Xalal vines

Xalal vines good morning every one welcome to my page .my name is abu zalal uddin from an assamese youtube channel

27/06/2025
19/06/2025

মোৰ মাৰ বাবে এটা দুয়া:

মোৰ হৈ তোমাৰ ভাগৰুৱা চকুৰ পৰা কেতিয়াও সৰি পৰা প্ৰতিটো চকুলো জান্নাতত তোমাৰ বাবে নদী হৈ যাওক।
আমিন!🤲

18/06/2025

জীৱনৰ এটা অদ্ভুত সময়ৰ মাজেৰে পাৰ হৈছো, হঠাৎ বৰ হতাশ হৈছোঁ।
হঠাৎ নতুন উদ্যম পাইছো। মোৰ কি হ’ব মই নিশ্চিত নহয়,
মই চাগে অকলে থাকিব লাগিব, আন কোনো নহয়, জীৱনৰ গতি বঢ়াবলৈ নিজেই আগবাঢ়িব লাগিব, এদিন সকলো হ'ব।❤️ 🩹
ভাই, সফলতা অবিহনে এই ভদ্ৰ সমাজত আমাৰ কোনো মূল্য নাই!🖤

14/06/2025

Cast টো General হোৱাৰ বাবেই গৰম টো অলপ বেছি লাগি আছে নেকি, যদি বেছি গৰম লাগি থাকে অলপ ৰেহাই ৰ বাবে EWS CERTIFICATE এটা বনাই লব পাৰা 😮‍💨🤤

Address

Mankachar

Alerts

Be the first to know and let us send you an email when Xalal vines posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Xalal vines:

Share