01/09/2026
#ছিপাঝাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা।
#থিতাতে নিহত ছিপাঝাৰ ভুক্তাবাৰীৰ চমক শইকীয়া।
#ছিপাঝাৰৰ কলেজ চকত অচিনাকি বাহনে পথচাৰী চমক শইকীয়াক খুন্দিয়াই থৈ যোৱাৰ পিছত থিততে নিহত হয় ।
#ফলত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ যান বাহন কিছুসময়ৰ বাবে বন্ধ হৈ পৰে।
#ঘটনাস্থলীত ছিপাঝাৰ আৰক্ষী উপস্থিত হৈ যানবাহন তথা পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে।
ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ॥