India Talks

India Talks newindiatalkies.in is a new initiative for new era of news to tune with new generation, newindiatalk

Glimpses of Nomination of Candidates at Lumding College, Hojai.
04/11/2025

Glimpses of Nomination of Candidates at Lumding College, Hojai.

২০২৩ বৰ্ষৰ ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ কলা শাখাত লামডিং নাদীৰপাৰ লাষ্ট কলনী'ৰ অশোক দত্ত আৰু সৰস্বতী দত্তৰ পুত্ৰী/লামড...
08/06/2023

২০২৩ বৰ্ষৰ ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ কলা শাখাত লামডিং নাদীৰপাৰ লাষ্ট কলনী'ৰ অশোক দত্ত আৰু সৰস্বতী দত্তৰ পুত্ৰী/লামডিং মহাবিদ্যালয়ৰ ছাত্ৰী স্নেহা দত্তয়ে লামডিংবাসী ৰাইজলৈ গৌৰৱ কঢ়িয়াই আনিছে, স্নেহা দত্তয়ে পাঁচটা বিষয়ৰ ভিতৰতে পাঁচটা বিষয়তে ষ্টাৰমাৰ্ক লগতে Distinction সহ লামডিং মহাবিদ্যালয়ত প্ৰথম স্থান লাভ কৰিছে, সৰ্বমুঠ 500 নম্বৰৰ ভিতৰত 445 অৰ্থাৎ 89% শতাংশ নম্বৰ লাভ কৰি লামডিং মহাবিদ্যালয়ৰ নাম জিলিকাই তুলিছে। স্নেহা দত্তক তেওঁৰ এই সফলতা বাবে শুভকামনা জ্ঞাপন কৰিছো লগতে তেওঁৰ উজ্বল ভৱিষ্যতৰ কামনা কৰিছোঁ।
Lumding College
Everyone

15/05/2021

হোজাইত সঘনাই চলি থাকে হাতী মানুহৰ সংঘাত

14/05/2021

লামডিং আৰক্ষীৰ তৎপৰতা

08/05/2021

ৰেলৱেৰ নগৰী লামডিঙত ভিন্ন ভিন্ন ঠাই কনটেন্টমেন জোনৰ কবলত

15/02/2021

এইবাৰ সৰুপথাৰৰ অসম-নাগালেণ্ড সীমান্ত মুখৰিত হ’ল বাগৰুম্বা নৃত্যত

14/02/2021

ৰেলনগৰী লামডিত আজি কলাদিবস পালন কৰা হয় ভেলেণ্টাইনৰ দিনা

13/02/2021

লামডিং লঙ্কা সংযোগী 37 নং ৰাষ্ট্ৰিয় ঘাই পথত পথদূৰ্ঘটনা

13/02/2021

| ৰাইজৰ প্ৰচেষ্টাত ৰক্ষা পৰিল নাবালিকা গৰাকী।

12/02/2021

আজৱ ঠাইৰ গাজৱ ঘটনা৷সাধাৰণ প্লেট এখনক কেন্দ্ৰ কৰিয়েই সংঘটিত হয় হতাহতিৰ দৰে পৰিৱেশ

আজি সদনত ২০২১ৰ ১ এপ্ৰিলৰ পৰা ৩০ ছেপ্টেম্বৰ পৰ্যন্ত ছয় মাহৰ বাবে ৬০,৭৮৪.০৩ কোটি টকা মুঠ ব্যয়ৰ লেখানুদান বাজেট দাখিল কৰে ব...
12/02/2021

আজি সদনত ২০২১ৰ ১ এপ্ৰিলৰ পৰা ৩০ ছেপ্টেম্বৰ পৰ্যন্ত ছয় মাহৰ বাবে ৬০,৭৮৪.০৩ কোটি টকা মুঠ ব্যয়ৰ লেখানুদান বাজেট দাখিল কৰে বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
আজি মাজনিশাৰ পৰা প্ৰতি লিটাৰ পেট্ৰ’ল আৰু ডিজেলৰ মূল্য ৫ টকালৈকে হ্ৰাস পাব ৷ বিধানসভাত লেখানুদান বাজেট দাখিল কৰি এই ঘোষণা বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

12/02/2021

হোজাইৰ শংকৰদেৱ নগৰ অতিৰিক্ত জিলা ও ছেচনচ ন্যায়ধীশ আদালতৰ ঐতিহাসিক ৰায়দান

Address

Lumding
782447

Alerts

Be the first to know and let us send you an email when India Talks posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to India Talks:

Share

NEW INDIA TALKIES

अगर हमारा वीडियो अच्छा लगे तो हमारा फेसबुक पेज, यूट्यूब, वेबसाइट और हमें मेल करें। [email protected] हमारा फोन नंबर -8638601988

WELCOME TO TALKIES NETWORK PAGE