Habung Or Buwari Sangita Dutta New

Habung Or Buwari Sangita Dutta New Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Habung Or Buwari Sangita Dutta New, Video Creator, Habung, Machkhoa.

নমষ্কাৰ এইটো মোৰ নতুন page। মই Sangita কুহুৰ মা ❤️লগতে Ex-Staff Nurse 👩‍⚕️ 6 years experience/আমাৰ এই page টোত আপোনালোকে মোৰ অভিজ্ঞতাৰ পৰা baby আৰু মাৰ care tips কিছুমান লগতে আমাৰ personal vlogs বোৰ পাব 😊।ধন্যবাদ 🙏

15/09/2026

📌📌কুহুক খানা খুৱাবলৈ মই এইবোৰেই টিপচ ব্যৱহাৰ কৰো।কেতিয়াওঁ মোবাইল,টিভি দেখুৱাই বা মোবাইলট গান লগাই নোখোৱাও নিজেই গাই দিম লাগিলে জনাই নজনাই 😄😁

চিজাৰিয়ানৰ পিছত হোৱা মূৰৰ বিষটো যিসকলক হৈছে তেওঁলোকে ভালকৈ বুজি পাব যে এইটো সাধাৰণ মূৰৰ বিষতকৈ কিমান ওপৰৰ।ডিঙিটোত ওপৰত ...
15/09/2026

চিজাৰিয়ানৰ পিছত হোৱা মূৰৰ বিষটো যিসকলক হৈছে তেওঁলোকে ভালকৈ বুজি পাব যে এইটো সাধাৰণ মূৰৰ বিষতকৈ কিমান ওপৰৰ।ডিঙিটোত ওপৰত যেন কিবা ১০ kg মানৰ গধূৰ ব্স্তু এটা লাগি আছে তেনেকুৱা লাগে।না উঠি বহি লৈ নিজেই খাব পাৰি না কেঁচুৱাক গাখীৰ খুৱাবলৈ উঠিব পাৰি 🥲🥲শুই থাকিলে ভাল, যদি উঠি বহি দিয়া হয় ডিঙি মূৰ বিষত মূৰটো যেন ডিঙিটোৰ পৰা চিঙি যাব তেনেকুৱা লাগে।চিজাৰিয়ান কৰা পিছদিনাই ২৪ ঘণ্টাৰ পিছতে যেতিয়া ডাক্তৰে বিচনাৰ পৰা উঠিবলৈ কৈছিল, ঠিক ২৫ ঘণ্টা মান হওঁতেও মই পেচাবৰ পাইপ Nurse ok নিজেই খুলিবলৈ কৈ নিজেই বাথৰুমত গৈ তাতে কাম কৰা বাই এগৰাকীৰ সহায়ত fresh হৈ নিজেই বিচনাত আহি উঠিলো, তাৰ পিছত ২,৩ ঘণ্টাৰ পিছৰ পৰা যি বিষ লাগিলে মানে কি কম বিষৰ বেজি, চেলাইন লৈও ঠিক হোৱা নাছিল ভাবিলেই কিবা লাগে সেই দিনবোৰ।৩ নম্বৰ দিনা ছুটী দিলে খোজ কাঢ়ি নিজেই গাড়ীলৈকে আহিলোঁ। ১৫,২০ মিনিটমান ৰাস্তা আহিছোঁ আৰু আকৌ লাগি গ'ল মূৰৰ বিষ Dibrugarh পৰা পিছৰ ছিটত শুই শুই আহিছোঁ ধেমাজি লৈকে। ভাবিব নোৱাৰ অভিজ্ঞতা 🥲আৰু আছে চিজাৰিয়ানৰ কৰাৰ পিছৰ তিতা কেঁহা জ্বলা অভিজ্ঞতা কম দেই আপোনালোকক কেতিয়াবা। কিমান যে কি কি সহ্য কৰিব লগীয়া হল চিজাৰিয়ানৰ কৰা আগত আৰু পিছত,তাতে আকৌ কিছুমানে কয় তহঁতৰ নো কি কষ্ট হল চিজাৰিয়ানৰ হে কৰিছ।যেন পেটটো কটাই নাই কিবা যাদু কৰি হে উলিয়াই আনিছে ডাক্তৰে তেনেকুৱা কৈ কয় 😄😄।আপোনালোকৰো কাৰোবাৰ মোৰ দৰে মূৰৰ বিষ হৈছিল নে ?

আজি জোনটোৱে তৰাৰ হৈতে কিবা কথা পাতিছে। আমাৰ  জুবিন দা তৰাৰ দেশলৈ যোৱা এবছৰ হবৰ হ'ল ,কিজানি তেওঁৰ আগমণ সেই এবছৰীয়া দিনটো...
14/09/2026

আজি জোনটোৱে তৰাৰ হৈতে কিবা কথা পাতিছে। আমাৰ জুবিন দা তৰাৰ দেশলৈ যোৱা এবছৰ হবৰ হ'ল ,কিজানি তেওঁৰ আগমণ সেই এবছৰীয়া দিনটো তৰাৰ দেশত কিদৰে উদযাপন কৰিব জোনে ,তৰাই তাৰেই আলোচনা কৰিছে 🥲🥲🥲।ঘপকৈ বাহিৰলৈ গৈ জোনটো এবাৰ চাই আঁহক আপুনিও মোৰ দৰেই দেখিছেনে comment অত জনাবলৈ নাপাহৰিব 😊😊

আইতাকৰ লগত বালি মাম মাম বনাই আছে ❤️🧿
14/09/2026

আইতাকৰ লগত বালি মাম মাম বনাই আছে ❤️🧿


Location টো চিনি পোৱা সকলে comment কৰিব 😊😊
14/09/2026

Location টো চিনি পোৱা সকলে comment কৰিব 😊😊

14/09/2026

কুহুয়ে মোক শিলিখা বুটলি দিছে গছৰ তলৰ পৰা 😍বহুত ডাঙৰ হল আমাৰ ছোৱালীজনী 🥰❤️🧿

মোৰ পাকঘৰত কাম কৰি দিয়া,শাক পাচলি কাটি দিয়া মানুহৰ অভাৱ  নাই আজিকালি 😃😃গোটেই শাক পাচলি তলত নমাই  দিয়ে 😄সৰু আলু বটলত ভৰ...
14/09/2026

মোৰ পাকঘৰত কাম কৰি দিয়া,শাক পাচলি কাটি দিয়া মানুহৰ অভাৱ নাই আজিকালি 😃😃গোটেই শাক পাচলি তলত নমাই দিয়ে 😄সৰু আলু বটলত ভৰাই আছে 🥱😃😃

13/09/2026

খোজ কাঢ়িব পাৰিলে যে ঘৰৰ ভিতৰত সোমাই নাথাকে 😃😃আজি ৩ বাৰ গা ধোৱা হব তাইৰ 🙄

Address

Habung
Machkhoa

Website

Alerts

Be the first to know and let us send you an email when Habung Or Buwari Sangita Dutta New posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category