Super News Axom

Super News Axom সকলোতকৈ আগত সত্যৰ সন্ধানত নিৰপেক্ষ খবৰ।

23/12/2023

দৰঙৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ এক ভয়ংকৰ পথ দূৰ্ঘটনা।
খাৰুপেটীয়াৰ কলেজ টাৰ্ণিংগত সংঘটিত হয় এই পথ দুৰ্ঘটনা।

03/12/2023

মুৰুগ খেলৰ নামত জুৱাৰ মুকলি বজাৰ ।
ওদালগুৰি জিলাৰ অন্তৰ্গত বঙালী গাঁৱত চলি আছে এই জুৱাৰ মুকলি বজাৰ।

22/11/2023

টেট উত্তীৰ্ণ শিক্ষকৰ দু-ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ।

দলগাঁৱৰ প্ৰাথমিক শিক্ষাখণ্ডৰ কাৰ্যালয়ৰ সন্মুখত বিভিন্ন শ্লোগানাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

20/11/2023

মাননীয় স্বাস্থ্য মন্ত্ৰী ডাঙৰীয়া, কি হৈছে আপুনাৰ স্বাস্থ্য বিভাগত খবৰ ৰাখিছেনে ?

20/11/2023

📌 দৰঙৰ ওজাগাঁৱৰ ১০ নং ৱাৰ্ডৰ এক গাঁৱলীয়া পথে জ্বলাকলা খুৱাইছে স্থানীয় ৰাইজক

19/11/2023

🔶 জটিল ৰোগত আক্ৰান্ত খাৰুপেটীয়াৰ মালেপউদ্দিন।
সহায় বিচাৰি বৃদ্ধ পিতৃৰ ৰাইজৰ ওচৰত আৰ্তনাত।
FOR HELP " PHONEPAY- 9957842265

17/11/2023

তীব্ৰ সমালোচনা কৰিলে অধিবক্তা ছাদ্দাম হুছেইন সংগঠন নেতৃবৃন্দক।

16/11/2023

মৌলানা বদৰুদ্দিন আজমলক তীব্ৰ সমালোচনা অসম ৰাজ্যিক জমিয়ত উলামা-ই হিন্দৰ সভাপতি মৌলানা মোস্তাক আনফৰ চাহাবৰ ।।

15/11/2023

মাল ভৰ্তি বাহন লৈ উধাও।
দলগাওৰ জামালপুৰৰ চালক ফাৰুক আব্দুল্লা বাহন লৈ উধাও।

03/11/2023

#দৰঙৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগত লাগি থকা টাংনী চাহ বাগিচাত যোৱা ৰাস্তাত ভয়ংকৰ পদ দূৰ্ঘটনা।

#তিনি জন লোক আহত ।

01/11/2023

কেমেৰাৰ সন্মুখত হুকহুকাই কান্দিলে পত্নীক বিচাৰি নিজ স্বামী।

24/10/2023

খাৰুপেটীয়াত ভয়ংকৰ মাৰপিটৰ ঘটনা।
থিতাতে নিহত দুজনকৈ লোক।
ভূমিকেন্দ্ৰী সংঘাতৰ পৰিণতি।

Address

Darrang
Mangaldai
784115

Alerts

Be the first to know and let us send you an email when Super News Axom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Super News Axom:

Share