TSK Live

TSK Live জীৱ শ্ৰেষ্ঠ মানুহ,গতিকে মানুহৰ দৰে ব্যৱহাৰ কৰক।।
UDYAM REGISTRATION-AS-26-0025384
(3)

12/06/2026

⭕আজি ডুমডুমা ৰাইদাং চাহ বাগিচাৰ বাইপাছত ভয়ংকৰ পথ দুৰ্ঘটনাৰ সন্দৰ্ভত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ প্ৰতিক্ৰিয়া।

12/06/2026

⭕ডুমডুমা ৰাইদাং চাহ বাগিচাৰ বাইপাছত ভয়ংকৰ পথ দুৰ্ঘটনা।

12/06/2026

তিনিচুকীয়া জিলা আবকাৰী বিভাগে জিলাখনৰ বিভিন্ন হোটেল, ধাবা আদিত অবৈধ সুৰাৰ বিক্ৰী ৰোধৰ ক্ষেত্ৰত ব্যাপক অভিযান চলাই ।
ডিগবৈ সম-জিলাৰ সহকাৰী আয়ুক্ত মাধুৰ্য ফুকনৰ উপস্থিতিত আবকাৰী বিভাগৰ এটি দলে বৃহস্পতিবাৰে ডিগবৈ থানাৰ আৰক্ষী বাহিনীৰ সহযোগত ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অৱস্থিত কেইবাখনো ধাবা যেনে আনন্দবাগ, এন.আৰ. এল, পাৱৈ আদিত অভিযান চলায়। অভিযানকালত দুটা গোচৰ ধৰা পৰাৰ লগতে কাৰ্যবাহী দণ্ডাধীশৰ উপস্থিতিত এখন ধাবা ছীল কৰা হয়। ইয়াৰোপৰি BNSS ৰ ধাৰা ৩৫(৩) অধীনত দুখন জাননী জাৰি কৰা হয়। অভিযানকালত বিয়েৰ-৯.৭৫ বাল্ক লিটাৰ, IMFL-0.36 বাল্ক লিটাৰ জব্দ কৰা হয়।
Directorate of Information and Public Relations, Assam জনসংযোগ তিনিচুকীয়া CMO Assam MyGov Assam

12/06/2026

তিনিচুকীয়াত পেট্ৰল, ডিজেল, ৰন্ধন গেছৰ মূল্যবৃদ্ধি আৰু এল পি জি চিলিণ্ডাৰৰ কৃত্ৰিম নাটনিৰ বিৰুদ্ধে প্ৰতিবাদ ।

তিনিচুকীয়াৰ থানা চাৰিআলিত চি পি আই (এম) ৰ তিনিচুকীয়া জিলা কমিটিয়ে সাব্যস্ত কৰে প্ৰতিবাদ ।

12/06/2026

মাৰ্ঘেৰিটাত ৰন্ধন গেছৰ সংকটক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা।

12/06/2026

মাৰ্ঘেৰিটা পৌৰসভাৰ প্ৰশংসনীয় পদক্ষেপ।

অৱশেষত মেৰামতি হ’ল বিধ্বস্ত মাৰ্ঘেৰিটা-পেঙেৰী পথ।

12/06/2026

ফিল'বাৰীৰ বিজুলীবনত পৱিত্ৰ পুৰুষোত্তম মাহ (অধিক মাহ)ৰ উপলক্ষত বিশ্ব শান্তিৰ কামনাৰ্থে বিশেষ পদক্ষেপ ।*

*:মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী জনাৰ্দ্দন দেৱ গোস্বামী উপস্থিত ।*

12/06/2026

মাকুমত চাউলভৰ্তি বাহন দুৰ্ঘটনাগ্ৰস্ত

12/06/2026

Breaking
⭕পুৱতি নিশা মাকুম ধূলিজান গাঁৱৰ খেতুগুটিবাৰীত বন্যহস্তীৰ উপদ্ৰপ ।

হাতীৰ আক্ৰমণত আতংক: খেতুগুটিবাৰীত ক্ষতিগ্ৰস্ত বাসগৃহ
12/06/2026

হাতীৰ আক্ৰমণত আতংক: খেতুগুটিবাৰীত ক্ষতিগ্ৰস্ত বাসগৃহ

Address

Makum

Telephone

+918486026599

Alerts

Be the first to know and let us send you an email when TSK Live posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share