Dhula Live

Dhula Live শুদ্ধ, সত্য বাতৰি ৰ সৈতে
ৰাইজৰ স্বাৰ্থত সদায় এখোজ আগত।
(1)

16/08/2026

# মঙলদৈ ব্লকচক স্হিত চিলড্ৰেন হোম মডেল স্কুলত উলহ-মালহেৰে ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন।

# ছাত্ৰ-ছাত্ৰীৰ উৎসাহ-উদ্দীপনা, দেশপ্ৰেম আৰু প্ৰতিভাৰ সুন্দৰ প্ৰকাশ ঘটে।

# বিদ্যালয় খনৰ আটক ধুনীয়াকৈ সজাই তুলি অনুষ্ঠানৰ আয়োজন।

09/08/2026

# স্বাধীনতা দিৱস উপলক্ষে মঙলদৈত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ

# স্বাধীনতা দিৱস উপলক্ষে মঙলদৈত আয়োজন কৰা হৈছে এক বিশেষ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ। ৰহমান হেল্থ কেয়াৰ লেবৰেটৰী, মঙলদৈত অনুষ্ঠিত হ’বলগীয়া এই শিবিৰত স্নায়ু আৰু মানসিক স্বাস্থ্য সম্পৰ্কীয় বিভিন্ন সমস্যাৰ পৰামৰ্শ আৰু পৰীক্ষাৰ সুবিধা আগবঢ়োৱা হ’ব । অহা ১১ আগষ্ট, ২০২৬ তাৰিখে, মঙলদৈস্থিত শ্যামলী হোটেলৰ ওচৰত থকা Rahman Health Care Laboratory (RHCL)-ত অনুষ্ঠিত হ’ব এই বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ। শিবিৰটো দুপৰীয়া ১২ বজাৰ পৰা বিয়লি ৫ বজালৈ অনুষ্ঠিত হ’ব।

07/08/2026

 # দৰং জিলা ৰাইজৰ বাবে সুখবৰ । # কিডনী আৰু পেচাব জনিত ৰোগৰ বাবে বিনিমুলীয়া চিকিৎসা শিবিৰৰ আয়োজন।
31/07/2026

# দৰং জিলা ৰাইজৰ বাবে সুখবৰ ।

# কিডনী আৰু পেচাব জনিত ৰোগৰ বাবে বিনিমুলীয়া চিকিৎসা শিবিৰৰ আয়োজন।

30/07/2026

# দৰঙৰ ধূলাত প্ৰবঞ্ছনাৰ বলি এজন লোক।

Cholla finance ৰ পৰা Loan দিয়াৰ নামত ধন সংগ্ৰহ এগৰাকী প্ৰবনস্কৰ।

Loan ৰ দাদাল চক্ৰত পৰি ধূলা আৰক্ষী থানাত এজাহাৰ দাখিল ভুক্তভোগী লোকৰ।

দৰং জিলাৰ ধূলাত পোহৰলৈ আহিছে Loan দিয়াৰ নামত সংঘটিত হোৱা এক প্ৰবঞ্চনাৰ অভিযোগ।

29/07/2026

● চুৰি হোৱা মোবাইল উদ্ধাৰ কৰিলে ধূলা আৰক্ষীয়ে
● একেদিনাই ৭টা মোবাইল উদ্ধাৰ ধূলা আৰক্ষীৰ।
● উদ্ধাৰ হোৱা মোবাইল সমজাই দিলে গৰাকীক।
● ধূলা আৰক্ষীক ধন্যবাদ জনাই মোবাইলৰ গৰাকী সকলে।
● আজি ৭ গৰাকী ব্যক্তিক মোবাইল সমূহ সমজাই দিলে আৰক্ষীয়ে।
● মোবাইল সমূহ হাতত পাই আনন্দিত হৈছে লোক সকলে।

28/07/2026

# ধূলাৰ সৰকাৰ চ’কত S. R Fitness Gym Center ৰ শুভাৰম্ভ ।

Address

Dhula
Mangaldai
784146

Alerts

Be the first to know and let us send you an email when Dhula Live posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Dhula Live:

Shortcuts

Share