My pleasure With You

My pleasure With You Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from My pleasure With You, Digital creator, Darrang, Mangaldai.

হয়,মই এনেকুৱাই..🤗
এনেও বিশেষ সময়খিনিত বিশেষ ভাৱেই অন্তঃকৰণেৰে উপভোগ কৰাতো মোৰ পুৰণি অভ্যাস।পিছলৈ মন যেতিয়াই যায় তেতিয়াই ছেয়াৰ কৰো আপোনাৰ সতে..সেয়াও মোৰ ভাল লগা।ভাললগা খিনিকেই আপোনালৈ...
এটা সময় আহিব,যিবোৰ বিচাৰি হয়তো আপুনিও হাৱাথুৰি খাব সেয়াই..

এনেও বিশেষ সময়খিনিত বিশেষ ভাৱেই অন্তঃকৰণেৰে উপভোগ কৰাতো মোৰ পুৰণি অভ্যাস। পিছলৈ মন যেতিয়াই যায় তেতিয়াই ছেয়াৰ কৰো।  ...
17/08/2025

এনেও বিশেষ সময়খিনিত বিশেষ ভাৱেই অন্তঃকৰণেৰে উপভোগ কৰাতো মোৰ পুৰণি অভ্যাস। পিছলৈ মন যেতিয়াই যায় তেতিয়াই ছেয়াৰ কৰো।
স্বাধীনতা দিৱসৰ সকলোতকৈ ভাল লগা বিশেষ ফটো -৬

এনেও বিশেষ সময়খিনিত বিশেষ ভাৱেই অন্তঃকৰণেৰে উপভোগ কৰাতো মোৰ পুৰণি অভ্যাস। পিছলৈ মন যেতিয়াই যায় তেতিয়াই ছেয়াৰ কৰো।  ...
17/08/2025

এনেও বিশেষ সময়খিনিত বিশেষ ভাৱেই অন্তঃকৰণেৰে উপভোগ কৰাতো মোৰ পুৰণি অভ্যাস। পিছলৈ মন যেতিয়াই যায় তেতিয়াই ছেয়াৰ কৰো।
স্বাধীনতা দিৱসৰ সকলোতকৈ ভাল লগা বিশেষ ফটো -৫

এনেও বিশেষ সময়খিনিত বিশেষ ভাৱেই অন্তঃকৰণেৰে উপভোগ কৰাতো মোৰ পুৰণি অভ্যাস। পিছলৈ মন যেতিয়াই যায় তেতিয়াই ছেয়াৰ কৰো।  ...
17/08/2025

এনেও বিশেষ সময়খিনিত বিশেষ ভাৱেই অন্তঃকৰণেৰে উপভোগ কৰাতো মোৰ পুৰণি অভ্যাস। পিছলৈ মন যেতিয়াই যায় তেতিয়াই ছেয়াৰ কৰো।
স্বাধীনতা দিৱসৰ সকলোতকৈ ভাল লগা বিশেষ ফটো -৪

এনেও বিশেষ সময়খিনিত বিশেষ ভাৱেই অন্তঃকৰণেৰে উপভোগ কৰাতো মোৰ পুৰণি অভ্যাস। পিছলৈ মন যেতিয়াই যায় তেতিয়াই ছেয়াৰ কৰো।  ...
17/08/2025

এনেও বিশেষ সময়খিনিত বিশেষ ভাৱেই অন্তঃকৰণেৰে উপভোগ কৰাতো মোৰ পুৰণি অভ্যাস। পিছলৈ মন যেতিয়াই যায় তেতিয়াই ছেয়াৰ কৰো।
স্বাধীনতা দিৱসৰ সকলোতকৈ ভাল লগা বিশেষ ফটো -৩

এনেও বিশেষ সময়খিনিত বিশেষ ভাৱেই অন্তঃকৰণেৰে উপভোগ কৰাতো মোৰ পুৰণি অভ্যাস। পিছলৈ মন যেতিয়াই যায় তেতিয়াই ছেয়াৰ কৰো।  ...
17/08/2025

এনেও বিশেষ সময়খিনিত বিশেষ ভাৱেই অন্তঃকৰণেৰে উপভোগ কৰাতো মোৰ পুৰণি অভ্যাস। পিছলৈ মন যেতিয়াই যায় তেতিয়াই ছেয়াৰ কৰো।
স্বাধীনতা দিৱসৰ সকলোতকৈ ভাল লগা বিশেষ ফটো -২

এনেও বিশেষ সময়খিনিত বিশেষ ভাৱেই অন্তঃকৰণেৰে উপভোগ কৰাতো মোৰ পুৰণি অভ্যাস। পিছলৈ মন যেতিয়াই যায় তেতিয়াই ছেয়াৰ কৰো।  ...
17/08/2025

এনেও বিশেষ সময়খিনিত বিশেষ ভাৱেই অন্তঃকৰণেৰে উপভোগ কৰাতো মোৰ পুৰণি অভ্যাস। পিছলৈ মন যেতিয়াই যায় তেতিয়াই ছেয়াৰ কৰো।
স্বাধীনতা দিৱসৰ সকলোতকৈ ভাল লগা বিশেষ ফটো -১

Happy Independence Day ..মোৰ খুব ভাল লগা এখন ছবি    ফটোৰ উৎস- ফেচবুক
15/08/2025

Happy Independence Day ..
মোৰ খুব ভাল লগা এখন ছবি


ফটোৰ উৎস- ফেচবুক

14/06/2025

ইমান গৰমত বৰষুণলৈ অপেক্ষা কৰি থাকোতে মেঘৰ গাজনি শুনি বাহিৰলৈ দৌৰি আহিহো..পিছলৈ কি হ'ল, আহিল জানো?
বোলো গান কেইফাঁকি মানৰ লগতে এতিয়া মনত এই গানটো বাজি আছে...
মেঘে গিৰ্ গিৰ্ কৰে
আহ্ হা মেঘে গিৰ্ গিৰ্ কৰে
এজাক যেন বৰষুণ আহো আহো কৰে....

14/06/2025

মানৱতাই কি স্তৰ পাইছেগৈ... উফ্ ৰাম..

আজি বিশ্ব পৰিৱেশ দিৱস লগতে ভনীজনীৰো জন্ম দিন। তাইলৈ অশেষ শুভকামনা জনাইছোঁ ভগৱানে সদায়েই হাঁহি ধেমালিৰ মাজেৰে সময়বোৰ পা...
05/06/2025

আজি বিশ্ব পৰিৱেশ দিৱস লগতে ভনীজনীৰো জন্ম দিন। তাইলৈ অশেষ শুভকামনা জনাইছোঁ ভগৱানে সদায়েই হাঁহি ধেমালিৰ মাজেৰে সময়বোৰ পাৰ কৰিবলৈ সামৰ্থৱান কৰক,আৰু একো একোজোপা বৃক্ষৰ দৰে হৈ তাৰ গুণ গৰিমাৰে চৌপাশ সুন্দৰ কৰি ৰাখক, বিশেষ বুলি এই কামনা আগত ৰাখি ঘৰৰ মন্দিৰ ভাগত সেৱা এটা লৈ নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।
Happiest Birthday to Sister .... Stay blessed always..

20/05/2025

কেতিয়াবা দেখোন এনেকৈও ভাল লাগে...
জীৱন এয়াই..!!!

বন্ধুত্ব...বিবাহ সবাহ বোৰ আমাৰ বাবে এক একক অনুভূতি পূৰ্ণ;মিলনভূমি...এই যাত্ৰাত হেজাৰ ব্যস্ততাইয়ো ৰুধিব নোৱাৰা এইবাবেই য...
03/05/2025

বন্ধুত্ব...
বিবাহ সবাহ বোৰ আমাৰ বাবে এক
একক অনুভূতি পূৰ্ণ;
মিলনভূমি...
এই যাত্ৰাত হেজাৰ ব্যস্ততাইয়ো ৰুধিব নোৱাৰা এইবাবেই যে প্ৰস্তুতি নতুনক আদৰাৰ
নিজৰ ঠাইৰ পৰা আৰম্ভ কৰি
যাত্ৰাপথত এই বন্ধুত্বৰ নানানটা ষ্ট'পেজ,
এয়া; যাত্ৰাৰ শেষ ষ্ট'পেজ বিবাহ থলী
প্ৰকৃততে এয়াও যে আন এটা ষ্ট'পেজ
যি অতীত মধুৰ বন্ধুত্বৰ এনাজৰী
সেইবাবেই আমাৰ বাবে এই ঠাই
এক ব্যস্ত জীৱনৰ অপৰিকল্পিত মিলন থলী
য'ত কেৱল বন্ধুত্বৰ
আৱাহনী তথা এক সুন্দৰতম্ আবেষ্টনী ।

Address

Darrang
Mangaldai
784147

Website

Alerts

Be the first to know and let us send you an email when My pleasure With You posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share