
17/02/2024
আজি ১৭/০২/২০২৪ তাৰিখ হিৰাপৰা গাঁওৰ নিবাসী মঃ *ছামছদ্দিন আহমেদৰ* পিতৃ *মৰহুম সেইখ আব্দুল্লা* আজি সন্ধিয়া ৬:৪০ বজাত শেষ নিশ্বাস ত্যাগ কৰে। তেখেতৰ জনজা ৰাতিপুৱা ১০:০০ বজাত সম্পন্ন কৰা হব। খবৰ টো পাই অতি মৰ্মাহত হৈছোঁ। তেখেতক আল্লাই জন্নত নছিব কৰক।🤲