Barta axom NE

Barta axom NE News

06/07/2025

আজি লৈ মুঠ ১৪ টা উৰনি সেতু মুকলি হল গুৱাহাটীত।

06/07/2025

মানকাচৰৰ কংগ্ৰেছ কমিটীৰ নতুনকৈ সভাপতিৰ দ্বায়িত্ব ভাৰ গ্ৰহণ
মানকাচৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক ডঃ মতিউৰ ৰহমান মণ্ডলৰ।

06/07/2025

গুৱাহাটীত আজিৰে পৰা মুকলি হল ভগদত্ত উৰনি সেতু।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুভ উদ্বোধন কৰিলে এই উৰনি সেতু।

05/07/2025

হাটশিঙিমাৰীত HM পথ লৈ গণ বিক্ষোভ কাযসূচী ৰূপায়ন ।

02/05/2025

বৰাৰআলগা গাওঁ পঞ্চায়তত গাওঁ প্ৰধান ৰ বিৰুদ্ধে কংগ্ৰেছৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ অভিযোগ পত্ৰ প্ৰদান জিলা আয়ুক্ত আৰু নিৰ্বাচনীয় বিষয়াক।

01/05/2025
01/05/2025

সুখচৰৰ হাজিৰহাটত তিব্ৰ গতিত চলিছে ব্ৰহ্মপুত্ৰৰৰ গঢ়াখহনীয়া ৰাইজৰ মাজত হাঁহাকাৰ পৰিস্থিতি।

01/05/2025

সুখচৰৰ হাজিৰহাটত তিব্ৰ গতিত ব্ৰহ্মপুত্ৰৰৰ গঢ়াখহনীয়া ৰাইজৰ মাজত হাঁহাকাৰ পৰিস্থিতি।

01/05/2025

হাজিৰহাটৰ আকন্দোৰ চৰত ৰাইজৰ মাজত হাঁহাকাৰ পৰিস্থিতি।

Address

Hatsingimari
Mankachar
783135

Telephone

+919101242478

Website

Alerts

Be the first to know and let us send you an email when Barta axom NE posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share