EduTeach Assam

EduTeach Assam বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সহায় হোৱাকৈ সমল যোগান ধৰা হয় ৷৷
(1)

অনুগ্ৰহ কৰি আমাৰ ইউটিউব চেনেলটো চাবস্ক্ৰাইব কৰিব ।। চেনেলৰ Community Post ত আমি নিতৌ নতুন নতুন MCQ দি থাকো ।
28/01/2025

অনুগ্ৰহ কৰি আমাৰ ইউটিউব চেনেলটো চাবস্ক্ৰাইব কৰিব ।। চেনেলৰ Community Post ত আমি নিতৌ নতুন নতুন MCQ দি থাকো ।

Hi, welcome to my channel. Contact Info... Whatsapp- 7002376715

শ্বহীদ প্ৰণামো তোমাক
28/01/2025

শ্বহীদ প্ৰণামো তোমাক

তলৰ লিংকটোত গৈ আমাৰ টেলিগ্ৰাম চেনেলত জইন হব পাৰিব ।।
20/01/2025

তলৰ লিংকটোত গৈ আমাৰ টেলিগ্ৰাম চেনেলত জইন হব পাৰিব ।।

19/01/2025

আজি GT TET ত অহা কেইটামান প্ৰশ্ন~
১) আহোম ৰাজত্বকালত যদি সোণোৱাল সকল সোণৰ লগত জড়িত, ৰূপোৱালসকল ৰূপৰ লগত জড়িত, তেন্তে তিৰুৱালসকল কিহৰ লগত জড়িত?
২) শ্ৰী দুৰ্জয় কাৰ ৰাজধানী আছিল?

৩) পচা ব্যৱস্থা কোনে প্ৰৱৰ্তন কৰিছিল?
৪) গধা ফুটুকী আৰু টুপীমূৰীয়া বান্দৰ কত পোৱা যায়?
৫) 1828 চনত অসমত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল?
৬) বৰ্তমানলৈকে সৰস্বতী সন্মান লাভ কৰা অসমৰ একমাত্ৰ ব্যক্তিগৰাকী হৈছে লক্ষীনন্দৰ বৰা । কোনখন গ্ৰন্থৰ বাবে তেওঁ এই সন্মান লাভ কৰিছিল?
৭) পানী দিহিং পক্ষী অভয়াৰণ্য অসমৰ কোনখন জিলাত আছে?
৮) নৰহৰি বুঢা ভকত নামৰ মানুহজন কি নৃত্য জনপ্ৰিয় কৰাত আগভাগ লৈছিল?

18/01/2025
GK for All
17/01/2025

GK for All

https://youtu.be/cN18E8txkiI
30/09/2024

https://youtu.be/cN18E8txkiI

Hello,In this video, You will find question answers regarding Assam Direct Recruitment Grade III & Grade IV posts.This is Educational Video. It will help you...

Address

Mangaldai
784125

Telephone

+919954538173

Website

Alerts

Be the first to know and let us send you an email when EduTeach Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to EduTeach Assam:

Share