NOISE workstation

NOISE workstation Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from NOISE workstation, Record Label, Nagoan Gaosai Bari , Majuli , PO R. N. Khowa, Majuli.

27/10/2025

সোনকালেই আপোনালোকৰ মাজলৈ আহি আছে।

22/10/2025

আগন্তুক ৰাস ৰ প্ৰস্তুতি, সকলোৱে আশীৰ্বাদ কৰিব🙏🙏



NOISE workstation

24/09/2025

🙏🙏🙏
হে মহান,তোমাক আমাৰ বুকুৰ নিভাজ কোণত চিৰদিনৰ বাবে সাঁচি ৰাখিম 🙏🙏🙏

20/09/2025

সকলোৰে মৰমৰ , আমাৰ সম্পদ ,হিয়াৰ আমঠু, জুবিন দাৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন নোহোৱা পৰ্যন্ত আমাৰ সকলো কামকাজ বন্ধ থাকিব।

এই মৃত্যু সহজ নহয়।এই বিদায় চিৰ বিদায় নহয়। তোমাক আমি দেখি নাপাওঁ।তুমি তোমাৰ সৃষ্টিৰ জৰিয়তে সদাই আমাৰ মাজত থাকিবা।
19/09/2025

এই মৃত্যু সহজ নহয়।
এই বিদায় চিৰ বিদায় নহয়।
তোমাক আমি দেখি নাপাওঁ।
তুমি তোমাৰ সৃষ্টিৰ জৰিয়তে সদাই আমাৰ মাজত থাকিবা।

শ্ৰী শ্ৰী কৃষ্ণৰ জন্মাষ্টমী'ৰ  উপলক্ষেআমাৰ সকলোৰে প্ৰচেষ্টাত "শ্ৰী গুৰু" এলবামৰ চতুৰ্থটি  গীত, "কৃষ্ণ উপজিলে"শীৰ্ষক  দিহ...
17/09/2025

শ্ৰী শ্ৰী কৃষ্ণৰ জন্মাষ্টমী'ৰ উপলক্ষে
আমাৰ সকলোৰে প্ৰচেষ্টাত "শ্ৰী গুৰু" এলবামৰ চতুৰ্থটি গীত, "কৃষ্ণ উপজিলে"শীৰ্ষক দিহানাম ভাগ আপোনালোকৰ মাজলৈ আগবঢ়াই দিলো ।

গীতটি এবাৰ শুনিব আৰু মৰম আৰু আশীৰ্বাদ দিব, লগতে কেনে পালে নিশ্চয় জনাব।😊🙏🏻 https://youtu.be/MIvS8jdnERo?si=IHHJ07og1B6hkL9D
সবিশেষ জানিবলৈ 9707072167, 80115062510যোগাযোগ কৰিব।

পূৰ্ণ ব্ৰহ্ম অংশ ৰূপ শ্ৰী কৃষ্ণ শ্ৰী চৈতন্য প্ৰাণ হৃদিনাথ শ্ৰী হৰি, পৰম ব্ৰহ্ম দেৱ ৰূপ শ্ৰী বিষ্ণু শ্ৰীবৈষ্ণৱ ধ্...

29/08/2025

゚viralシfypシ゚viralシalシ

 ゚viralシfypシ゚viralシalシ
29/08/2025

゚viralシfypシ゚viralシalシ

20/06/2025

"জ্যোতি-বিষ্ণুৰ বাটেৰে" মহান পুৰুষ দুজনাৰ আদৰ্শৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই আমাৰ এক প্ৰচেষ্টা । সকলোৱে আদৰি ল'ব 🙏

বিশেষ কেইটামান কাম হাতত লৈNOISE workstation ত আমিবোৰ 🙏🙏
27/05/2025

বিশেষ কেইটামান কাম হাতত লৈNOISE workstation ত আমিবোৰ 🙏🙏

10/04/2025

কৃষ্ণ 🙏🕊️

#বহাগআকৌআহিলবুলি

#বিহু2025
#বিহু
#বিহুনাম


PM

#শ্ৰীগুৰুFoundation

সকলোৱে আশীৰ্বাদ প্ৰয়োজন।

24/02/2025

Coming soon
NOISE workstation majuli

Address

Nagoan Gaosai Bari , Majuli , PO R. N. Khowa
Majuli
785104

Telephone

+918011506251

Website

Alerts

Be the first to know and let us send you an email when NOISE workstation posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to NOISE workstation:

Share

Category