MLD News HUB

MLD News HUB all types of news available here everything

26/11/2021
26/10/2021

দৰং জিলাৰ মঙলদৈ মহাবিদ্যালয়ত দিনৰভাগতেই চোৰৰ উৎপাত ।
ছাত্ৰই দিলে উত্তম মাধ্যম 😀

Power Crisis: অসমকে ধৰি দেশৰ কেইবাখনো ৰাজ্য অন্ধকাৰৰ গ্ৰাসত পৰাৰ আশংকা, APDCLৰ জাননী জাৰিগৃহমন্ত্ৰী অমিত শ্বাহৰ কয়লা মন্...
11/10/2021

Power Crisis: অসমকে ধৰি দেশৰ কেইবাখনো ৰাজ্য অন্ধকাৰৰ গ্ৰাসত পৰাৰ আশংকা, APDCLৰ জাননী জাৰি
গৃহমন্ত্ৰী অমিত শ্বাহৰ কয়লা মন্ত্ৰী প্ৰহ্লাদ যোশী আৰু শক্তি মন্ত্ৰীৰে জৰুৰী বৈঠক।
SHARE THIS:
Power Crisis: অসমকে ধৰি দেশৰ কেইবাখনো ৰাজ্য অন্ধকাৰৰ গ্ৰাসত পৰাৰ আশংকা, APDCLৰ জাননী জাৰি
NEWS18 ASSAM
LAST UPDATED:OCTOBER 11, 2021, 6:25 PM IST
দেশৰ শক্তিখণ্ড ভয়ানক বিপৰ্যয়ৰ গ্ৰাসত পৰাৰ আশংকা প্ৰকাশ পাই থকাৰ সময়তে অসমৰো বিদ্যুৎ বিভাগে জাৰি কৰিলে জাননী। এই জাননী অনুসৰি দেশৰ তাপ-বিদ্যুৎ প্ৰকল্পসমূহত পৰ্যাপ্ত কয়লাৰ নাটনিৰ বাবে ৰাজ্যৰ বিদ্যুৎ খণ্ডও প্ৰভাৱিত হ'ব।

ৰাজ্যত বিদ্যুৎ খণ্ড অতি সংকটজনক অৱস্থাত থকাৰ কথা জানিবলৈ দি অসম শক্তি বিতৰণ কোম্পানী (Assam Power Distribution Company Limited)ৰ মুখ্য প্ৰবন্ধকে ৰাজ্যত লোড শ্বেডিং হ'ব বুলি বিজ্ঞাপনযোগে জাননী প্ৰকাশ কৰে। গতিকে সাৱধানতা তথা মিতব্যয়িতাৰে বিদ্যুৎ খৰচ কৰাৰ বাবে আহ্বান জনাইছে বিভাগটোৱে।

এক সুখবৰ। অসমৰ চিকিৎসা শিক্ষা আৰু স্বাস্থ্যসেৱা খণ্ডত নতুন মাত্ৰা সংযোজনেৰে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ে লাভ কৰিলে ৰাষ্ট্ৰীয় চিকিৎসা সংস্থা (নেছনেন মেডিকেল এছ'চিয়েচন বা এনএমএ)ৰ স্বীকৃতি।
চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰম MBBSৰ ১০০খন আসনেৰে চলিত শিক্ষাবৰ্ষৰ পৰাই পাঠদান প্ৰক্ৰিয়া আৰম্ভ কৰিব পৰাকৈ এনএমএই লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ক আনুষ্ঠানিক স্বীকৃতি প্ৰদান কৰিছে। ৰাষ্ট্ৰীয় চিকিৎসা সংস্থাই এই সন্দৰ্ভত প্ৰেৰণ কৰা এখন অনুমতি পত্ৰ সোমবাৰে ৰাজ্যৰ চিকিৎসা শিক্ষা সঞ্চালকালয়ে লাভ কৰে।

Advertisement

ৰাজ্যৰ অষ্টমখন চিকিৎসা মহাবিদ্যালয় হিচাপে নৱনিৰ্মিত লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ে আনুষ্ঠানিক স্বীকৃতি লাভৰ পাছত অসমত বছৰি এমবিবিএছ পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে মুঠ আসনৰ সংখ্যা ১,১০০খনলৈ বৃদ্ধি পালে।
Advertisement
ইফালে, নতুন চিকিৎসা মহাবিদ্যালয়খনে এনএমএৰ স্বীকৃতি লাভ কৰাত আনন্দ প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই এনএমএৰ প্ৰতি ধন্যবাদ জ্ঞাপনৰ লগতে ৰাজ্যবাসীকো অভিনন্দন জনাইছে।

Published by: Himangshu Bhuyan
First published: October 11, 2021, 6:38 PM IST
CM Himanta Biswa sarmaLakhimpur Medical CollegeNational Medical Association
Promoted Content
Ladurée Sets Foot In Delhi's Khan Market
Doctors Baffled: CDB Oil Relieves Years of Joint Pain (Try Tonight)
Meet A-Zal, The Indian Musician Who Composed Music for Marvel’s Loki
Ball Blaster (2021)
Take a Sneak Peek at Our Latest Recommendations Here
Ladurée Sets Foot In Delhi's Khan Market
Doctors Baffled: CDB Oil Relieves Years of Joint Pain (Try Tonight)
Meet A-Zal, The Indian Musician Who
Composed Music for Marvel’s Loki
ZeeZest.Com
Doctors Baffled: Simple Tip Relieves Years of Joint Pain and Arthritis (Try Tonight)
Doctors Baffled: Simple Tip Relieves Years of Joint Pain and Arthritis (Try Tonight)
Health Today
Wildlife Photographer Mithun H Reveals Why The Tiger Is A True Gentleman
Wildlife Photographer Mithun H Reveals Why The Tiger Is A True Gentleman
Zee Zest

Recommended by
সম্পূৰ্ণ প্ৰতিবেদন পঢ়ক
Advertisement
পৰৱৰ্তী প্ৰতিবেদন
পূজাত ঘৰলৈ আহিবলৈ ৰে'লৰ টিকট বুকিং কৰা স্বপন আহিল বন্ধ কফিনত, দিল্লীত শ্বহীদ অসমৰ সেনা–জোৱান
স্বপনে কিছুদিন পূৰ্বে পত্নীক ফোনযোগে জনাইছিল যে পূজাৰ বাবে ছুটী লৈ ঘৰলৈ আহিব।
SHARE THIS:
পূজাত ঘৰলৈ আহিবলৈ ৰে'লৰ টিকট বুকিং কৰা স্বপন আহিল বন্ধ কফিনত, দিল্লীত শ্বহীদ অসমৰ সেনা–জোৱান
NEWS18 ASSAM
LAST UPDATED:OCTOBER 11, 2021, 5:51 PM IST
ৰাজ্যত শাৰদীয় দুৰ্গোৎসৱৰ সময়তে এক দুখৰ খবৰ। দুৰ্গোৎসৱৰ উলহ–মালহ চলি থকাৰ সময়তে বিটিআৰৰ সদৰ কোকৰাঝাৰ জিলাৰ সুদূৰ দিল্লীত কৰ্মৰত এগৰাকী সেনা জোৱানে অকাল মৃত্যুক সাৱটি লোৱা ঘটনাই সমগ্ৰ গোসাঁইগাঁও অঞ্চলত গভীৰ শোকৰ ছাঁ পেলাইছে।

ঘটনাৰ বিৱৰণী অনুসৰি, কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ মিলন বজাৰ ভিচিডিচিৰ অন্তৰ্গত মোৱামাৰী বৰ্মনপাৰাৰ প্ৰয়াত ননী গোপাল বৰ্মন আৰু তাৰা বৰ্মনৰ পুত্ৰ সেনা জোৱান স্বপন বৰ্মনৰ (৩৩) যোৱা ৮ অক্টোবৰত কৰ্মস্থলী দিল্লীত শুই থকা অৱস্থাতে মৃত্যুমুখত পৰে।

স্বপনে ৮ অক্টোবৰৰ পুৱালৈকে বিছনাৰ পৰা উঠি নহা দেখি সতীৰ্থসকলে গৈ জগাবলৈ লওঁতে স্বপনৰ মৃত্যুৰ কথা পোহৰলৈ আহে৷ স্বপনৰ কিয় কেনেকৈ দিল্লীত মৃত্যু হ’ল সেয়া স্পষ্টভাৱে জানিব পৰা হোৱা নাই যদিও শুই থকা অৱস্থাত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে৷

Advertisement
উল্লেখ্য, স্বপনে কিছুদিন পূৰ্বে পত্নীক ফোনযোগে জনাইছিল যে পূজাৰ বাবে ছুটী লৈ ঘৰলৈ আহিব। দিল্লীৰ পৰা ঘৰলৈ অহাৰ বাবে ৰে'লৰ টিকটো বুকিং কৰিছিল তেওঁ। কথা আছিল পূজাৰ পিছত পৰিয়ালটোক দিল্লীতেই একেলগে ৰখাৰ। কিন্তু সেয়া নহ’লগৈ৷

বিগত ৮ অক্টোবৰত ঘৰলৈ আহিম বুলি কোৱা স্বপন কফিনৰ ভিতৰত এটি প্ৰাণহীন শৰীৰ হৈ কালি নিশা ঘৰ পায়হি। এই ঘটনাই পৰিয়ালৰ লগতে সমগ্ৰ গাঁওবাসীক বাকৰুদ্ধ কৰি পেলাইছে।

Recommended by
সম্পূৰ্ণ প্ৰতিবেদন পঢ়ক
খবৰ
ফটো
ভিডিঅ

29/09/2021
29/09/2021

কাগজ কলৰ কৰ্মচাৰীৰ বাবে গ্ৰহণ কৰা এই পদক্ষেপৰ বাবে কৰ্মচাৰীসকলে ধন্যবাদ জ্ঞাপন কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বি.....

29/09/2021

CM Himanta Replied to Assam Kids Letter : আৰিয়ান আৰু ৰাওঝাৰ চিঠিৰ উত্তৰ দিলে 'হিমন্ত মামা'ই, ক'লে এই মৰম লগা কথা...

Yamaha’s Much-Anticipated Supersport Is Here At Rs 1.68 Lakhby Team Zigwheels Sep 21, 2021  |  Views: 3518The Yamaha R15...
21/09/2021

Yamaha’s Much-Anticipated Supersport Is Here At Rs 1.68 Lakh
by Team Zigwheels Sep 21, 2021 | Views: 3518
The Yamaha R15 V4 and R15M sport a bunch of technical and cosmetic updates

The Yamaha YZF-R15 has been one of the most successful offerings from the Japanese manufacturer in India. Now, the bike maker has launched the fourth iteration of the supersport in India, bringing an end to months of speculations and leaks.

What's The Price? Who Are Its Rivals

Yamaha has launched the R15 V4 at Rs 1,67,800 onwards. This is a hike of Rs 10,000 over the previous model. While the R15 doesn’t have a direct rival in our country, it locks horns with the KTM RC 125.

Model Price
R15 Metallic Red Rs 1,67,800
R15 Dark Knight Rs 1,68,800
R15 Racing Blue Rs 1,72,800
R15M Rs 1,77,800
R15 Monster Energy Rs 1,79,800

Address

Mangaldai
784125

Telephone

+17099366587

Website

Alerts

Be the first to know and let us send you an email when MLD News HUB posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to MLD News HUB:

Share