Azmir Network

Azmir Network ইছলামিক সকলো ধৰণৰ আপডেট পাবলৈ পেজ টো Follow কৰি ৰাখিব। ধন্যবাদ,

অসমত উপস্থিত আছাদুদ্দিন ওৱেছি। গামোচা, জাপিৰে আছাদুদ্দিন ওৱেছিক সম্বৰ্ধনা।
01/04/2026

অসমত উপস্থিত আছাদুদ্দিন ওৱেছি। গামোচা, জাপিৰে আছাদুদ্দিন ওৱেছিক সম্বৰ্ধনা।

চাওঁ কাৰ অনুৰাগী বেছি 1/ গৌৰৱ গগৈ2/ হিমন্ত বিশ্ব শৰ্মা3/ অখিল গগৈ           ゚
31/03/2026

চাওঁ কাৰ অনুৰাগী বেছি

1/ গৌৰৱ গগৈ
2/ হিমন্ত বিশ্ব শৰ্মা
3/ অখিল গগৈ

অসমৰ আগন্তুক মুখ্যমন্ত্ৰী কোন হ’ব লাগে??অসমৰ ভৱিষ্যৎ, উন্নয়ন, আৰু পৰিচয়ৰ ক্ষেত্ৰত কোনে বেছি উপযুক্ত নেতৃত্ব দিব পাৰে ব...
30/03/2026

অসমৰ আগন্তুক মুখ্যমন্ত্ৰী কোন হ’ব লাগে??

অসমৰ ভৱিষ্যৎ, উন্নয়ন, আৰু পৰিচয়ৰ ক্ষেত্ৰত কোনে বেছি উপযুক্ত নেতৃত্ব দিব পাৰে বুলি আপুনি ভাবে?

👉 আপোনাৰ মতামত কমেণ্টত জনাওক, আৰু যুক্তিসহ আলোচনা আগবঢ়াওক।


📍 মঙলদৈ বিধানসভা সমষ্টিৰ ৰাইজৰ মতামত মানিবয় লাগিব ।মঙলদৈ সমষ্টিবাসী ৰাইজৰ মুখে মুখে এটাই নাম ৰিজুমণি তাৰ নাম ৰাইজে পৰিব...
30/03/2026

📍 মঙলদৈ বিধানসভা সমষ্টিৰ ৰাইজৰ মতামত মানিবয় লাগিব ।
মঙলদৈ সমষ্টিবাসী ৰাইজৰ মুখে মুখে
এটাই নাম ৰিজুমণি তাৰ নাম
ৰাইজে পৰিবৰ্তন বিচাৰিছে।

゚viralvideo ゚

30/03/2026

ওৱালিগণ কি না করতে পারে বয়ানের মাধ্যমে প্রমাণ করে দিলেন,,জনপ্ৰিয় বক্তা, বুলবুলে অসম , হযৰত মৌলানা ও মুফতী মাজম আলী ক্কাদৰী চিৰাজী চাহেব || M***i M Majam Qadri Siraji
___________________________________________



゚viralvideo ゚

নামভৰ্ত্তিকৰণ চলি আছে ইবনুল আৰবী একাড়েমী ,স্থান : ৩ নং থেকেৰাবাৰী ( ফকিৰপাৰা চক ৰ নিকট ) থানা: ধুলা, ড়াক: বালাবাৰী, জি...
28/03/2026

নামভৰ্ত্তিকৰণ চলি আছে
ইবনুল আৰবী একাড়েমী ,
স্থান : ৩ নং থেকেৰাবাৰী ( ফকিৰপাৰা চক ৰ নিকট )
থানা: ধুলা, ড়াক: বালাবাৰী, জিলা দৰং অসম, পিন নং ৭৮৪১৪৬
যোগাযোগ: ৬৯০০০৪৩৪৭৪

゚viralvideo ゚

দলগাওঁ সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী চুলেইমান হকৰ মনোনয়ন পত্ৰ দাখিল কৰা হয়
23/03/2026

দলগাওঁ সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী চুলেইমান হকৰ মনোনয়ন পত্ৰ দাখিল কৰা হয়

23/03/2026

দলগাওঁ সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী আইনুল হকৰ মনোনয়ন পত্ৰ দাখিলৰ ৰেলী।

21/03/2026

ধনশ্ৰীকাষ ঈদগাহৰ পৰা সম্প্ৰচাৰ।

📌২০৩০ চনৰ ভিতৰত অসমৰপ্ৰতিখন জিলাত হ’ব মেডিকেল কলেজ৷’ - cm
15/03/2026

📌২০৩০ চনৰ ভিতৰত অসমৰপ্ৰতিখন জিলাত হ’ব মেডিকেল কলেজ৷’ - cm

Address

Dhansirikash Mangaldai
Mangaldai
784146

Alerts

Be the first to know and let us send you an email when Azmir Network posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Azmir Network:

Share