Hazarika page

Hazarika page জীৱনৰ সফলতা আৰু বিফলতা নিৰ্ভয় কৰে নিজৰ কৰ্মপতুতাৰ ওপৰত | মোৰ এই পেইচটো follow আৰু share কৰিব |

এইয়া আমাৰ সপোন
15/02/2025

এইয়া আমাৰ সপোন

30/10/2024

তোসামোধ কৰিব নজনাৰ বাবে আজি সামাজিক ভাৱে অপ্রিয় |স্বাৰ্থবাদী সমাজ ব্যৱস্হাত তোসামোদী কাৰী প্রয়োজনীয়তা অধিক | যি সচাঁক সচাঁ বুলি মিছাক মিছা বুলি কোৱাৰ পৰিবৰ্তে অন্ধৰ ভাও ধৰি নিজৰ অতিত্বক জহাই সত্যবাদীৰ ঢাকঢোল বজাই থকা সকলেই হল সমাজ সচেতক আৰু সংস্কাৰক | আজি এই ধাৰাটো সমাজত বিদ্রমান | তাতোকৈ এই সকলৰ সংগী ৰ অভাৱ নাই কাৰন তেওঁলোক দুই তাল মৰাত সিদ্ধহস্ত | কিন্ত সততাৰ সংগীৰ সংগ কম যদিও তেওঁলোকে তেনেলোকক দুৰ্ববল বুলিয়ে অনুভৱ কৰে |
বি:দ্র:- ই মোৰ নিজা অনুভৱহে | আপোনালোকৰ মতামত জনাবচোন |

22/09/2024

মানুহ এনে এক প্রানী যাৰ পেট নভৰে |

আজি সমাজৰ অৱক্ষয় ঘটিছে উশৃংখলাত মাজত আজি ৰপ্রজন্ম |  যুৱ সংঘৰ প্রতিষ্ঠা দিৱসত বক্তব্য ৰাখো |
22/08/2024

আজি সমাজৰ অৱক্ষয় ঘটিছে উশৃংখলাত মাজত আজি ৰ
প্রজন্ম | যুৱ সংঘৰ প্রতিষ্ঠা দিৱসত বক্তব্য ৰাখো |

Address

Majuli

Telephone

+18472872591

Website

Alerts

Be the first to know and let us send you an email when Hazarika page posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share