Sangbad New

Sangbad New news media

আজি বিশ্বাখনিকৰ শ্ৰীশ্ৰী বিশ্বকৰ্মা পুজা
17/09/2025

আজি বিশ্বাখনিকৰ শ্ৰীশ্ৰী বিশ্বকৰ্মা পুজা

16/09/2025

Hi everyone! 🌟 You can support me by sending Stars - they help me earn money to keep making content you love.

Whenever you see the Stars icon, you can send me Stars!

ছিপাঝাৰ মহাবিদ্যালয়ৰ অবসৰী উপাধ্যক্ষ তথা ইংৰাজী বিভাগৰ অধ্যাপিকা ড০ মালিনী নায়াৰৰ দেহাৱসান
16/09/2025

ছিপাঝাৰ মহাবিদ্যালয়ৰ অবসৰী উপাধ্যক্ষ তথা ইংৰাজী বিভাগৰ অধ্যাপিকা ড০ মালিনী নায়াৰৰ দেহাৱসান

16/09/2025

#ছিপাঝাৰত ইৰিক্সাৰ পথ দুৰ্ঘটনা ।
#৫গৰাকী মহিলাসহ এজন শিশু আহত ।

15/09/2025

# #ছিপাঝাৰৰ প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়াৰ কংগ্ৰেছত যোগদান কাৰ্যসূচীত
জনতাৰ বিপুল সমাদৰ ।

14/09/2025

আজি মঙ্গলদৈত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ।

14/09/2025

ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

14/09/2025

# #আজি মঙ্গলদৈত উপষ্ঠিত হ'ব দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী ।

12/09/2025

ছিপাঝাৰৰ নাৰিকলিত শিহৰণকাৰী ঘটনা।

নৃশংস হত্যাৰ বলি একেটা পৰিয়ালৰ তিনিজন।

11/09/2025

ছিপাঝাৰৰ নাৰিকলিত ভয়ংকৰ হত্যাকাণ্ড ।পিতৃ,পত্নী,পুত্ৰক একেলগে হত্যা ।

Shout out to my newest followers! Excited to have you onboard! Rajibul Ali, S S Shah, Mithun Das, Minal Hoque, S A Jeky ...
10/09/2025

Shout out to my newest followers! Excited to have you onboard! Rajibul Ali, S S Shah, Mithun Das, Minal Hoque, S A Jeky Ahmed, Jakir Hussain, Antima Begum, Mithun Rajbongshi, Chandrashekhar Kumar Chandrashekhar Kumar, Sharmin Nahid, Pinku Choudhury, Urmila Saikia Sutradhar, Karabi Sarma, K Kharu, Kkmax Pegu, Heena Yada, Mridul Roy, Montu Borah, Aminul Ahmed Aminul Ahmed, Hafizur Rahaman, Jitu Ali, Deep Kashyap, Bubu Borah, Tarali Baishya, Dimpi Begum, Mukut Ali, Abdul Rahman, Hafij Uddin Blok, Bakul Bordoloi, Lata Mani Patar Patar, Deedar Hussain, Akoni Gogoi, Ubaid Shaikh

09/09/2025

# #ৰঙিয়াৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উদিয়ানাত সোমবাৰে সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা । গুৱাহাটী অভিমুখী এখন বাইকক তীব্ৰ বেগী বাহনে খুন্দিওৱাত থিতাতে নিহত হয় নলবাৰীৰ সোনকুৰিহা চকৰ কিশোৰ আশ্ৰাফুল আলী। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় কিশোৰজনৰ মাতৃ আমেনা খাতুন আৰু বাইক আৰোহী হাটশিঙিমাৰীৰ ৰফিকুল হুছেইন আখতাৰ।

Address

Near Dumunichowki
Mangaldai

Website

Alerts

Be the first to know and let us send you an email when Sangbad New posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Sangbad New:

Share