AN Live

AN Live This is the page and this page is belongs news and public figer from ssm
(6)

অসম ৰাজ্যিক বিজেপিৰ মাননীয় সভাপতি তথা লোকসভাৰ সাংসদ শ্ৰীদিলীপ শইকীয়া জন্মদিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন এক দীঘলীয়া দলীয় ...
02/09/2026

অসম ৰাজ্যিক বিজেপিৰ মাননীয় সভাপতি তথা লোকসভাৰ সাংসদ শ্ৰীদিলীপ শইকীয়া জন্মদিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন এক দীঘলীয়া দলীয় সাংগঠনিক অভিজ্ঞতাৰে সমৃদ্ধ শ্ৰীদিলীপ শইকীয়া বিভিন্ন ধৰণে অনুপ্রাণিত কৰি আহিছে।

02/09/2026

কথাত তাণ্ডৱ…
কেমেৰাৰ আগত বিপ্লব
কিন্তু বাস্তৱত ?

অখিল গগৈ ডাঙৰীয়া
এয়া অপোনাৰ ৰাজনীতিৰ নতুন episode নেকি ?

01/09/2026

মাইক যোগে প্ৰশাসনে দিলে সতৰ্কবাণী।
নামনিত যিকোনো মুহূৰ্ততে জলপ্ৰলয়ৰ আশংকা
ভূটানে এৰি দিয়া কুৰিশ্বু জলবিদ্যুত প্ৰকল্পৰ পানীত উফন্দি উঠিছে বেকী নৈ

নেপালৰ প্ৰলয়ংকাৰী জলবোমাৰ বুকু কঁপি যোৱা দৃশ্য। প্ৰকৃতিয়ে কি কৰিব নোৱাৰে আপোনালোকে নেপালৰ দৃশ্য চাওক৷
01/09/2026

নেপালৰ প্ৰলয়ংকাৰী জলবোমাৰ বুকু কঁপি যোৱা দৃশ্য।
প্ৰকৃতিয়ে কি কৰিব নোৱাৰে আপোনালোকে নেপালৰ দৃশ্য চাওক৷

31/08/2026

ভয়ংকৰ পথ দুৰ্ঘটনা,

31/08/2026

মৰিয়নি সমষ্টিৰ বানবিধ্বস্ত আৰু অৰুণোদয় বঞ্চিত ৰাইজৰ অধিকাৰক লৈ ৰাইজৰ দলৰ মুখ্যপাত্ৰ জ্ঞানশ্ৰী বৰাৰ মন্তব্য৷

সম্পূৰ্ণ ভিডিও চাওক৷

SSP South Salmara and all officers visited Asameralga border village along India-Bangladesh international border under c...
31/08/2026

SSP South Salmara and all officers visited Asameralga border village along India-Bangladesh international border under community outreach initiative. Officers interacted with villagers, addressed concerns and discussed issues including drug abuse, child marriage and other criminal activities, encouraging active community participation in building a safer and more responsible border community.
CMO Assam
Himanta Biswa Sarma
Assam Police
DGPAssamPolice

31/08/2026
31/08/2026

মানকাচৰ মহাবিদ্যালয়ত উত্তেজনা,উত্তেজিত ছাত্ৰই ভাঙি লণ্ড ভণ্ড কৰিলে চাৰিচকীয়া বাহন
মানকাচৰ মহাবিদ্যালয়ত ছাত্ৰ একতা সভাৰ সাধাৰন সম্পাদক আৰু প্ৰাক্তন ছাত্ৰৰ মাজত মাৰপিট, মাৰপিটত আ/হত দুই ফৈদৰ পাঁচজন যুৱক
ঘটনাস্থলীত মানকাচৰ আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত
তদন্তৰ পাছতহে জানিব পৰা যাব ঘটনাৰ প্ৰকৃত ৰহস্য

সামাজিক মাধ্যমৰ পৰা সংগ্ৰহ নেপালৰ মছজিদৰ ঘটনা আল্লাহৰ কিতাপ আল্লাই ৰক্ষা কৰিলে৷
31/08/2026

সামাজিক মাধ্যমৰ পৰা সংগ্ৰহ নেপালৰ মছজিদৰ ঘটনা আল্লাহৰ কিতাপ আল্লাই ৰক্ষা কৰিলে৷

Address

Hazirhat Bazar
Mankachar

Telephone

+919365336959

Website

Alerts

Be the first to know and let us send you an email when AN Live posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to AN Live:

Shortcuts

Share