island news

island news all news

24/11/2025

মাজুলীত ছয় জনগোষ্ঠীৰ জনজাতি কৰনৰ বিৰোধিতাৰে প্ৰতিবাদ TMPKৰ

20/11/2025

📌মাজুলীৰ গৰু মহ পালকসকললৈ সু খৱৰ।
📌গড়মূৰত গাখীৰ শীতলকৰন কেন্দ্ৰ মুকলি কৰে বিধায়ক ভুৱন গামে।
📌এতিয়াৰে পৰা গাখীৰৰ উচিত মূল্য লাভ কৰিব গৰু মহ পালকসকলে।

20/09/2025
13/09/2025

📌ভাৰত ৰত্ন ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত পৰিবেশন কৰা মাজুলীৰ শিল্পী দলটো।
📌ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত উপস্থিত থাকে মাননীয় প্ৰধান মন্ত্ৰী নৰেদ্ৰ মোডী।
📌1001 গৰাকী শিল্পীয়ে ১৩টা ভূপেন্দ্ৰ সংগীত একেলগে পৰিবেশন কৰে।

05/08/2025

কৃষি বিভাগৰ দামী ট্ৰেক্টৰ মাজুলীত কোন কৃষকে পালে বাৰু ???
মতামত দিব

📌 আপোনাৰ মতামত কি??
11/07/2025

📌 আপোনাৰ মতামত কি??

11/04/2025

মাজুলীৰ অফলামুখ ফেৰী ঘাটত ৰপেক্স আৰু ফেৰীৰ মাজত মুখামুখি সংঘৰ্ষ।
কথমপি প্ৰান ৰক্ষা শতাধিক যাত্ৰীৰ।

31/03/2025

📌 মাজুলী যোৰহাট সংযোগী দলং নিৰ্মাণ সম্পূৰ্ণ নহয়।।
📌 কি কৈছিল অখিল গগৈক এগৰাকী মন্ত্ৰীয়ে ?

06/03/2025

📌 মাজুলীৰ বৰা কোন হয় ?
📌 মাজুলীত বৰাৰ নেতৃত্বতে চলিছে অবৈধ সুৰাৰ ৰমৰমীয়া ব্যৱসায়।।
📌 মাজুলীত অসম প্ৰদেশ মহিলা কংগ্ৰেছ কমিটীৰ সভানেত্ৰী মীৰা বৰঠাকুৰৰ বিস্ফোৰণ।।
📌 মহন্তয়ো চলাইছে চিণ্ডিকেত।।
📌 বিতং তথ্য প্ৰকাশিত হৱ পৰবৰ্তী প্ৰতিবেদনত।।

Address

Majuli

Telephone

+919401290682

Website

Alerts

Be the first to know and let us send you an email when island news posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to island news:

Share