20/03/2026
🥀বিধায়ক আমিনুল ইছলামৰ নেতৃত্বত কর্মী সভা।
🥀উক্ত সভাত কর্মী সকলৰ মাজত মত বিনিময় কৰি সিদ্ধান্ত গ্ৰহণ কৰে যে আগন্তুক বিধানসভা নিৰ্বাচনত মেঘালয় ৰাজ্যৰ মুখ্যমন্ত্ৰী কনৰেড সাংমাৰ দল এনপিপি দলত যোগদান কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰে।