Pankaj Deka

Pankaj Deka Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Pankaj Deka, Digital creator, Sipajhar, Mangaldai.

04/01/2025

গধূলি বতাহ যাকে,,
তোমাৰ বতৰা দিয়ে,,,
তুমি আহিবা বুলি,,,
নিসংগতাৰে ভৰি থকা
মোৰ এই হৃদয় খন,,,
বৰ অবুজন হৈ পৰে,,,,
তুমি অবিহনে মই,,,
বৰ অকলশৰীয়া,,,,,

বুকুত থকা কষ্টবোৰ কোনেনো দেখা পাই?মনৰ মাজত চলি থকা প্রশ্নবোৰ কোনেনো বুজি পাই?কোনোবাই জানো দিব পাৰিব ইয়াৰ উত্তৰ?ওঁঠত থকা ...
04/01/2025

বুকুত থকা কষ্টবোৰ কোনেনো দেখা পাই?

মনৰ মাজত চলি থকা প্রশ্নবোৰ কোনেনো বুজি পাই?

কোনোবাই জানো দিব পাৰিব ইয়াৰ উত্তৰ?

ওঁঠত থকা হাঁহিতো দেখিয়েই অনুমান কৰিবতো নোৱাৰে তেওঁ বাৰু সঁচাকৈয়ে সুখী নে?
শুভ ৰাত্ৰী জনালোঁ 🙏

Address

Sipajhar
Mangaldai
784145

Website

Alerts

Be the first to know and let us send you an email when Pankaj Deka posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share