Voice of Darrang

Voice of Darrang WELLCOME to VOICE OF DARRANG. It's an Assamese News,Entertainment and Motivational Channel.

Please Follow to get more updates.

23/09/2025

মুখাগ্নি কৰিছে জুবিন গাৰ্গৰ ভগ্নীয়ে। সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰাৰে শ্মশান যাত্ৰা জুবিন গাৰ্গৰ। অগণন গুণমুগ্ধই শেষ বিদায়ৰ মূহুত্বত।

23/09/2025

সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰাৰে শ্মশান যাত্ৰা জুবিন দাৰ।অগণন গুণমুগ্ধই শেষ বিদায়ৰ মূহুত্বত।

23/09/2025

অসম আৰক্ষীয়ে জুবিন গাৰ্গৰ শেষ যাত্ৰাত কৰা সন্মান। প্ৰতিটো মূহুত্ব, গুৱাহাটীৰ সোণাপুৰৰ পৰা।

23/09/2025

জুবিন গাৰ্গৰ শেষ যাত্ৰাত প্ৰতিটো মূহুত্ব, গুৱাহাটীৰ সোণাপুৰৰ পৰা।

23/09/2025

জুবিন গাৰ্গৰ শেষ যাত্ৰাত প্ৰতিটো মূহুত্ব, গুৱাহাটীৰ সোণাপুৰৰ পৰা।

23/09/2025

যোৰহাটত আৰক্ষীৰ লাঠিচালনা। জুবিনৰ নামলৈ ২৮ ঘন্টাধৰি পথ অৱৰোধেৰে ৰাইজক হাৰাশাস্তি কৰা একাংশ যুৱকক আৰক্ষীৰ লাঠিচালনা।

23/09/2025

জুবিন গাৰ্গৰ স্মৃতি ৰুমণ্ঠন দৈপামত। আপুৰুগীয়া সম্পদ হেৰাই যোৱাৰ বাবে উদ্বিগ্ন গঞা।

22/09/2025

জুবিন গাৰ্গক লৈ বিতৰ্কিত মন্তব্য কৰি ৰোষত বিশ্ববিদ্যালয় উপাচাৰ্য। তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত উত্তপ্ত পৰিস্থিতি।


22/09/2025

ক্ৰমান্বয়ে বেয়ালৈ ঢাল খাইছে যোৰহাটৰ পৰিবেশ। 'ব'ল আমি প্ৰেছ ক্লাৱ ভাঙি দিও গৈ ' বুলি এচাম উদ্যত হৈছে সংবাদ ভৱন / প্ৰেছ ক্লাব ভাঙিবলৈ।

22/09/2025

দৈপামত জুবিন গাৰ্গক সোঁৱৰণ। দৈপামৰ ভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে সংযুক্ত ভাবে আয়োজন এই সোঁৱৰণী অনুষ্ঠান।

ভুলকৈ উল্লেখ জন্ম তাৰিখ।ছিংগাপুৰৰ পৰা প্ৰদান কৰা জুবিন গাৰ্গৰ মৃত্যু প্ৰমাণ পত্ৰত ভুলকৈ লিখিলে জন্ম তাৰিখ। ゚
22/09/2025

ভুলকৈ উল্লেখ জন্ম তাৰিখ।ছিংগাপুৰৰ পৰা প্ৰদান কৰা জুবিন গাৰ্গৰ মৃত্যু প্ৰমাণ পত্ৰত ভুলকৈ লিখিলে জন্ম তাৰিখ।

22/09/2025

দলগাঁৱৰ দলংপাৰ পাৰ বজাৰত জুবিন গাৰ্গক স্মৰণ। বজাৰ পৰিচালনা সমিতিৰ উদ্যোগত এই আয়োজন।

Address

Dalgaon
Mangaldai

Website

Alerts

Be the first to know and let us send you an email when Voice of Darrang posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share