Arup Saikia

Arup Saikia freelance, social media marketing, public issues etc

✍️অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ ঘোষণা কৰিছে যে দেশৰ প্ৰায় ৭২ জন ইউটিউবাৰে অসমৰ বানপীড়িত ৰাইজৰ সহ...
13/08/2026

✍️অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ ঘোষণা কৰিছে যে দেশৰ প্ৰায় ৭২ জন ইউটিউবাৰে অসমৰ বানপীড়িত ৰাইজৰ সহায়ৰ বাবে ধন সংগ্ৰহ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে বিশেষভাৱে সমাজকৰ্মী তথা জনপ্ৰিয় ইউটিউবাৰ সময় গগৈৰ (Samay Gogoi) ভূয়সী প্ৰশংসা কৰিছে আৰু কৈছে যে তেওঁ অতি সুন্দৰ কাম কৰিছে।
সময় গগৈয়ে নিজৰ উপাৰ্জন, সঞ্চয় আৰু অনলাইন সমল ব্যৱহাৰ কৰি দুৰ্গম অঞ্চলৰ বানাক্ৰান্ত পৰিয়ালক খাদ্য, খোৱা পানী, দৰব যোগান ধৰাৰ উপৰিও আবদ্ধ হৈ পৰা পশুপক্ষী উদ্ধাৰ আৰু 'Project Golden Assam' ৰ অধীনত ভাঙি যোৱা ঘৰ পুনৰ নিৰ্মাণৰ দৰে প্ৰশংসনীয় কাম কৰি আহিছে।
যিসকল ইউটিউবাৰে সংগ্ৰহ কৰা ধনেৰে সঁচাকৈয়ে মাটিত নামি বানাক্ৰান্তক সহায় কৰিছে, তেওঁলোকক অসম চৰকাৰে আনুষ্ঠানিকভাৱে ধন্যবাদ পত্ৰ আৰু অসমীয়া গামোচাৰে সম্বৰ্ধনা জনাব বুলি উল্লেখ কৰিছে।
সময় গগৈ অভিনন্দন জনালোঁ💕

গুৱাহাটী ৰ গছবোৰ কেনেকৈ বাছিল তদন্ত হব লাগে?
05/08/2026

গুৱাহাটী ৰ গছবোৰ কেনেকৈ বাছিল তদন্ত হব লাগে?

03/08/2026
পংকজ পাঠক
28/07/2026

পংকজ পাঠক

27/07/2026

ই আকৌ কেলা শিক্ষক বোলে।।

বানপানীৰ ফলত বহু অঞ্চলত বিদ্যুৎ যোগান ব্যাহত হোৱাত মোবাইল ছাৰ্জ কৰাটো ডাঙৰ সমস্যাত পৰিণত হৈছে। এই পৰিস্থিতিত শিৱসাগৰৰ যু...
27/07/2026

বানপানীৰ ফলত বহু অঞ্চলত বিদ্যুৎ যোগান ব্যাহত হোৱাত মোবাইল ছাৰ্জ কৰাটো ডাঙৰ সমস্যাত পৰিণত হৈছে। এই পৰিস্থিতিত শিৱসাগৰৰ যুৱ উদ্ভাৱক অভিজিৎ দুৱাৰাই নিজৰ মটৰচাইকেলত ছ'লাৰ ব্যৱস্থা সংযোগ কৰি এক চলন্ত Solar Mobile Charging Point নিৰ্মাণ কৰিছে।

তেওঁ এই বিশেষ মটৰচাইকেলখন লৈ বিদ্যুৎবিহীন বানাক্ৰান্ত গাঁওসমূহলৈ গৈ ৰাইজৰ মোবাইল বিনামূলীয়াকৈ ছাৰ্জ কৰাৰ সুবিধা প্ৰদান কৰি আহিছে। তেওঁৰ এই অভিনৱ আৰু মানৱীয় পদক্ষেপে বানপীড়িত লোকসকলৰ যোগাযোগ অব্যাহত ৰখাত সহায় কৰাৰ লগতে স্থানীয় ৰাইজৰ প্ৰশংসা লাভ কৰিছে।

26/07/2026

blinkit আৰু Flipkart minuts ৰ অৱদান কিমান অসমৰ বান সাহায্য ত?????
ভিডীও হ'ব নে এটা??
যি কেইজনী খুৰী য়ে ফ্লিপকাৰ্টত হে ঘৰ ৰ বজাৰ কৰিহে ভাল পাওঁ বুলি Facebook ৰজনজনাই থাকে তেওঁলোক ক বোলে আজি ঘৰ ৰ ওচৰ ৰ স্থায়ী দোকান কেইখনৰ পৰা উঠোৱা সাহায্য ৰ পৰা পানী চাউল ডাইল খিনি দি হে জীৱন টো বছাইছে???

হয় নেকি কথা টো????

26/07/2026

বগা ডিফেণ্ডাৰত আহে যে পাছফালে চুলি দীঘল মিঠুনটোৰ নিচিনা..অসমৰ মানুহে ৰাস্তাত কাপোৰ মেলি দিয়ে যে খোজ কাঢ়িবলৈ.

সেই মিঠুনটো কত???

Address

Guwahati
Darrang

Telephone

+916000854327

Website

Alerts

Be the first to know and let us send you an email when Arup Saikia posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Arup Saikia:

Shortcuts

Share