Live News

Live News Live News is a Digital News Platform The Northeast.

Ushering a revolution in the region in terms of dedicated news gathering, unbiased and fearless journalism powered by raw energy of youth with the tenacity of seasoned journalist's.

23/04/2025

সন্ত্ৰাসবাদী সকলে অকল হিন্দু ধৰ্মাৱলম্বী লোকক হে হত্যা কৰিছিল নে বাকী ধৰ্মাৱলম্বী লোক সকল ও কৰিছিল।



23/04/2025
11/04/2025
India wins
09/03/2025

India wins

ভাৰতীয় ক্ৰিকেট দলৰ নতুন মুখ্য প্ৰশিক্ষক ঘোষণা। টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক ৰূপে গৌতম গম্ভীৰক নিযুক্তি।
09/07/2024

ভাৰতীয় ক্ৰিকেট দলৰ নতুন মুখ্য প্ৰশিক্ষক ঘোষণা। টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক ৰূপে গৌতম গম্ভীৰক নিযুক্তি।


Rohit Sharma and Virat Kohli - 𝑹𝒆𝒕𝒊𝒓𝒆𝒅 𝒇𝒓𝒐𝒎 𝐓𝟐𝟎𝐈𝐬.End of an era in T20Is💔🇮🇳
30/06/2024

Rohit Sharma and Virat Kohli - 𝑹𝒆𝒕𝒊𝒓𝒆𝒅 𝒇𝒓𝒐𝒎 𝐓𝟐𝟎𝐈𝐬.

End of an era in T20Is💔🇮🇳





07/05/2024

#বুকু_কপি_যোৱা_দৃশ্য

প্ৰকৃতিপ্ৰেমী যুৱক ফাৰুক আলীয়ে উদ্ধাৰ কৰে প্ৰকাণ্ড ৰজা ফেঁটী ।
ডিগবৈ পাৱৈ চাহ বাগিছা আছিল । কিন্তু বাগিছা খনত সপ্তাহত প্ৰায় দুদিনৰ মুৰে মুৰে শ্ৰমিক সকলে পাত তুলে । গতিকে সেই ঠাইত ৰজা ফেঁটী টো থকাতো শ্ৰমিক সকলৰ বাবে বিপদজনক আছিল । গতিকে তাৰ পৰা উদ্ধাৰ কৰি বনাঞ্চলত মুকলি কৰি দিয়া হয় । এই সাহসী পদক্ষেপৰ বাবে স্থানীয় ৰাইজে ফাৰুকক ধন্যবাদ জনাই ।

  জিলিকিল অসম সন্তান ৰিয়ান পৰাগ।
28/03/2024

জিলিকিল অসম সন্তান ৰিয়ান পৰাগ।




🏏 ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা তৃতীয়খন টেষ্টত আৰু অংশগ্ৰহণ নকৰে অশ্বিনে🏏 'FAMILY EMERGENCY'ৰ বাবে এই সিদ্ধান্ত অশ্বিনৰ
16/02/2024

🏏 ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা তৃতীয়খন টেষ্টত আৰু অংশগ্ৰহণ নকৰে অশ্বিনে
🏏 'FAMILY EMERGENCY'ৰ বাবে এই সিদ্ধান্ত অশ্বিনৰ

02/02/2024

কাজিৰঙাৰ ওচৰত কণমানি ছাত্ৰ সকলৰ লগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাৰ্তালাপ




02/01/2024

সামাজিক মাধ্যমত ভাইৰেল হোৱা প্ৰাৰ্থ প্ৰতিমৰ এটি অসমীয়া গীত



24/10/2023

সভাপতি টাইছন হুছেইনৰ ঘৰত কিদৰে দুৰ্বৃত্তই কৰিছিল আক্ৰমণ ? CC TVত বন্দী সমগ্ৰ দৃশ্য।





Address

Mangaldai

Alerts

Be the first to know and let us send you an email when Live News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Live News:

Share

Category