Daily News Axom

Daily News Axom সদায় সত্যৰ সন্ধানত আৰু ৰাইজৰ পক্ষত।
Daily news axom য়ে অসমৰ লগতে
ভাৰতৰ বিভিন্ন প্ৰান্তৰ খবৰ প্ৰকাশ কৰে।
Follow Us.....Daily News Axom

25/09/2025

জুবিন গাৰ্গৰ ঘৰত শিল্পীসমাজ,গৰিমা বৌৰ সন্মুখতে ল'লে ডাঙৰ সিদ্ধান্ত, আমাক ন্যায় লাগে।





'ভগৱানৰ আত্মা আছিল জুবিন। ভগৱানৰ কাষত থাকিও চিনি নাপালো'। কান্দি কান্দি আৱেগিক গৰিমা গাৰ্গ।
24/09/2025

'ভগৱানৰ আত্মা আছিল জুবিন। ভগৱানৰ কাষত থাকিও চিনি নাপালো'। কান্দি কান্দি আৱেগিক গৰিমা গাৰ্গ।

24/09/2025

জুবিন গাৰ্গৰ ন্যায়ৰ সন্দৰ্ভত দীপান্বিতা ডেকাৰ মন্তব্য।

19/09/2025

কোটি কোটি অনুৰাগীৰ বুকু উকা কৰি গুচি গ’ল হাৰ্টথ্ৰৱ জুবিন গাৰ্গে।

#উকা

কোটি কোটি অনুৰাগীৰ বুকু উকা কৰি গুচি গ’ল হাৰ্টথ্ৰৱ জুবিন গাৰ্গে। #উকা
19/09/2025

কোটি কোটি অনুৰাগীৰ বুকু উকা কৰি গুচি গ’ল হাৰ্টথ্ৰৱ জুবিন গাৰ্গে।

#উকা

15/09/2025

'মানুহ বিয়া হৈ ছুইজাৰলেণ্ড, কাশ্মীৰ, ইংলেণ্ড যায়। বিয়া হৈ পাকিস্তানলৈ কোন যায়? পাকিস্তানলৈ যোৱা বুলি নিজেই স্বীকাৰ কৰিলে গৌৰৱ গগৈয়ে। দুদিনৰ বাবে পাকিস্তানলৈ গলেও জীৱনভৰ পাকিস্তানৰ ব্লেকমেইলত থাকিব লাগে। পাকিস্তানে যি কয় তাকে শুনিব লাগে'। গৌৰৱ গগৈ পাকিস্তান যোৱাক লৈ পুনৰ সৰৱ মুখ্যমন্ত্ৰী।

অসমত প্ৰবল ভূমিকম্পৰ জোকাৰণি। ৫.৯ ৰিখটাৰ স্কেলত ইয়াৰ প্ৰাবল্য ভূমিকম্প কঁপাই গ'ল ৰাজ্য। সবিশেষ কমেণ্ট বক্সৰ লিংকত... #অ...
14/09/2025

অসমত প্ৰবল ভূমিকম্পৰ জোকাৰণি। ৫.৯ ৰিখটাৰ স্কেলত ইয়াৰ প্ৰাবল্য ভূমিকম্প কঁপাই গ'ল ৰাজ্য। সবিশেষ কমেণ্ট বক্সৰ লিংকত...

#অসমত #গল

19/08/2025

📌 ভোট চুৰিকাণ্ড... সংবিধানৰ ওপৰত আক্ৰমণ চলিছে।
📌 ভাৰতবৰ্ষৰ আত্মাক আক্ৰমণ হৈছে।

📌 ভোট চুৰি ভাৰত মাতাৰ ওপৰত আক্ৰমণ ।

📌 আমাৰ ভাৰত মাতা আৰু সংবিধানক আক্ৰমণ
কৰিব নিদিও EC আৰু মোদীক।
:- ৰাহুল গান্ধী


18/08/2025

ভোট চোৰ সাৱধান,
বিহাৰ ল'বলৈ আহি আছে,
ৰাইজৰ অধিকাৰ,
প্ৰতি ঘৰে অধিকাৰ ।

14/08/2025

পৰকীয়া প্ৰেমত লিপ্ত হৈ ৰাইজৰ ৰোষত প্ৰাক্তন বীৰ লাচিত সেনাৰ নেতা। পত্নী আৰু দুটা সন্তান থকাৰ পাছতো পৰকীয়া প্ৰেমত লিপ্ত হৈছিল অনুপ শইকীয়া। দলগাঁৱত দিন-দুপৰতে ৰাইজে হাতে লোটে ধৰা পেলালে অনুপ শইকীয়াক।

13/08/2025

হিমন্ত বিশ্ব শৰ্মা নহয়, অসমৰ মুখ্যমন্ত্ৰী জয়ন্তমল্ল বৰুৱাহে! প্ৰশংসা কৰিবলৈ গৈ জয়ন্ত মল্ল বৰুৱাক মুখ্যমন্ত্ৰী সঁজালে দক্ষিণ কামৰূপ জিলা বিজেপিৰ সভাপতি অঞ্জন গোস্বামীৰ।

10/08/2025

তিনি গৰাকী মহিলাৰ টাৰ্গেটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। হানিট্ৰেপিঙৰ জড়িয়তে মুখ্যমন্ত্ৰীক বিপদত পেলোৱাৰ ষড়যন্ত্ৰৰ আঁৰৰ ৰহস্য কি?

Address

Mangaldai
784146

Alerts

Be the first to know and let us send you an email when Daily News Axom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Daily News Axom:

Share