰ অমৰ সৃষ্টি 'মানুহে মানুহৰ বাবে…' শীৰ্ষক গীতটি জিলাই জিলাই পৰিৱেশন কৰা হ'ব৷

প্ৰতি জিলাৰ প্ৰতিগৰাকী লোকে এই অনুষ্ঠানত অংশগ্ৰহণ কৰি ভূপেনদাক শ্ৰদ্ধাঞ্জলি জনাব পাৰিব৷ আজিৰ অনুষ্ঠানৰ সফলতা কামনা কৰি প্ৰতি জিলা প্ৰশাসন আৰু অংশগ্রহণকাৰীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ৷

মানুহে মানুহৰ বাবে : পৱিত্ৰ মৃত্যুবাৰ্ষিকীত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাদেৱলৈ সশ্ৰদ্ধ প্ৰণিপাত ✨
05/11/2025

মানুহে মানুহৰ বাবে : পৱিত্ৰ মৃত্যুবাৰ্ষিকীত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাদেৱলৈ সশ্ৰদ্ধ প্ৰণিপাত ✨

04/11/2025

জুবিন গাৰ্গৰ ন্যায়ৰ বাবে SIT-এ দিনে নিশাই কষ্ট কৰিছে। তেওঁলোক সফল হোৱাৰ বাবে আমি প্ৰাৰ্থনা কৰিব লাগিব। জুবিন গাৰ্গৰ ন্যায়ক লৈ চৰকাৰে আপোচ কৰা নাই আৰু নকৰে।

04/11/2025

বিৰোধী দলৰ সভাপতিৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰিছে কাৰ্বি ভূমি। কাৰ্বি ৰাইজক সময়ে সময়ে অপমান কৰা কংগ্ৰেছ দলক কোনোপধ্যেই প্ৰশ্ৰয় নিদিয়ে কাৰ্বি পাহাৰৰ জনতাই।

04/11/2025
03/11/2025

একালত জুবিন দাই অসম অনুপ্ৰৱেশমুক্ত হোৱাৰ সপোন দেখিছিল আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই এতিয়া সেই সপোন পুৰণ কৰি আছে। উচ্ছেদ আগতেও হৈছিল আৰু আগলৈও হ'ব।

03/11/2025

আমাৰ জুবিন দাক ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰি থকাসকললৈ আমাৰ মুকলি আহ্বান : ৰাজনীতি আৰু জুবিন গাৰ্গক সংপৃক্ত নকৰিব। জুবিন দাক আমি তেওঁৰ সৃষ্টিৰ মাজেৰে জীয়াই ৰাখিব লাগিব।

03/11/2025

Address

Ledo

Website

Alerts

Be the first to know and let us send you an email when Ajoy chetry posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share