ZGFC Mangaldai

ZGFC Mangaldai Official page of Zubeen garg fan club Mangaldai
(1)

27/08/2026

বিশেষ দিনটোত বিশেষ জনক স্মৰণ কৰোঁ আহক,
১৯ ছেপ্টেম্বৰত মঙলদৈত জুবিন গাৰ্গৰ অনুষ্ঠান ।

15/08/2026

৮০ সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছাৰে 🇮🇳

এবছৰ হবলৈ আৰু মাজত মাথো কেইদিনমান! জুবিন গাৰ্গ বিহীন অসম !
10/08/2026

এবছৰ হবলৈ আৰু মাজত মাথো কেইদিনমান! জুবিন গাৰ্গ বিহীন অসম !

বানপানীৰ এই মহাপ্ৰলয়ৰ মাজত অসহায় হৈ পৰা আমাৰ নিজৰেই আপোন ৰাইজলৈ এধানি মৰমসনা আশ্বাসৰ প্ৰচেষ্টা .. কলাগুৰু আৰ্টিষ্ট ফাউ...
23/07/2026

বানপানীৰ এই মহাপ্ৰলয়ৰ মাজত অসহায় হৈ পৰা আমাৰ নিজৰেই আপোন ৰাইজলৈ এধানি মৰমসনা আশ্বাসৰ প্ৰচেষ্টা .. কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন,সদৌ অসম জুবিন গাৰ্গ ফেন ক্লাৱ আৰু যোৰহাট ফেন ক্লাব মিলি সামান্য সহায়ৰ হাত 🙏

আমাৰ এই প্ৰচেষ্টা অব্যাহত থাকিব । চলচ্চিত্ৰ সমাজ অসম, কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন,গুৱাহাটী চিনে মিউজিচিয়ান এচশ্যিয়েচন,জুবিন গাৰ্গ ফেন ক্লাৱ .. আমি সকলো মিলি থাকিম আৰ্তজনৰ কাষত । যদি কোনো সদাশয় ব্যক্তিয়ে যোগদান কৰিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি আগবাঢ়ি আহক ..
Account Name: FILM FRATERNITY OF ASSAM
Account Number: 416401000228
IFSC Code: ICIC0004164
Bank name : ICICI Bank
Branch: Jatia Branch, Guwahati

অথবা

Account Name: KOLAGURU ARTIST FOUNDATION
Account Number: 215101000145
Account Type: Savings Account
Bank Name: ICICI Bank Ltd.
Branch: Jatia, Guwahati
IFSC Code: ICIC0004164

১৮ জুলাই,  মংগলদৈ নাট্য মন্দিৰ প্ৰেক্ষাগৃহত
17/07/2026

১৮ জুলাই, মংগলদৈ নাট্য মন্দিৰ প্ৰেক্ষাগৃহত

জুবিন গাৰ্গৰ অন্যতম প্ৰিয় চহৰ মংগলদৈ চহৰবাসীৰ তৰফৰ পৰা হিয়াৰ আমঠু জনলৈ শ্ৰদ্বা জনাই আমি জুবিন গাৰ্গ ফেন ক্লাৱ মংগলদৈয়েও ...
11/07/2026

জুবিন গাৰ্গৰ অন্যতম প্ৰিয় চহৰ মংগলদৈ চহৰবাসীৰ তৰফৰ পৰা হিয়াৰ আমঠু জনলৈ শ্ৰদ্বা জনাই আমি জুবিন গাৰ্গ ফেন ক্লাৱ মংগলদৈয়েও চহৰৰ উপযুক্ত ঠাই এডোখৰত জুবিন গাৰ্গৰ এখন চিত্ৰ অংকন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। কিন্তু মংগলদৈৰ মাজমজিয়াৰ মুখ্য ব্যস্ত অঞ্চল সমূহত চিত্ৰ অংকন কৰিবলৈ পৰ্যাপ্ত আকাৰ আৰু ভালকৈ ৰাইজৰ চকুত পৰা উপযুক্ত স্হান এটা নিৰ্বাচন কৰাৰ ক্ষেত্ৰত কিছু দোমোজাৰ সৃষ্টি হৈছে। গতিকে, জুবিন গাৰ্গক ভাল পোৱা আৰু তেখেতক চিৰদিনলৈ বুকুত ৰাখিব বিচৰা মংগলদৈৰ প্ৰতিগৰাকী সচেতন ৰাইজৰ সহায় সহযোগীতা আৰু দিহা পৰামৰ্শ একান্তভাৱে কামনা কৰিছোঁ। ঠাই নিৰ্বাচন কৰাৰ পৰা ছবিখন সম্পুৰ্ণ হৈ উঠালৈ প্ৰয়োজনীয় যিকোনো ক্ষেত্ৰত আপোনালোকৰ প্ৰত্যক্ষ সহযোগীতাই ছবিখন সৰ্বাংগ সুন্দৰ কৰি তুলিব বুলি আমি বিশ্বাসী।
- Zubeen Garg Fan Club Mangaldai

Beatiful Mangaldai ZGFC Mangaldai

10/07/2026

তাহানিতে শুনা সেই Radio ooo lala ৰ advertisement ৰ বাবে জুবিন গাৰ্গে গোৱা এই গীতটো মনত আছে নে আপোনাৰ? আপুনি যদি FM বা Ratio ৰ দৈনিক শ্ৰোতা আছিল, তেতিয়াহলে এই গানটোৱে নিশ্চয় বৰ্ত্তমানেও সজীব কৰি তুলিব স্মৃতিবোৰ ।

08/07/2026

"শিল্পীৰ সদায় সামাজিক দায়বদ্ধতা থাকিব লাগে"
৮ বছৰ পূৰ্বে অসমৰ জিলাই জিলাই বানপানীয়ে কৰা সংহাৰ দেখি বানাক্ৰান্ত সকলৰ সহায়ৰ বাবে গুৱাহাটীৰ অলিয়ে গলিয়ে জুবিন গাৰ্গৰ পৰিভ্ৰমণ । উদ্দেশ্য, ৰাইজৰ বৰঙণিৰে অসমৰ চুকে কোণে বানাক্ৰান্ত সকলক প্ৰয়োজনীয় সা সামগ্ৰী যোগান ধৰা। লগত জুবিন গাৰ্গ ফেন ক্লাৱ ।

24/06/2026

জুবিন গাৰ্গৰ সপোনৰ অনুষ্ঠান "অভিনয়া - জংকী বৰঠাকুৰ পৰিৱেশ্য কলা কেন্দ্ৰ"ৰ আগন্তুক আয়োজন।

অহা ৬ জুলাইৰ পৰা শিশু (৬-১০ বছৰ) আৰু চেমনীয়াৰ (১১-১৫ বছৰ) বাবে দুটা শাখাত অনুষ্ঠিত হ'ব নাচ-গান-নাটকৰ গ্ৰীষ্মকালীন শিবিৰ। সবিশেষ জানিবলৈ তলত দিয়া পোষ্টাৰখনৰ QR code-টি scan কৰক।

Abhinaya

Address

Mangaldai
784125

Telephone

+917002433912

Website

Alerts

Be the first to know and let us send you an email when ZGFC Mangaldai posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share