SSM Real Express

SSM Real Express This is the page and this page is belongs news and public figer from ssm
(7)

07/11/2025

ৰাষ্ট্ৰীয় মোবাইল মেডিকেল ইউনিটৰ গাড়ী চালক ৰাসিবুল ইছলামৰ আৰ্তনাদ:

কোম্পানীয়ে চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে ৰাসিবুল ইছলামক:

হাটশিঙিমাৰীত ৰাষ্ট্ৰীয় মোবাইল মেডিকেল ইউনিটৰৰ নামত আচলতে চলিছে কি ? চালক জনৰ মুখেৰে কেতবোৰ অভিযোগ উত্থাপিন কৰিছে:

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ অন্তৰ্গত ৰাষ্ট্ৰীয় মোবাইল মেডিকেল ইউনিটৰ গাড়ী চালক ৰাসিবুল ইছলামে ২০১২ চনৰ পৰা চাকৰি কৰি আহিছে তেখেতৰ লগত যোৱা দুমাহ ধৰি চিকিৎসক ছাকিবুল ইছলাম আৰু লেৱোটোৰী টেকনিচিয়ান সৰিফুল ইছলাম নামৰ দুজন কৰ্মচাৰীয়ে তেখেতৰ লগত বেয়া ব্যৱহাৰ কৰি আহিছে আৰু মাজে সময়ে ধমকি দি থাকে। এই সন্দৰ্ভত যোৱা ২ অক্টোবৰত গাড়ী চালক জনে মিডিয়াৰ আগত মুখ খুলিছিল ইয়াৰ পৰিণতিত তেখেতেক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে বুলি মন্তব্য কৰে।


#এই #জুবিন MD mehedi Hasan Sofior Rohman Henry Bautista Hafizur Rahman শেখ সাহেব

07/11/2025

কটহগুৰি এ ইউ হাই স্কুলত পোন প্ৰথমবাৰৰ বাবে EVMত ছাত্ৰ সংসদৰ নিৰ্বাচন।



নগাওঁ জিলাৰ বটদ্ৰৱা শিক্ষা খণ্ডৰ অন্তৰ্গত কটহগুৰি এ ইউ হাই স্কুলত আজি অনুষ্ঠিত হোৱা ছাত্ৰ সংসদৰ নিৰ্বাচনত প্ৰথমবাৰৰ বাবে EVM পদ্ধতি প্রয়োগ কৰি ভোটগ্ৰহণ সম্পন্ন কৰা হয়। বিদ্যালয়টোৱে এই আধুনিক ভোটিং পদ্ধতি অৱলম্বন কৰাটোয়ে শিক্ষাব্যৱস্থাৰ এক নতুন পদক্ষেপ হিচাপে গণ্য কৰা হৈছে।
স্কুল কৰ্তৃপক্ষই জনাইছে যে ছাত্ৰ–ছাত্ৰীসকলক গণতান্ত্ৰিক প্ৰক্ৰিয়া, নিৰ্বাচনী শৃংখলা আৰু আধুনিক প্ৰযুক্তিৰ সৈতে পৰিচিত কৰাই তুলিবৰ বাবে EVM ব্যৱস্থা আৰম্ভ কৰা হৈছে। লগতে ভোটদানৰ প্রতি আগ্ৰহ সৃষ্টি কৰা আৰু ভবিষ্যতে দায়িত্বশীল নাগৰিক হিচাপে গঢ়ি তুলিবৰ উদ্দেশ্যো এই সিদ্ধান্তৰ অন্যতম লক্ষ্য। ১৯৬০ চনত স্থাপিত হোৱা বিদ্যালয় খনত
EVM পদ্ধতিৰ পোন প্ৰথমবাৰৰ বাবে ব্যৱহাৰ হোৱাত বিদ্যালয় পৰিসৰত এক বিশেষ আনন্দ-উল্লাসৰ পৰিৱেশ সৃষ্টি হয়। বহু ছাত্ৰ–ছাত্ৰীয়ে নতুন অভিজ্ঞতাটো উপভোগ কৰি আনন্দেৰে ভোট কেন্দ্ৰত উপস্থিত হোৱা দেখা যায়।
বিদ্যালয়ৰ শিক্ষক তথা নিৰ্বাচনী বিষয়া ইনামূল হকে আশা প্ৰকাশ কৰিছে যে এই ধৰণৰ নিৰ্বাচনে ছাত্ৰ–ছাত্ৰীসকলৰ মাজত গণতান্ত্ৰিক মনোভাব আৰু আত্মবিশ্বাস বৃদ্ধি কৰিব লগতে আগন্তুক দিনত আন বিদ্যালয়ৰ বাবে আদৰ্শ ৰূপে পৰিগণিত হ'ব।ছাত্ৰ সংসদৰ আজিৰ এই নিৰ্বাচনত সাধাৰণ সম্পাদকৰ পদত চুয়েল আহমেদ আৰু সহকাৰী সম্পাদকৰ পদত মাহফুজুৰ ৰহমান নিৰ্বাচনত জয়ী হয় বুলি বিদ্যালয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে।

মৈৰাবাৰীৰ পৰা ৰফিকুল ইছলাম ৰ ৰিপোৰ্ট




#এই #জুবিন MD mehedi Hasan Sofior Rohman Henry Bautista Hafizur Rahman শেখ সাহেব

    #এই      #জুবিন     MD mehedi Hasan  Sofior Rohman Henry Bautista Hafizur Rahman শেখ সাহেব
07/11/2025



#এই #জুবিন
MD mehedi Hasan Sofior Rohman Henry Bautista Hafizur Rahman শেখ সাহেব

ফকিৰগঞ্জ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অৰূপ জ্যোতি ৰায়ৰ নেতৃত্বত এজন তীৰ জুৱাৰী আটক ৷   #এই          #জুবিন   MD ...
07/11/2025

ফকিৰগঞ্জ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অৰূপ জ্যোতি ৰায়ৰ নেতৃত্বত এজন তীৰ জুৱাৰী আটক ৷



#এই #জুবিন
MD mehedi Hasan Sofior Rohman Henry Bautista Hafizur Rahman শেখ সাহেব

ফকিৰগঞ্জ অঞ্চলৰ প্ৰতিভাসম্পন্ন মৰমৰ ছাত্ৰী সকল ৷     #এই       Sofior Rohman MD mehedi Hasan  Henry Bautista Hafizur Rah...
06/11/2025

ফকিৰগঞ্জ অঞ্চলৰ প্ৰতিভাসম্পন্ন মৰমৰ ছাত্ৰী সকল ৷



#এই
Sofior Rohman MD mehedi Hasan Henry Bautista Hafizur Rahman শেখ সাহেব

হাটশিঙিমাৰীৰ ষ্টাৰ কেয়াৰমেডিকেলত আহি আছে DR. BIRIMONG QUINKERMS (ORTHO) CMC VELLOREঅস্থিশল্য ৰোগ বিশেষজ্ঞ ORTHOPEDIC Su...
06/11/2025

হাটশিঙিমাৰীৰ ষ্টাৰ কেয়াৰ

মেডিকেলত আহি আছে DR. BIRIMONG QUINKER

MS (ORTHO) CMC VELLORE

অস্থিশল্য ৰোগ বিশেষজ্ঞ ORTHOPEDIC Surgeon

যোগাযোগ নাম্বাৰ 7099909221



#এই #জুবিন
MD mehedi Hasan Sofior Rohman Henry Bautista Hafizur Rahman শেখ সাহেব

06/11/2025

দক্ষিণ শালমাৰা মানকাচৰ জিলাত
০৯/১১/২০২৫ তাৰিখত হাটশিঙিমাৰীৰ ষ্টাৰ কেয়াৰ

মেডিকেলত আহি আছে DR. BIRIMONG QUINKER

MS (ORTHO) CMC VELLORE

অস্থিশল্য ৰোগ বিশেষজ্ঞ ORTHOPEDIC Surgeon

যোগাযোগ নাম্বাৰ 7099909221



#এই #জুবিন
MD mehedi Hasan Sofior Rohman Henry Bautista Hafizur Rahman শেখ সাহেব

চিনি পাইছেনে কমেণ্ট কৰি জনাব ?     #এই        #জুবিন   MD mehedi Hasan  Sofior Rohman Henry Bautista Hafizur Rahman শেখ ...
05/11/2025

চিনি পাইছেনে কমেণ্ট কৰি জনাব ?


#এই

#জুবিন MD mehedi Hasan Sofior Rohman Henry Bautista Hafizur Rahman শেখ সাহেব

হাটশিঙিমাৰীত ভাৰত ৰত্ন ড° ভুপেন হাজৰিকাদেৱৰ চতুৰ্দশ মৃত্যু বাৰ্ষিকী।     #এই      #জুবিন     MD mehedi Hasan  Sofior Roh...
05/11/2025

হাটশিঙিমাৰীত ভাৰত ৰত্ন ড° ভুপেন হাজৰিকাদেৱৰ চতুৰ্দশ মৃত্যু বাৰ্ষিকী।


#এই #জুবিন
MD mehedi Hasan Sofior Rohman Henry Bautista Hafizur Rahman শেখ সাহেব

05/11/2025

ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিক হাটশিঙিমাৰী মহাবিদ্যালয় খেল পথাৰত অনুষ্ঠান
দক্ষিণ শালমাৰা মানকাচৰ জিলা আয়ুক্ত
#এই #জুবিন

MD mehedi Ha @ MD mehedi Hasan Sofior Rohman Henry Bautista Hafizur Rahman শেখ সাহেব

নগাঁও জিলাৰ কটহগুৰি মহাবিদ্যালয়ৰ ২০২৫-২৬ বৰ্ষৰ নৱাগত আদৰণি সভা খন আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হয়। কাৰ্যসূচী ...
04/11/2025

নগাঁও জিলাৰ কটহগুৰি মহাবিদ্যালয়ৰ ২০২৫-২৬ বৰ্ষৰ নৱাগত আদৰণি সভা খন আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হয়। কাৰ্যসূচী অনুসৰি, আজি পুৱা ৯ বজাত পতাকা উত্তোলন, ৯-৩০ বজাত হিয়াৰ আমঠু জুবিন গাৰ্গ লৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন, ১০ বজাত মহাবিদ্যালয়ৰ প্ৰাচীৰ প্ৰত্ৰিকা উন্মোচন আৰু ১০-৩০ বজাত ন- পুৰণি ছাত্ৰ ছাত্ৰীৰ চিনাকি পৰ্ব অনুষ্ঠান অনুষ্ঠিত হয়। বিয়লি এক বজাত মহাবিদ্যালয়ৰ খনৰ অধ্যক্ষ ড° খাইৰুল ইছলামৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু বিধায়িকা শিৱামনি বৰা উপস্থিত থাকি ছাত্ৰ- ছাত্ৰীক উদ্দেশ্যি গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে । লগতে দুয়োজনে মিলি মহাবিদ্যালয় খনৰ শ্ৰেণীকোঠালি নিৰ্মাণৰ বাবে দহ লাখ টকা অনুদান দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। অহা ৬ নৱেম্বৰত হিয়াৰ আমঠু জুবিন গাৰ্গৰ নামত উৎসৰ্গিত সাংস্কৃতিক অনুষ্ঠান টো অনুষ্ঠিত হ'ব বুলি আজি অধ্যক্ষ গৰাকীয়ে সাংবাদ মাধ্যমক জানিবলৈ দিয়ে।

মৈৰাবাৰীৰ পৰা ৰফিকুল ইছলাম ৰ ৰিপোৰ্ট

#এই #জুবিন

  লিখি থাকক ৰাইজ ৷প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ।   #এই      #জুবিন   MD meh...
04/11/2025

লিখি থাকক ৰাইজ ৷
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ।

#এই #জুবিন MD mehedi Hasan Sofior Rohman Henry Bautista Hafizur Rahman শেখ সাহেব

Address

Hazirhat Bazar
Mankachar

Telephone

+919365336959

Website

Alerts

Be the first to know and let us send you an email when SSM Real Express posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to SSM Real Express:

Share