Axom Satya

Axom Satya Assamese News Channel. Please Follow Assam News

আমাৰ অসম সত্যৰ আনুমানিক নিৰ্বাচনী ফলাফলৰ চমু আভাস!
13/04/2026

আমাৰ অসম সত্যৰ আনুমানিক নিৰ্বাচনী ফলাফলৰ চমু আভাস!

06/04/2026

Axom Sayta চেনেলটো বিক্ৰী কৰা হ'ব যদি কিনিব বিচাৰে তেন্তে যোগাযোগ কৰক- WhatsApp Number +91 87618 78886

03/04/2026

দুৰ্নীতি-ভ্ৰষ্টচাৰৰ বাবে মুখ্যমন্ত্ৰীয়ে যিমানবাৰ ক্ষমা খুজিলেও আমি ৰেহাই নিদিওঁ: ৰাহুল গান্ধী

তিতাবৰত নিৰ্বাচনী প্ৰচাৰ সভাত ৰাহুল গান্ধীৰ হুংকাৰ!

02/04/2026

এইবাৰ ৰাইজে বিচাৰিছে উজনি অসমৰ মুখ্যমন্ত্ৰী!

মুখ্যমন্ত্ৰীৰ দৌৰত আগবাঢ়ি আছে উজনি অসমৰ গৌৰৱ গগৈ!

01/04/2026

কংগ্রেছে মাত্ৰ ১৭ খন আসন লাভ কৰিব বুলি দাবী মুখ্যমন্ত্ৰীৰ!

পৰাজিত হ'ব অখিল গগৈ আৰু লুৰীণজ্যোতি গগৈ!

30/03/2026

তৰুণ গগৈক বিশ্বাসঘাতকতা কৰা হিমন্ত বিশ্ব শৰ্মাক ৰাজনীতিৰ পৰা বিদায় দিব লাগে!

তিতাবৰৰ কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰাণ কুৰ্মীৰ হৈ প্ৰচাৰ অভিযানত গৌৰৱ গগৈৰ মন্তব্য!

29/03/2026

মন্ত্ৰীপত্নীয়ে চৰকাৰী সুবিধা নোপোৱাৰ আইন আনিব গৌৰৱৰ চৰকাৰে!

মুখ্যমন্ত্রী আৰু আন মন্ত্রীসকলৰ পত্নীয়ে কোনো চৰকাৰী সুবিধা গ্রহণ কৰিব নোৱাৰা আইন আনিব গৌৰৱে!

24/03/2026

জুবিন গাৰ্গৰ প্রতিমূর্তি নির্মাণ কৰাৰ বাবেই বিজেপিয়ে টিকট নিদিলে!

প্রার্থিত্ব বঞ্চিত বিজেপি বিধায়কৰ অভিযোগ!

23/03/2026

শক্তি প্ৰদৰ্শন! পদ্ম, পীয়ুষ, ৰূপকে চেৰ পেলালে মুখ্যমন্ত্ৰীক!

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চেৰ পেলালে বিজেপিৰ তিনিগৰাকী প্ৰাৰ্থীয়ে।

21/03/2026

বিজেপি এতিয়া দুৰ্নীতিগ্ৰস্ত কংগ্ৰেছ নেতাৰ পুনৰ্সংস্থাপন কেন্দ্ৰ! ক্ষোভিত বিজেপি কৰ্মীৰ দলত্যাগ!

সমূহ ইছলামধৰ্মী ৰাইজলৈ পবিত্ৰ ঈদ উল ফিটৰৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
21/03/2026

সমূহ ইছলামধৰ্মী ৰাইজলৈ পবিত্ৰ ঈদ উল ফিটৰৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

20/03/2026

মীৰা বৰঠাকুৰক নিৰ্বাচনত সহায় কৰিব দিছপুৰৰ বিজেপি বিধায়ক অতুল বৰাই!

হঠাতে প্ৰদ্যুৎ বৰদলৈক প্ৰাৰ্থিত্ব প্ৰদান কৰাত বিজেপিত বিদ্ৰোহ!

Address

Mangaldoi
Mangaldoi

Opening Hours

Monday 7am - 12pm
Tuesday 7am - 12pm
Wednesday 7am - 12pm
Thursday 7am - 12pm
Friday 7am - 12pm
Saturday 7am - 12pm
Sunday 7am - 12pm

Website

Alerts

Be the first to know and let us send you an email when Axom Satya posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share