mankacharnews.com

mankacharnews.com NEWS & INFORMATION

29/12/2025

৫৯ সংখ্যক জুনিয়ৰ ভলীবল প্ৰতিযোগিতাৰ আজি ছেমি ফাইনেল !

চৰকাৰ নহয়, ৰাইজৰ দান-বৰঙণিৰে মানকাচৰত। আৰম্ভ হ'ল বৰলুইতৰ খহনীয়া প্ৰতিৰোধৰ কাম
29/12/2025

চৰকাৰ নহয়, ৰাইজৰ দান-বৰঙণিৰে মানকাচৰত। আৰম্ভ হ'ল বৰলুইতৰ খহনীয়া প্ৰতিৰোধৰ কাম

হাটশিঙিমাৰীত অনুষ্ঠিত হৈ থকা ৫৯ সংখ্যক জুনিয়ৰ ভলীবল চেম্পিয়নশ্বিপৰ খেল পৰ্যবেক্ষণ কৰে মন্ত্ৰী ৰূপেশ গোৱালা
28/12/2025

হাটশিঙিমাৰীত অনুষ্ঠিত হৈ থকা ৫৯ সংখ্যক জুনিয়ৰ ভলীবল চেম্পিয়নশ্বিপৰ খেল পৰ্যবেক্ষণ কৰে মন্ত্ৰী ৰূপেশ গোৱালা

হাটশিঙিমাৰীত ৫৯ সংখ্যক আন্তঃজিলা জুনিয়ৰ ভলীবল চেম্পয়নশ্বিপ । ছোৱালী শাখাত ডিব্ৰুগড়, মৰিগাঁও, ধেমাজি আৰু শিৱসাগৰ ছেমি ফাই...
28/12/2025

হাটশিঙিমাৰীত ৫৯ সংখ্যক আন্তঃজিলা জুনিয়ৰ ভলীবল চেম্পয়নশ্বিপ ।

ছোৱালী শাখাত ডিব্ৰুগড়, মৰিগাঁও, ধেমাজি আৰু শিৱসাগৰ ছেমি ফাইনেলত ।

ল'ৰা শাখাত বিজনী, তেজপুৰ, চিৰাং, শালবাৰী, নলবাৰী, গাহপুৰ, গুৱাহাটী আৰু দক্ষিণ কামৰূপ কোৱাটাৰ ফাইনেলত প্ৰৱেশ

28/12/2025

হাটশিঙিমাৰীত মন্ত্ৰী ৰূপেশ গোৱালা।

হাটশিঙিমাৰীত অনুষ্ঠিত হ'বলগা  ৫৯ সংখ্যক আন্তঃজিলা জুনিয়ৰ ভুলীবল চেম্পিয়নশ্বিপৰ প্ৰস্তুতি ।
23/12/2025

হাটশিঙিমাৰীত অনুষ্ঠিত হ'বলগা ৫৯ সংখ্যক আন্তঃজিলা জুনিয়ৰ ভুলীবল চেম্পিয়নশ্বিপৰ প্ৰস্তুতি ।

23/12/2025

হাটশিঙিমাৰীত আন্তঃজিলা জুনিয়ৰ ভলীবল চেম্পয়নশ্বিপৰ প্ৰস্তুতি

21/12/2025

হাটশিঙিমাৰীৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী সদৰ বজাৰত ড্ৰাগছবিৰোধী অভিযান ।

১৩১৫ টা নিচাজাতীয় টেবলেট সহ গ্ৰেপ্তাৰ এজন

20/12/2025

সীমান্ত চেতনা মঞ্চ পূৰ্বত্তোৰৰ দক্ষিণ শালমাৰা-মানকাচৰ জিলা সমিতিৰ সংবাদমেল । ২৫-২৬ ডিচেম্বৰত মানকাচৰ মেলাঘাটত অনুষ্ঠিত হ’ব জিলাভিত্তিক খেলুৱৈ বাছনি সীমান্ত ক্ৰীড়া মহোৎসৱ

এইবেলি হাটশিঙিমাৰীত অনুষ্ঠিত হ'বলৈ গৈ আছে ।
20/12/2025

এইবেলি হাটশিঙিমাৰীত অনুষ্ঠিত হ'বলৈ গৈ আছে ।

19/12/2025

শান্তিপূৰ্ণ ভাৱে সম্পন্ন হাটশিঙিমাৰী উকীল সন্থাৰ নিৰ্বাচন

দুবছৰৰ বাবে গঠন উকীল সন্থাৰ নতুন সমিতি

সভাপতি হিচাপে নিৰ্বাচিত হৈছে জ্যেষ্ঠ অধিবক্তা এ এছ এম জাহাংগীৰ

সম্পাদক হিচাপে জয়লাভ অধিবক্তা আব্দুল বাতেন সেখৰ

19/12/2025

হাটশিঙিমাৰীত বৃহৎ বেটমিনটন প্ৰতিযোগিতা

প্ৰথম পুৰস্কাৰ ৪০ হেজাৰ টকা

দ্বিতীয় পুৰস্কাৰ ২০ হেজাৰ টকা

২১ ডিচেম্বৰত আৰম্ভ হ'ব প্ৰতিযোগিতা

Address

Mankachar
783135

Alerts

Be the first to know and let us send you an email when mankacharnews.com posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to mankacharnews.com:

Share