19/09/2026
Zubeen Garg কোন ?
জুবিন গাৰ্গ সেইজন...
যাৰ বুকুত আছিল মানৱতাৰ প্ৰকৃত গুণ,
যাৰ কণ্ঠত আছিল অসমৰ মাটিৰ গোন্ধ,
যাৰ সৃষ্টিত আছিল আমাৰ আৱেগ,
যাৰ প্ৰতিটো গীতত বিচাৰি পাইছিলোঁ আমাৰ জীৱনৰ প্ৰতিটো দিন,
যাৰ গীত শুনি টোপনি গৈছিল কৌটি কৌটি জনতা,
যাৰ এটি গীতৰ দুটি শব্দতে গঢ় লৈ উঠিল এটি অনুষ্ঠান- "মন যায়",
যাৰ আছিল শতৰু জনকো বিশ্বাস কৰিব পৰা ক্ষমতা,
যাৰ গীতত জীপাল হৈ আছে আৰু থাকিব অসংখ্য হৃদয় আৰু প্ৰতিটো প্ৰজন্ম❤️🙏
JOY ZUBEEN DA✊