Sangeeta Runjun Deka

Sangeeta Runjun Deka ,নাচি গান গাই ভাল পোৱা‌ ছোৱালী ,মোক আগবাঢ়ি যোৱাত সহায় কৰিব বুলি আশা কৰিলো । ধন্যবাদ 🙏

15/03/2025

শুভ সন্ধিয়া সকলোকে ゚viralシfypシ゚viralシalシ

কি‌ খবৰ আপোনালোকৰ
15/03/2025

কি‌ খবৰ আপোনালোকৰ

অতীত ভয়ংকৰ হ'ব পাৰে কিন্তু সঠিক মানুহৰ লগত জীৱনতো আৰম্ভ কৰিলে বৰ্তমান ভৱিষ্যত দুয়োটাই সুন্দৰ হ'ব । সুপ্ৰভাত সকলোকে ,সক...
13/03/2025

অতীত ভয়ংকৰ হ'ব পাৰে কিন্তু সঠিক মানুহৰ লগত জীৱনতো আৰম্ভ কৰিলে বৰ্তমান ভৱিষ্যত দুয়োটাই সুন্দৰ হ'ব । সুপ্ৰভাত সকলোকে ,সকলোৰে আজিৰ দিনতো সুন্দৰ হ ওক ।

শুভ আবেলি সকলোকে।সুখ বোলা‌ বস্তুতো চন্দনৰ দৰে ,কাৰোবাৰ কপালত লগালে নিজৰ আঙুলিতো সুবাহিত হৈ থাকে ।সকলো কুশলে থাকক দেই ।
12/03/2025

শুভ আবেলি সকলোকে।সুখ বোলা‌ বস্তুতো চন্দনৰ দৰে ,কাৰোবাৰ কপালত লগালে নিজৰ আঙুলিতো সুবাহিত হৈ থাকে ।সকলো কুশলে থাকক দেই ।

Address

Mangaldai

Website

Alerts

Be the first to know and let us send you an email when Sangeeta Runjun Deka posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share