Islam Uddin II

Islam Uddin II Working President Gadhowa And Kharpari Ancholik ASOM SANKHYALAGHU SANGRAM PARISHAD (ASSP)

জীৱনৰ সৌন্দৰ্য অনুভৱ কৰক প্রতিটো মুহূৰ্তত।
21/05/2025

জীৱনৰ সৌন্দৰ্য অনুভৱ কৰক প্রতিটো মুহূৰ্তত।

Good morning 🌄
21/05/2025

Good morning 🌄

বৰষুণৰ বিস্ময় ☔✨
18/05/2025

বৰষুণৰ বিস্ময় ☔✨

অপেক্ষাত আছো নতুন কিবাৰ আশাত।
15/05/2025

অপেক্ষাত আছো নতুন কিবাৰ আশাত।

সময় পৰিৱৰ্তনশীল।
12/04/2025

সময় পৰিৱৰ্তনশীল।

অসমৰ মাননীয় মুখ্যমন্ত্ৰীক সাক্ষাৎ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ (ASSP) ৰ সজাতি দলৰ।আজি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ...
08/10/2023

অসমৰ মাননীয় মুখ্যমন্ত্ৰীক সাক্ষাৎ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ (ASSP) ৰ সজাতি দলৰ।

আজি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সভাপতি মহম্মদ আলী খলিফা ডাঙৰীয়াৰ নেতৃত্বত এটি সজাতি দলে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক সাক্ষাৎ কৰি অসমৰ বিভিন্ন প্ৰান্তত উচ্ছেদ হোৱা লোক সকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্মাৰক পত্ৰ প্ৰদান কৰো । বিশেষকৈ বুঢ়াচাপৰিত উচ্ছেদ হোৱা ভুমিহীন লোক সকল ধিং আৰু ৰূপহী ৰাজহ চক্ৰ কাৰ্যালয়ৰ অন্তৰ্গত প্ৰায় ১০০০, এক হাজাৰোতকৈ অধিক পৰিয়ালৰ তালিকা প্ৰস্তুত কৰি উক্ত বিষয়ে মুখ্যমন্ত্ৰী মহোদয়ক অৱগত কৰা হয়। ইফালে দৰং জিলাৰ গৰখুটিত প্ৰায় ১৪০০ পৰিয়াল আৰু হোজাই জিলাৰ লামডিংত প্ৰায় ৩৫০ জন উচ্ছেদিত পৰিয়ালক সংস্থাপনৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনোৱা হয়। এই সন্দৰ্ভত নগাঁও, দৰং আৰু হোজাই জিলাৰ উপায়ুক্তৰ লগত আলাপ- আলোচনা কৰি অহা ডিচেম্বৰ মাহৰ ভিতৰতে সকলো উচ্ছেদিত ভুমিহীন লোক সকলক সংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে- মুখ্যমন্ত্ৰী ডাঙৰীয়া। উক্ত বৈঠকত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সভাপতি মহম্মদ আলী খলিফা ডাঙৰীয়া, কাৰ্যকৰী সভাপতি আবুবক্কৰ ছিদ্দিক, উপ সভাপতি অধিবক্তা মতিউৰ ৰহমান, উপ সভাপতি শ্বহৰ আলী আৰু মুখ্য সাংগঠনিক সম্পাদক শ্বফিকুল ইছলাম ডাঙৰীয়া উপস্থিত থাকে।।

Mahammad Khalifa II
সভাপতি
আবুবক্কৰ ছিদ্দিক
কাৰ্যকৰী সভাপতি

অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ চমুকৈ ASSP।
তাৰিখ- ০৮-১০-২০২৩

ASSP Official

কেতিয়াও কাৰো সুখ নষ্ট নকৰিব,হয়তো এয়াই তাৰ জীৱনৰ শেষ সুখ।Abdul Rahim
03/10/2023

কেতিয়াও কাৰো সুখ নষ্ট নকৰিব,
হয়তো এয়াই তাৰ জীৱনৰ শেষ সুখ।
Abdul Rahim

মৰমবোৰ নিঃস্বাৰ্থ হ'লেআশাবোৰ এদিন পূৰণ হব।
26/09/2023

মৰমবোৰ নিঃস্বাৰ্থ হ'লে
আশাবোৰ এদিন পূৰণ হব।

কিছু স্মৃতি কিছু তাৰিখ,আৰু কিছু সময়,গোটেই জীৱন মনত থাকি যায় 🥀🥀🥀
12/08/2023

কিছু স্মৃতি কিছু তাৰিখ,
আৰু কিছু সময়,
গোটেই জীৱন মনত থাকি যায় 🥀🥀🥀

Address

Mangaldai
784125

Website

Alerts

Be the first to know and let us send you an email when Islam Uddin II posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Islam Uddin II:

Share