Akax Anukul

Akax Anukul Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Akax Anukul, Digital creator, Majuli.

04/03/2025

কৃষ্ণ 🕊️🙏

Some how the music always help us to live .



কৃষ্ণ 🌍🙏🏿💐 মানসিকতা সলনি হওঁ আহক।
16/09/2024

কৃষ্ণ 🌍🙏🏿💐
মানসিকতা সলনি হওঁ আহক।

''BRIDHASHRAM'' THE STORY OF THE REJECTIONS AND THE RESPECTS. THE SHORT MOVIE BY SRI DEBANGARAJ MEDHI ASSOSIATION WITH ADINIRANJAN FILMSCONCEPT & DIRECT...

25/08/2024


"গুৰু" শীৰ্ষক গীতটোৰ লগত জঢ়িত সকলো ওলগ জনালোঁ।
কথা: বিবেক ৰংদৈ & এল. বাল্মিকী
কন্ঠ & সুৰ : বসন্ত শইকীয়া
সংগীত: অংকুৰ জ্যোতি বৰা
শব্দ সংমিশ্ৰণ : শ্যামল ভূঞা
বাঁহী: দাদু ৰাজখোৱা
খোল আৰু নেগেৰা: সমুদ্ৰ হাজৰিকা
তাল: নিৰঞ্জন শইকীয়া বৰবায়ন।
সহযোগী শিল্পী: দেৱজিত, প্ৰীতম, কমল
বাণীবন্ধন :-সাৰেঙ্গ ষ্টুডিঅ' , মাজুলী
ভিডিঅ' সম্পাদনা:- ষ্টুডিঅ' দি ফকাছ,মাজুলী
দৃশ্যগ্ৰহণ:- পৰাগজ্যোতি বৰা
অভিনয়ত:- বসন্ত,সমুদ্ৰ, অংকুৰ,প্ৰভাত, দাদু,ৰমেন,প্ৰশান্ত, দিব্যজ্যোতি,বিপুল
গীতটিৰ ইউটিউব লিংক👉 https://youtu.be/kViJ6N80z8s?si=S4DJ9vq7wAbuHMs5

কৃষ্ণ 🌍🙏🏿 Works are going on...  Stay tune for "Xomoyor Botota" and "Xipa"
26/07/2024

কৃষ্ণ 🌍🙏🏿
Works are going on...
Stay tune for "Xomoyor Botota" and "Xipa"

কৃষ্ণ 🌍🙏🏿মহাপুৰুষ শ্ৰী শ্ৰী  মাধৱদেৱৰ আৱিৰ্ভাৱ দিৱসৰ ওলগ জনালোঁ সকলোকে।
24/05/2024

কৃষ্ণ 🌍🙏🏿
মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ আৱিৰ্ভাৱ দিৱসৰ ওলগ জনালোঁ সকলোকে।

কৃষ্ণ 🌍🙏🏿শুভ "বুদ্ধ পূৰ্ণিমা "ওলগ জনালোঁ অলেখ সকলোকে।
23/05/2024

কৃষ্ণ 🌍🙏🏿
শুভ "বুদ্ধ পূৰ্ণিমা "
ওলগ জনালোঁ অলেখ সকলোকে।

ॐকৃষ্ণ, জয়  গুৰু শংকৰ 🙏🏿বৈষ্ণৱ দৰ্শনক মানৱ সমাজৰ মূল আধাৰ হিছাপে লৈ  সামাজিক আৰু সাংস্কৃতিক ভাৱ ধাৰাৰে নিজা পৰমআত্মাৰ ল...
24/09/2023


কৃষ্ণ,
জয় গুৰু শংকৰ 🙏🏿
বৈষ্ণৱ দৰ্শনক মানৱ সমাজৰ মূল আধাৰ হিছাপে লৈ সামাজিক আৰু সাংস্কৃতিক ভাৱ ধাৰাৰে নিজা পৰমআত্মাৰ লগত চিনাকি হবলৈ শিকোৱা জন আমাৰ গুৰু শ্ৰীশ্ৰী মন্ত শংকৰ দেৱ । মহাপুৰুজনাই যি "এক শৰণ নাম ধৰ্ম " আমাৰ বাবে আদৰ্শ হিচাপে দি গৈছিল আমি বিশ্ব ব্ৰহ্মাণ্ডৰ সকলো জীৱই আজীৱন সেই বান্ধোনেৰে এক বিশ্ব নিৰ্মাণ কৰাৰ সপোন আজিও কিন্তু যেন আধৰুৱা কিছু ৰাজনৈতিক অভিসন্ধি থকা লোকৰ বাবে। আমাৰ অসমীয়া সংস্কৃতিৰ মূল শিপা কিন্তু আজিও গুৰু জনাৰ লগতেই জঢ়িত হৈ আছে ।
তেওঁ এক চেতনা জাগ্ৰত কৰাইছিল যে বৈকুণ্ঠৰ অধিপতি "শ্ৰীশ্ৰী আদিনিৰঞ্জন" মহাপ্ৰভুৰ অংশে আমি সকলো মানুহ "শ্ৰী কৃষ্ণ" ৰূপী ভকত ভগৱন্ত আৰু মানব জনম লৈ আমি যেন উদ্ধাৰ কৰিবলৈ আহিছোঁ বৈকুণ্ঠৰ দ্বাৰপালক যি চাৰি জীৱৰো মূল ৰক্ষক আৰু চাৰিসিদ্ধ শব্দব্ৰহ্মৰ দ্বাৰা আৱদ্ধ আজিৰ এই সময়ত।।

আজি শুভ দিন আমাৰ বাবে গুৰু জনাৰ জন্ম দিন স্বৰূপে , সকলোঁ জীৱৰ হৃদয়ত পৰমআত্মাৰ বসতি হোৱাৰ আশাৰে ।

https://youtu.be/zptXwrdVBoA?si=wcxrWXi5vWrLizjtॐকৃষ্ণ ,  বৈকুণ্ঠৰ অধিপতি  শ্ৰীশ্ৰী আদি নিৰঞ্জন মহা প্ৰভুৱে জীৱ ব্ৰহ্মৰ ...
06/09/2023

https://youtu.be/zptXwrdVBoA?si=wcxrWXi5vWrLizjt

কৃষ্ণ ,
বৈকুণ্ঠৰ অধিপতি শ্ৰীশ্ৰী আদি নিৰঞ্জন মহা প্ৰভুৱে জীৱ ব্ৰহ্মৰ হৃদয়ত বাস কৰে প্ৰতিমূহুৰ্ত সৰ্ব মংগলৰ অৰ্থে ।

শ্ৰী শ্ৰী কৃষ্ণৰ জন্মাষ্টমী উপলক্ষে " শ্ৰী গুৰু" এলবামৰ আন এটি গীত পৰম্পৰাগত কথা সুৰেৰে সমৃদ্ধ " আজি ৰাতি শিলা বৰষিলে" শুভ মুক্তি লাভ কৰিছে ।

🙏🏿https://youtu.be/zptXwrdVBoA?si=wcxrWXi5vWrLizjt

কন্ঠ: শ্ৰী প্ৰিয়াশ্ৰী মেধি
সহযোগী: শ্ৰী পুজা বৰা
সংগীত আৰু শব্দ সংমিশ্ৰন: শ্ৰী অনুৰাগ মেধি
বাঁহী : শ্ৰী দাদু ৰাজখোৱা
খোল আৰু নাগাৰা: শ্ৰী সমুদ্ৰ হাজৰিকা
প্ৰজেক্ট মেনেজমেণ্ট : শ্ৰী দেবাঙ্গৰাজ মেধি

আজি সন্ধিয়া গীতটি শুভ মুক্তি কৰা হব । আশা কৰোঁ সকলোৱে আঁকোৱালি লব🙏🏿।

শ্ৰী শ্ৰী কৃষ্ণৰ পবিত্ৰ জন্মাষ্টমী ওলগ জনালোঁ অলেখ।
06/09/2023

শ্ৰী শ্ৰী কৃষ্ণৰ পবিত্ৰ জন্মাষ্টমী ওলগ জনালোঁ অলেখ।

19/07/2023

কৃষ্ণ,
অনুভৱৰ জোলোঙাত স্বচক্ষুৱে ৩২ টা বৰ্ষত প্ৰকৃতি সিষ্ট ঋতু বৰ্ষাৰ
আচৰণ তথা জীয়া ছবিখনৰ কিছু আভাসৰ আঁত ধৰি আমাৰ নিজস্ব পৰিকল্পনাৰ এটি এলবাম "আকাশৰ বতৰা" ৰ তৃতীয়টি গীত "বাৰিষাৰ গুঞ্জন" আপোনালোকৰ মাজলৈ অতি শীঘ্ৰে আগ বঢ়ায় দিম ,
জয় গুৰু শংকৰ আৰু জয় গুৰু মাধৱ 🙏🏿 ।

গীতটি Zonak The Live Station youtube channel ত উপলব্ধ হব।
🕊️
https://youtube.com/

Address

Majuli

Telephone

+916000274210

Website

Alerts

Be the first to know and let us send you an email when Akax Anukul posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Akax Anukul:

Share