Nayan Ligang

Nayan Ligang নৈপৰীয়া মানুহ। স্বাভিমানী।
(1)

গছৰ সমান ওখ মানুহবোৰ 😊।
15/05/2026

গছৰ সমান ওখ মানুহবোৰ 😊।


ঘাঁহডৰাৰ দৰেই সেউজীয়া হ'বা  #মিগম_ক্ৰিষ্টিয়ানো।
14/05/2026

ঘাঁহডৰাৰ দৰেই সেউজীয়া হ'বা #মিগম_ক্ৰিষ্টিয়ানো।




কালিৰ বিশেষ দিনটোত যিসকল বন্ধু-বান্ধৱী, শুভাকাংক্ষীয়ে শুভেচ্ছাৰে আমাক ওপচাই পেলালে সকলোকে অশেষ ধন্যবাদ।  স্কুলত থকা সময...
14/05/2026

কালিৰ বিশেষ দিনটোত যিসকল বন্ধু-বান্ধৱী, শুভাকাংক্ষীয়ে শুভেচ্ছাৰে আমাক ওপচাই পেলালে সকলোকে অশেষ ধন্যবাদ। স্কুলত থকা সময়খিনিত নেটৱৰ্কৰ অসুবিধা আৰু কৰ্তব্যৰ খাতিৰত আপোনালোকৰ ফোনকল আৰু মেছেজৰ সহাঁৰি দিয়াত পলম হ'ল । আপোনালোকৰ মৰম-আশীৰ্বাদেই আমাৰ জীৱনদায়িনী শক্তি ।
জন্মৰ পৰা আঠাইছ-ঊনত্ৰিছ বছৰ বয়সলৈকে জন্মদিনৰ নামত একোৱেই কৰি নাপালো। নতুন বন্ধু কেইজনমানে জন্মদিন পতাৰ মানে তেওঁলোকক এসাঁজ খুওৱাৰ পৰম্পৰা এটা আনি দিলে। দহ-বাৰজনমান শিক্ষক বন্ধু মিলি কেক কটোৱাইছিল। তিনিবছৰ পাৰ হৈ গ'ল সেই বন্ধুমহলৰ পৰা আঁতৰি অহা। এইবছৰ মাকে-পুতেকে মই নজনাকৈ কেক আনি থৈছে। অতিথি বুলিবলৈ আমাৰ কাষতে থকা এওঁৰ বায়েকৰ পৰিয়ালটো । মই কেক কটা পৰম্পৰাটোৰ বিৰোধী যদিও সময়ৰ, বন্ধুবৰ্গৰ আব্দাৰত সোমাই পৰিবলগা হ'ল।
এইবাৰ আমাৰ ল'ৰা #মিগমে আমাক কেক কটাই খুৱাইছে।


জোন দা আপুনিও  গ'লগৈ ?  অসমীয়া কবিতাৰ বাবে এক অপূৰণীয় ক্ষতি ।  বিদেহ আত্মাৰ সদগতি কামনা কৰিলোঁ।
12/05/2026

জোন দা আপুনিও গ'লগৈ ? অসমীয়া কবিতাৰ বাবে এক অপূৰণীয় ক্ষতি । বিদেহ আত্মাৰ সদগতি কামনা কৰিলোঁ।


10/05/2026

✅️ ৰ'দত গৰু বিচাৰি ঘূৰাৰ মজাই সুকীয়া। তাকো বোকা-পানী খচকি।



📌 জুবিন গাৰ্গৰ সৈতে মই কথা পাতি নাপালো যদিও গুৱাহাটীত থকা সময়ছোৱাত একেবাৰে ওচৰৰ পৰা তেওঁৰ কথা-বতৰা শুনিছোঁ।তাৰে বেছিভাগে...
10/05/2026

📌 জুবিন গাৰ্গৰ সৈতে মই কথা পাতি নাপালো যদিও গুৱাহাটীত থকা সময়ছোৱাত একেবাৰে ওচৰৰ পৰা তেওঁৰ কথা-বতৰা শুনিছোঁ।তাৰে বেছিভাগেই আছিল চানমাৰি কমাৰ্চ কলেজৰ বিপৰীতে থকা অৰেঞ্জ ষ্টুডিঅ'ৰ( এতিয়া আছেনে নাই নাজানো) সন্মুখত মাজনিশাবোৰত। মই গুৱাহাটী এৰাৰ পৰা কেৱল ম'বাইলে, টিভিয়ে শুনিছোঁ।
📌 সিদিনা গৰিমা বৌৰ সৈতে মুখামুখি হৈ কথা পাতি এনে লাগিল যেন মই জুবিন গাৰ্গৰ সৈতে কথা পাতি আছোঁ।





🎊 Happy birthday Kankan দন্দুৰী😍।
09/05/2026

🎊 Happy birthday Kankan দন্দুৰী😍।


📌নতুন স্কুলত পেহীয়েকৰ আজি প্ৰথম দিন( শিৱসাগৰ চৰকাৰী বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়)। ওলাওঁতে শুভেচ্ছাৰে ভৰাই পঠিয়াই...
08/05/2026

📌নতুন স্কুলত পেহীয়েকৰ আজি প্ৰথম দিন( শিৱসাগৰ চৰকাৰী বহুমুখী উচ্চতৰ মাধ্যমিক বিদ্যালয়)। ওলাওঁতে শুভেচ্ছাৰে ভৰাই পঠিয়াইছে #মিগম_ক্ৰিষ্টিয়ানোৱে।


দিনে দিনে বাঢ়িছে সি । মাহে মাহে কাপোৰ সলাব লাগে । 😍
07/05/2026

দিনে দিনে বাঢ়িছে সি । মাহে মাহে কাপোৰ সলাব লাগে । 😍



স্কুললৈ ওলোৱাৰ সময়ৰ নাটক।
06/05/2026

স্কুললৈ ওলোৱাৰ সময়ৰ নাটক।



গৰুখুঁটিত একাপ চাহৰ জুতি।  দুপৰীয়া ইয়াত ঠাণ্ডা বতাহ বলে।
05/05/2026

গৰুখুঁটিত একাপ চাহৰ জুতি। দুপৰীয়া ইয়াত ঠাণ্ডা বতাহ বলে।

Address

Majuli

Alerts

Be the first to know and let us send you an email when Nayan Ligang posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Nayan Ligang:

Share